• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিশ্ৰমৰ ফল লাভ কৰিলেও শেষ ৰক্ষা হ’বনে? লোকসভা নিৰ্বাচনত কোনে মাৰিব বিজয়ৰ হাঁহি? কি ক’লে জ্যোতিষ শাস্ত্ৰই?

পৰিশ্ৰমৰ ফল লাভ কৰিলেও শেষ ৰক্ষা হ’বনে? লোকসভা নিৰ্বাচনত কোনে মাৰিব বিজয়ৰ হাঁহি? কি ক’লে জ্যোতিষ শাস্ত্ৰই?

3 years ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

7 minutes ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

16 minutes ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

38 minutes ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

1 hour ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

2 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

3 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

3 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

5 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

5 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

6 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

7 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৰিশ্ৰমৰ ফল লাভ কৰিলেও শেষ ৰক্ষা হ’বনে? লোকসভা নিৰ্বাচনত কোনে মাৰিব বিজয়ৰ হাঁহি? কি ক’লে জ্যোতিষ শাস্ত্ৰই?

editor by editor
December 28, 2023 - Updated on February 15, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
পৰিশ্ৰমৰ ফল লাভ কৰিলেও শেষ ৰক্ষা হ’বনে? লোকসভা নিৰ্বাচনত কোনে মাৰিব বিজয়ৰ হাঁহি? কি ক’লে জ্যোতিষ শাস্ত্ৰই?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২৪ চনত শেষ হ’ব সপ্তদশ লোকসভাৰ ম্যাদ। আগন্তুক বৰ্ষতেই অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। সেয়ে ৰাজনৈতিকভাৱেও নতুন বছৰটো খুবেই গুৰুত্বপূৰ্ণ হ’ব। কেন্দ্ৰৰ শাসক দল বিজেপিসহ সকলো দলেই আৰম্ভ কৰিছে নিৰ্বাচনী কুছকাৱাচ। ৰাজনৈতিকভাৱে আগন্তুক বছৰত কি ঘটিব সেই বিষয়টোক নজৰ দি আছে দেশৰ ১৪০ কোটি জনতাই। নৰেন্দ্ৰ মোদীয়ে ২৪ চনত প্ৰধানমন্ত্ৰীৰ আসন ধৰি ৰাখিব পাৰিবনে? নে ৰাহুল গান্ধী প্রধানমন্ত্ৰীৰ আসনত বহিব? জ্যোতিষ গণনাই অন্যান্য বিষয়ৰ ওপৰিও ৰাজনৈতিক বিষয়তো বিশেষ গণনা চলাইছে। বিশেষকৈ ৰাহুল গান্ধীৰ জন্মছকৰ ওপৰত বিশেষভাৱে গণনা চলাইছে জ্যোতিষীয়ে।

কি আছে ৰাহুল গান্ধীৰ জন্মছকত?
১৯৭০ চনৰ ১৯ জুনৰ দুপৰীয়া ২ বাজি ২৮ মিনিটত দিল্লীত জন্মগ্ৰহণ কৰিছিল ৰাহুল গান্ধীয়ে। তেওঁ তুলা ৰাশিৰ জাতৰ। তেওঁৰ কোষ্ঠীত বিপৰীতমুখী বৃহস্পতিয়ে বৰ্তমান যি ৰাহুৰ ঘৰ আৰু সূৰ্যৰ নৱম ঘৰত থাকি মঙ্গল গ্ৰহৰ দিশত দৃষ্টি দি আছে। বৰ্তমান ৰাহুল গান্ধীৰ জন্মছকত ৰাহুৰ মহাদশাত বৃহস্পতিৰ অন্তৰ্দশা চলি আছে। যি ২৬ ডিচেম্বৰ ২০২১ ৰ পৰা আৰম্ভ কৰি জাৰি থাকিব ২১ মে ২০২৪ চন পৰ্যন্ত। জন্মছকত কেমদ্ৰুম যোগ আছে ৰাহুল গান্ধীৰ। এই অশুভ যোগৰ কাৰণেই তেওঁ লোৱা সিদ্ধান্তসমূহ বহুসময়ত ভুল প্ৰমাণিতও হৈছে।

২০২২ চনত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল। এই যাত্ৰাৰ সুফল হিচাপে কৰ্ণাটক আৰু তেলেঙ্গানাৰ দৰে দক্ষিণ ভাৰতীয় ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনত জয় লাভ কৰিছে কংগ্ৰেছে। ৰাহুল গান্ধীৰ জন্মছকত বিংশোত্তৰি দশাৰ প্রভাৱত এই সাফল্য লাভ কৰিছে ৰাহুলে। কিন্তু তাৰপিছতো ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তিছগড়ত কংগ্ৰেছৰ শোচনীয় পৰাজয়তো ৰাহুল গান্ধীৰ জন্মছকৰেই প্রভাৱ বুলি জ্যোতিষীয়ে তথ্য দাঙি ধৰিছে।

লোকসভা নিৰ্বাচন ২০২৪ত কাৰ চৰকাৰ?
বৰ্তমান ৰাহুলৰ জন্মছকৰ পঞ্চম ঘৰত বহি ৰাহুৰ মহাদশাত চলিছে ভাৰ্গোত্তম বৃহস্পতিৰ অন্তৰ্দশা। জ্যোতিষ গণনাই দাবী কৰামতে ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰচুৰ পৰিমানে পৰিশ্ৰম কৰিব ৰাহুল গান্ধীয়ে। তাৰ সুবাদতেই তেওঁ বিগত লোকসভা নিৰ্বাচনকৈ বেছি ভোট লাভ কৰিব। কিন্তু জ্যোতিষ গণনাই কৈছে যে এইবাৰো শেষৰক্ষা নহ’ব ৰাহুলৰ। বিগত লোকসভা নিৰ্বাচনৰ পৰা কিছু বেছিকৈ ভোট পালেও শেষ পৰ্যন্ত কংগ্ৰেছে বিশেষ কিছু কাৰণত উঠিব নোৱাৰিব। বিশেষকৈ সাংগঠনিক দুৰ্বলতাৰ কাৰণেই তেওঁলোকৰ দল পিছুৱাই যাব। অৱশ্যে দল হিচাপে কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনত বিগত বাৰৰ তুলনাত ভাল ফলাফল দেখুৱাব। ৰাহুল গান্ধীৰ ভাগ্যত আগন্তুক বছৰত উল্লেখযোগ্য কোনো পৰিবৰ্তন নাই বুলিও জনাইছে জ্যোতিষীসকলে। আগন্তুক লোকসভা নিৰ্বাচনত জয় লাভ কৰাত কঠিন চেলেঞ্জৰ মুখামুখি হ’ব ৰাহুলৰ দল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ
অসম

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

October 15, 2026
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

October 15, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

October 15, 2026
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?
জীৱনশৈলী

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

October 15, 2026
Next Post
অযোধ্যাৰ ৰামমন্দিৰৰ আৰতি বুকিং আৰম্ভ, কেনেকৈ কৰিব আবেদন?

অযোধ্যাৰ ৰামমন্দিৰৰ আৰতি বুকিং আৰম্ভ, কেনেকৈ কৰিব আবেদন?

আৰু মাত্ৰ ২০ বছৰ! ২০ বছৰৰ পাছত আকাশৰ পৰা উধাও হ’ব সকলো তৰা! ভয়ংকৰ আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীয়ে, কিন্তু কিয়?

আৰু মাত্ৰ ২০ বছৰ! ২০ বছৰৰ পাছত আকাশৰ পৰা উধাও হ’ব সকলো তৰা! ভয়ংকৰ আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীয়ে, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.