• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘২০১৩ ত নিজকে মহান প্ৰতিষ্ঠা কৰিবলৈ যোৱাটোৱেই কাল হৈছে বাবা ৰাহুলৰ’, সাংসদ নহয়, ৰাহুল এতিয়া কেৱল এজন কংগ্ৰেছীহে…

‘২০১৩ ত নিজকে মহান প্ৰতিষ্ঠা কৰিবলৈ যোৱাটোৱেই কাল হৈছে বাবা ৰাহুলৰ’, সাংসদ নহয়, ৰাহুল এতিয়া কেৱল এজন কংগ্ৰেছীহে…

3 years ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

9 hours ago
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

9 hours ago
কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

10 hours ago
২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

11 hours ago
প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

11 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

12 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

13 hours ago
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

13 hours ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

13 hours ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

14 hours ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

15 hours ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘২০১৩ ত নিজকে মহান প্ৰতিষ্ঠা কৰিবলৈ যোৱাটোৱেই কাল হৈছে বাবা ৰাহুলৰ’, সাংসদ নহয়, ৰাহুল এতিয়া কেৱল এজন কংগ্ৰেছীহে…

editor by editor
March 24, 2023
in ভাৰত, ৰাজনীতি, লেখা
0
‘২০১৩ ত নিজকে মহান প্ৰতিষ্ঠা কৰিবলৈ যোৱাটোৱেই কাল হৈছে বাবা ৰাহুলৰ’, সাংসদ নহয়, ৰাহুল এতিয়া কেৱল এজন কংগ্ৰেছীহে…
0
SHARES
14k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সেই বিশেষ অধ্যাদেশ, যি অধ্যাদেশে ৰাহুল গান্ধীৰ সদস্যপদ আজি ৰক্ষা কৰিব পাৰিলহেতেন৷ ছেপ্টেম্বৰ ২০১৩, সেই সময়তে ইউপিএ চৰকাৰে এখন অধ্যাদেশ আনিছিল৷ সেই অধ্যাদেশত লিখা আছিল কেইটামান চৰ্তৰ কথা৷ যি কেইটা চৰ্তৰ সহায়ত কোনো সাংসদে কিবা কাৰণত দোষী হিচাপে পৰিগণিত হ’লেও তেওঁলোকৰ সাংসদ বা বিধায়ক পদ সহজে কোনেও কৰ্তন কৰিব নোৱাৰিব৷

এই অধ্যাদেশ অনাৰ সময়ত ৰাহুল গান্ধী কংগ্ৰেছৰ উপাধ্যক্ষ পদত আছিল৷ তেতিয়া ৰাহুলে অধ্যাদেশখনক উপলুঙা কৰি কৈছিল, ‘অপৰাধী সাংসদ-বিধায়কক ৰক্ষা কৰিব পৰা এনে অধ্যাদেশৰ প্ৰয়োজনীয়তা কি? এনে অধ্যাদেশ ফালিয়েই পেলাব লাগে৷’ ইয়াৰোপৰি অধ্যাদেশ সন্দৰ্ভত ৰাহুলে কৈছিল, ‘যদি আমি দুৰ্নীতি, অন্যায়ৰ বিৰুদ্ধে যুঁজ দিব লাগেই তেন্তে এনে অধ্যাদেশ আমাক প্ৰয়োজন নাই৷ এই অধ্যাদেশে আমাক শিৰনত হে কৰাব৷ আমি যদি এইধৰণৰ সৰু সুৰা বুজাপৰা কৰো তেন্তে পাছলৈ আমি ডাঙৰ ডাঙৰ বিষয়তো বুজাপৰা কৰিব লগা হ’ব৷ সেয়ে এই অধ্যাদেশ আমাক মুঠেও নালাগে৷’

প্ৰায় ১০ বছৰ পূৰ্বে ৰাহুলে কৰা এই কামেই আজি ৰাহুলৰ বাবেই বিপজ্জনক হৈ ধৰা দিছে৷ ১০ বছৰ পূৰ্বে ৰাহুলে বেয়া পোৱা অধ্যাদেশখন থকা হ’লে হয়তো আজি ৰাহুলে সাংসদ পদ হেৰুৱাব নালাগিল হেতেন বুলিও বহুতেই মন্তব্য কৰা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক
জীৱনশৈলী

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

May 17, 2026
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!
জীৱনশৈলী

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

May 17, 2026
কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!
জীৱনশৈলী

কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

May 17, 2026
২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য
জীৱনশৈলী

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

May 17, 2026
Next Post
কোনোৱে যদি ১৫ লাখ কোনোৱে ২ কোটি! বলীউডৰ শ্বাহৰুখ, ছলমান, দীপিকাৰ দেহৰক্ষীৰ দৰমহাই চকু কঁপালত তুলিব আপোনাৰ

কোনোৱে যদি ১৫ লাখ কোনোৱে ২ কোটি! বলীউডৰ শ্বাহৰুখ, ছলমান, দীপিকাৰ দেহৰক্ষীৰ দৰমহাই চকু কঁপালত তুলিব আপোনাৰ

মৰুপ্ৰান্তত সেউজীয়া সপোন! ছৌদি আৰৱে সাজিছে ভৱিষ্যতৰ এখন চহৰ, কেনে হ’ব এই চহৰ…

মৰুপ্ৰান্তত সেউজীয়া সপোন! ছৌদি আৰৱে সাজিছে ভৱিষ্যতৰ এখন চহৰ, কেনে হ’ব এই চহৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.