• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘Waiting with open arms @dir_ed মোলৈ চাহ বিস্কুট ৰাখিবা…’ মাজনিশা ৰাহুল গান্ধীৰ টুইট, চক্ৰবেহু মন্তব্যৰ বাবেEDৰ জেৰাৰ সন্মুখীন হ’ব ৰাহুল গান্ধী!

‘Waiting with open arms @dir_ed মোলৈ চাহ বিস্কুট ৰাখিবা…’ মাজনিশা ৰাহুল গান্ধীৰ টুইট, চক্ৰবেহু মন্তব্যৰ বাবেEDৰ জেৰাৰ সন্মুখীন হ’ব ৰাহুল গান্ধী!

2 years ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

1 hour ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

3 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

4 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

4 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

5 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

5 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

10 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

11 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

12 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

13 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘Waiting with open arms @dir_ed মোলৈ চাহ বিস্কুট ৰাখিবা…’ মাজনিশা ৰাহুল গান্ধীৰ টুইট, চক্ৰবেহু মন্তব্যৰ বাবেEDৰ জেৰাৰ সন্মুখীন হ’ব ৰাহুল গান্ধী!

‘Waiting with open arms @dir_ed মোলৈ চাহ বিস্কুট ৰাখিবা...’ মাজনিশা ৰাহুল গান্ধীৰ টুইট, চক্ৰবেহু মন্তব্যৰ বাবেEDৰ জেৰাৰ সন্মুখীন হ’ব ৰাহুল গান্ধী!

editor by editor
August 2, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
‘Waiting with open arms @dir_ed মোলৈ চাহ বিস্কুট ৰাখিবা…’ মাজনিশা ৰাহুল গান্ধীৰ টুইট, চক্ৰবেহু মন্তব্যৰ বাবেEDৰ জেৰাৰ সন্মুখীন হ’ব ৰাহুল গান্ধী!
0
SHARES
253
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

EDৰ নজৰত এইবাৰ ৰাহুল গান্ধী৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এতিয়া তেওঁৰ বিৰুদ্ধে অভিযান চলাবলৈ সাজু হৈছে৷ লোকসভাত তেওঁৰ চক্ৰবেহু মন্তব্যৰ পাছতেই এই পৰিকল্পনা ৰচা হৈছে বুলি সামাজিকমাধ্যম যোগে চাঞ্চল্যকৰ দাবী কৰিছে বিৰোধী দলনেতা ৰাহুল গান্ধীয়ে৷

এক্স হেণ্ডেলত ৰাহুলে লিখিছে, তেওঁলোকৰ দুই এজনে মোৰ চক্ৰবেহু ভাষণটো বৰ এটা ভাল নাপালে৷ সেয়ে তাৰপাছতেই তেওঁলোকে মোক EDৰ দ্বাৰা জেৰা চলাবলৈ সাজু হৈছে৷ EDৰ ভিতৰুৱা সূত্ৰই মোক এই খবৰ দিছে৷ মৰমৰ ED মই হৃদয়েৰে আপোনালোকক লগ কৰিবলৈ সাঁজু হৈছো৷ মোলৈ চাহ বিস্কুট থব৷’

উল্লেখ্য যে, ২৯ জুলাইত সংসদৰ অধিবেশনত ৰাহুলৰ বক্তব্যত শুনা গৈছিল মহাভাৰত, কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু চক্ৰবেহুৰ প্ৰসংগ৷ এই তিনি প্ৰসংগৰ সৈতে দেশৰ বৰ্তমান পৰিস্থিতিৰ সাদৃশ্য আছে বুলি প্ৰসংগত উল্লেখ কৰিছিল ৰাহুলে৷ ৰাহুলে লগতে কৈছিল, ‘মহাভাৰতত যেনেকৈ অভিমূন্যক চক্ৰবেহুত বন্দি কৰি ৬জনে মিলি হত্যা কৰিছিল তেনেকৈয়ে সমগ্ৰ ভাৰতৰ চক্ৰবেহুত বন্দী কৰিছে বিজেপি চৰকাৰে৷’ মোদী চৰকাৰৰ সমালোচনাৰে ৰাহুলে কৈছিল, ‘দেশৰ যুৱক আৰু কৃষকসকলক চক্ৰবেহুত আৱদ্ধ হৈ পৰিছে৷ ২০২৪ ৰ বাজেটৰ একমাত্ৰ লক্ষ্য হ’ল একচেটিয়া পুঁজিবাদ আৰু একচেটিয়া ৰাজনীতিক শক্তিশালী কৰা৷’

https://x.com/RahulGandhi/status/1819106372396765206

সোমবাৰে সংসদত বক্তব্য ৰাখিবলৈ গৈ ৰাহুল গান্ধীয়ে কয়, ‘হাজাৰ বছৰ পূৰ্বে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অভিমুন্যক চক্ৰবেহুত বন্দী কৰি হত্যা কৰিছিল ৬জনে৷ সেই চক্ৰবেহুক লৈ মই কিছু পঢ়াশুনা কৰিছো৷ জানিব পাৰিছো এই চক্ৰবেহুৰ অন্য নাম হৈছে পদ্ম বেহু৷ পদুমফুলৰ দৰে আকাৰৰ এই চক্ৰবেহু৷ বৰ্তমান একবিংশ শতাব্দীতো এই চক্ৰবেহু তেওঁলোকে তৈয়াৰ কৰিছে৷ এই চক্ৰবেহু দেশৰ কৃষক, অগ্নিবীৰ, পঢ়ুৱৈ, বেকাৰ যুৱকৰ বিৰুদ্ধে তেওঁলোকে গঢ়িছে৷ আজি এই চক্ৰবেহুত দ্ৰোণাচাৰ্য, কৰ্ণ, কৃতবৰ্মা, শকুনি, কৃপাচাৰ্য আৰু অশ্বত্থামাৰ দৰে ৬জন আছে৷ তেওঁলোক হৈছে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, মোহন ভাগৱত, অজিত ডোভাল, আম্বানী, আদানী৷’

সোমবাৰে সংসদত অবিচি, দলিত ইচ্যুটোও আনিছিল ৰাহুলে৷ জাতিগত লোকপিয়লৰ দাবীত সৰৱ হৈছিল তেওঁ৷ মঙলবাৰে তেওঁক উত্তৰ দিবলৈ গৈ সাংসদ অনুৰাগ ঠাকুৰেও নাম নোলোৱাকৈ ৰাহুলৰ আক্ৰমণ কৰিছিল৷ ভৰা সংসদত অনুৰাগে কৈছিল, ‘যাৰ নিজৰ জাত নাই তেওঁ আকৌ জাতিগত লোকপিয়লৰ কথা কয়৷’ এই মন্তব্যৰ জৱাবত ৰাহুলে কেৱল এমোকোৰা হাঁহিৰে কৈছিল, ‘মোক যিয়েই নকওক মই জাতিগত লোকপিয়লৰ বিল এই সংসদতেই পাছ কৰাম৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

October 10, 2026
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?
জীৱনশৈলী

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

October 10, 2026
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস
জীৱনশৈলী

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

October 10, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

October 10, 2026
Next Post
চৰকাৰী চিকিৎসালয়ত ১০৭টা বিভিন্ন পৰীক্ষাৰ দামবৃদ্ধি, ১ আগষ্টৰ পৰা চৰকাৰী চিকিৎসালয়ৰ কি কি শিতানত বাঢ়িল দাম?

চৰকাৰী চিকিৎসালয়ত ১০৭টা বিভিন্ন পৰীক্ষাৰ দামবৃদ্ধি, ১ আগষ্টৰ পৰা চৰকাৰী চিকিৎসালয়ৰ কি কি শিতানত বাঢ়িল দাম?

মণিপুৰলৈ উভতিল শান্তি, বৃহৎ পদক্ষেপ ল’লে কুকি-মেইতেইয়ে

মণিপুৰলৈ উভতিল শান্তি, বৃহৎ পদক্ষেপ ল’লে কুকি-মেইতেইয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.