• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰু মাত্ৰ ২০ বছৰ! ২০ বছৰৰ পাছত আকাশৰ পৰা উধাও হ’ব সকলো তৰা! ভয়ংকৰ আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীয়ে, কিন্তু কিয়?

আৰু মাত্ৰ ২০ বছৰ! ২০ বছৰৰ পাছত আকাশৰ পৰা উধাও হ’ব সকলো তৰা! ভয়ংকৰ আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীয়ে, কিন্তু কিয়?

3 years ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

2 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

3 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

3 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

3 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

11 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

11 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

12 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

12 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

13 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

14 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

15 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

আৰু মাত্ৰ ২০ বছৰ! ২০ বছৰৰ পাছত আকাশৰ পৰা উধাও হ’ব সকলো তৰা! ভয়ংকৰ আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীয়ে, কিন্তু কিয়?

editor by editor
December 28, 2023
in বিজ্ঞান, লেখা
0
আৰু মাত্ৰ ২০ বছৰ! ২০ বছৰৰ পাছত আকাশৰ পৰা উধাও হ’ব সকলো তৰা! ভয়ংকৰ আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীয়ে, কিন্তু কিয়?
0
SHARES
11.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গীততেই আছে, ‘জোনৰ দেশত সাজিম ঘৰ এখনি, তৰায়ে জ্বলাব চাকি…।’ আকাশলৈ চালেই তৰাৰ জিলমিল পোহৰে মনো উজ্বলাই। কিন্তু কল্পনা কৰকচোন, আপুনি আকাশলৈ মূৰ তুলি চাওতে দুৰ-দুৰণিলৈকে দেখিছে কেৱল আন্ধাৰ আৰু আন্ধাৰ। ঠিকেই এনে দিনো আহি আছে। আপুনি নিশাৰ আকাশত আৰু তৰাৰ জিলিকনি নেদেখিব। চন্দ্ৰৰ পোহৰৰ বাদে চৌদিশে থাকিব কেৱল অন্ধকাৰ।

২০১৬ চনত প্ৰকাশিত এটা ৰিপৰ্টৰ মতে, মিল্কি ৱে তথা ছায়াপথ আৰু দৃশ্যমান নহয় পৃথিৱীৰ এক তৃতীয়াংশ মানুহৰেই চকুত। ইয়াৰ বাবে দায়ী পোহৰৰ দূষণ। পৰবৰ্তী কেইবাবছৰ ধৰি মানুহ সচেতন নহ’লে এই দিন সোনকালেই আহিব বুলি সঁকীয়াই দিছিল বিজ্ঞানীমহলে। পদাৰ্থবিজ্ঞানী ক্ৰিষ্টোফাৰ কাইবা নামৰ গৱেষকে জনোৱামতে পোহৰৰ দূষণেই বিপদ মাতিছে পৃথিৱীলৈ। পদাৰ্থবিজ্ঞানী ক্ৰিষ্টোফাৰ কাইবাই কয়, ‘যিমানেই দূষণ বাঢ়িছে, সিমানেই উজ্জ্বল হৈ উঠিছে নিশাৰ পৃথিৱী।’

গৱেষক কাইবাই লগতে কয়, ‘লাইট-এমিটিং ডায়োডছ’ তথা এল ই ডি পোহৰ প্ৰকাশৰ অন্যান্য ৰূপৰ কাৰণে নিশাৰ আকাশ ক্ৰমে উজ্জ্বল হৈ উঠিছে। অতিৰিক্ত পোহৰ, বিজ্ঞাপনৰ পোহৰ, ফিল্ড পোহৰাবলৈ দিয়া এল ই ডিয়ে আমাপ চকুৰ পৰা মুছি দিছে দৃশ্যমানতা। নিশাৰ আকাশ আমাৰ পৰিবেশৰহে অংশ। আমাৰ আহিবলগা প্ৰজন্মই যদি ৰাতিৰ আকাশ নেদেখে তেন্তে তেওঁলোকৰ প্ৰতি আমিয়েই এই অন্যায় কৰাটো বুজাব। আমিয়েই আহিবলগা প্ৰজন্মক বঞ্চনা কৰিছো।’

গৱেষণাত ধৰা পৰিছে যে প্ৰতি বছৰে ১০ শতাংশকৈ বাঢ়িছে ৰাতিৰ আকাশৰ উজ্জ্বলতা। আজিৰ সময়ত যিসকল শিশু জন্মিছে তেওঁলোকে নিশাৰ আকাশত খুব বেছি ২৫০টা তৰাহে দেখা পায়। সেই শিশুটোৰ ১৮ বছৰ হোৱালৈকে যি মাত্ৰ ১০০টা তৰাহে আকাশত দেখিব। পৰিস্থিতি দিনক দিনে সলনি হৈ গৈ আছে। বাঢ়িছে প্ৰদুষণো। এই প্ৰদুষণ কমোৱাৰ একমাত্ৰ বিকল্প পথ হৈছে আৰ্টিফিচিয়েল পোহৰৰ উজ্জ্বলতা কমোৱা। বগা ৰঙৰ পোহৰৰ ব্যৱহাৰ কমোবা। এল ই ডিৰ নীলা বা বগা পোহৰে যেনেকৈ শৰীৰৰ ক্ষতি কৰে তেনেকৈয়ে ৰক্ত শৰ্কৰাৰ মাত্ৰাতো সমস্যা আনে। ইয়াৰোপৰি মেলোটোনিনৰ উৎপাদনো বঢ়ায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ
বিনোদন

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

October 8, 2026
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে
বিনোদন

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

October 8, 2026
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড
বিনোদন

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

October 8, 2026
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
Next Post
‘ৰামৰ পূজা কৰিবলৈ হিন্দু হ’বই লাগিব কথা নাই!’ ৰাম আপোনাৰ, মোৰ, সকলোৰে হৃদয়ৰ আধ্যাত্মিক অম্বেষণ! মুম্বাইৰ পৰা খালী ভৰিৰে অযোধ্যালৈ যাত্ৰা মুছলমান যুৱতীৰ

'ৰামৰ পূজা কৰিবলৈ হিন্দু হ’বই লাগিব কথা নাই!’ ৰাম আপোনাৰ, মোৰ, সকলোৰে হৃদয়ৰ আধ্যাত্মিক অম্বেষণ! মুম্বাইৰ পৰা খালী ভৰিৰে অযোধ্যালৈ যাত্ৰা মুছলমান যুৱতীৰ

লক্ষ্মীনাৰায়ণ যোগ, কেৰিয়াৰত উন্নতি আৰু সম্পদ লাভ কৰিব ৫ ৰাশিৰ জাতকে

লক্ষ্মীনাৰায়ণ যোগ, কেৰিয়াৰত উন্নতি আৰু সম্পদ লাভ কৰিব ৫ ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.