• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰামৰ পূজা কৰিবলৈ হিন্দু হ’বই লাগিব কথা নাই!’ ৰাম আপোনাৰ, মোৰ, সকলোৰে হৃদয়ৰ আধ্যাত্মিক অম্বেষণ! মুম্বাইৰ পৰা খালী ভৰিৰে অযোধ্যালৈ যাত্ৰা মুছলমান যুৱতীৰ

‘ৰামৰ পূজা কৰিবলৈ হিন্দু হ’বই লাগিব কথা নাই!’ ৰাম আপোনাৰ, মোৰ, সকলোৰে হৃদয়ৰ আধ্যাত্মিক অম্বেষণ! মুম্বাইৰ পৰা খালী ভৰিৰে অযোধ্যালৈ যাত্ৰা মুছলমান যুৱতীৰ

2 years ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

38 minutes ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

1 hour ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

2 hours ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

2 hours ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

3 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

4 hours ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

4 hours ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

5 hours ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

6 hours ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

7 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘ৰামৰ পূজা কৰিবলৈ হিন্দু হ’বই লাগিব কথা নাই!’ ৰাম আপোনাৰ, মোৰ, সকলোৰে হৃদয়ৰ আধ্যাত্মিক অম্বেষণ! মুম্বাইৰ পৰা খালী ভৰিৰে অযোধ্যালৈ যাত্ৰা মুছলমান যুৱতীৰ

editor by editor
December 28, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
‘ৰামৰ পূজা কৰিবলৈ হিন্দু হ’বই লাগিব কথা নাই!’ ৰাম আপোনাৰ, মোৰ, সকলোৰে হৃদয়ৰ আধ্যাত্মিক অম্বেষণ! মুম্বাইৰ পৰা খালী ভৰিৰে অযোধ্যালৈ যাত্ৰা মুছলমান যুৱতীৰ
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মূৰত হিজাব। খালী ভৰি। পিঠিত এটা বেগ। বেগৰ ওপৰত লগোৱা আছে এখন গেৰুৱা ৰঙৰ পতাকা। এনেকৈয়ে খোজ লৈছে ছবনম শ্বেখে। এই যাত্ৰাত ছবনমৰ সংগী ৰমন ৰাজ শৰ্মা আৰু বিনীত পাণ্ডে। তেওঁলোকৰ গন্তব্যস্থান অযোধ্যা। ৰামক পাবৰ বাবেই ১,৪২৫ কিঃমিঃ খালী ভৰিৰে খোজ কাঢ়ি যাত্ৰা কৰিছে ছবনমে। ছবনমক এই যাত্ৰাত দেখি বহুতেই প্ৰশ্ন কৰিছে, মুছলমান যুৱতী হৈ ৰামৰ প্ৰতি আপোনাৰ ইমান অনুকম্পা কিয়? ইয়াৰ উত্তৰত ছবনমে সকলোকে কৈছে এটাই কথা, ‘ৰামৰ আৰাধনা কৰিবলৈ কেৱল হিন্দুৱেই হ’ব লাগিব বুলি কথা আছে নেকি? ৰাম অন্য কোনো ধৰ্মৰ লোকৰ বাবে আদৰ্শ হ’ব নোৱাৰে নেকি? মোৰ মতে ৰামক পূজা কৰিবলৈ হিন্দুৱেই হ’ব লাগিব বুলি কথা নাই।’

ছবনমে প্ৰতিদিনেই ২৫ ৰ পৰা ৩০ কিঃমিঃ খোজ কাঢ়ি যাত্ৰা কৰি আছে। এই প্ৰতিবেদন লিখি থকাৰ সময়ত ছবনমে মধ্যপ্ৰদেশৰ সিন্ধবায় এলেকা অতিক্ৰম কৰিছে। সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে ছবনম। বহুতেই এই যাত্ৰাক লৈ ছবনমক কটাক্ষও কৰিছে। মুছলমান হৈয়ো অযোধ্যালৈ কিয় গৈছে ছবনম? কিয় তেওঁ ৰামভক্ত, হাজাৰ প্ৰশ্ন, হাজাৰ কটাক্ষ। ছবনমৰ উত্তৰ এটাই, তেওঁৰ দুভৰিৰ যিমান পাৰি খৰকৈ লৈ যোৱা। কাৰণ ২২ জানুৱাৰীত তেওঁ অযোধ্যাত উপস্থিত হ’ব লাগিবই।

ছবনমে কটাক্ষৰ উত্তৰত বাৰে বাৰে কৈছে, ‘ৰামৰ পূজা কৰিবলৈ ধৰ্মৰ কথা নাহে। এজন ভাল মানুহ হ’লেই ৰাম আপোনাৰো উপাস্য দেৱতা হৈ পৰিব। ৰাম জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰেই। কেৱল পুৰুষেই ৰামক উপাসনা কৰিব সেই কথাও নহয়। ৰাম নাৰীৰো উপাস্য হ’ব পাৰে।’

উল্লেখ্য যে, ছবনমৰ যাত্ৰাপথ কিন্তু নিষ্কণ্টক নহয়। পথৰ বিভিন্ন স্থানত তেওঁ বাধাৰ সন্মুখীন হৈছে। মুছলমান হৈয়ো কিয় অযোধ্যালৈ যাব সেই বিষয়টোক লৈয়েই বহুতে ক্ষোভ প্ৰকাশো কৰিছে। কিন্তু ছবনমক এই যাত্ৰাপথত সহায়ৰ বাবে আগুৱাই আহিছে আৰক্ষী। বহু স্থানত তেওঁ নিশা আৰক্ষী খানাতেই কটাইছে। আৰক্ষীসকলেই তেওঁক খাদ্যও যোগান ধৰিছে। মহাৰাষ্ট্ৰৰ এটা অতি সংবেদনশীল এলেকাৰ পৰা ওলাই অহাত আৰক্ষীয়ে তেওঁক সহযোগিতা আগবঢ়াইছে। ছবনমক একাংশ হিন্দু লোকে সমালোচনা কৰিলেও প্ৰায়সংখ্যকেই ছবনমক যাত্ৰাপথত দেখি চিঞৰিছে, ‘জয় শ্ৰী ৰাম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ
জীৱনশৈলী

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

May 27, 2026
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?
জীৱনশৈলী

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

May 27, 2026
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?
অসম

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

May 27, 2026
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ
জীৱনশৈলী

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

May 27, 2026
Next Post
লক্ষ্মীনাৰায়ণ যোগ, কেৰিয়াৰত উন্নতি আৰু সম্পদ লাভ কৰিব ৫ ৰাশিৰ জাতকে

লক্ষ্মীনাৰায়ণ যোগ, কেৰিয়াৰত উন্নতি আৰু সম্পদ লাভ কৰিব ৫ ৰাশিৰ জাতকে

‘১২ বছৰে ডাঙৰ অমৃতাক মই ছেইফৰ বাবে কেনেকৈ আনো!’ ছেইফ-অমৃতাৰ বিচ্ছেদৰ কাৰণক লৈ কি কয় শৰ্মিলা ঠাকুৰে?

'১২ বছৰে ডাঙৰ অমৃতাক মই ছেইফৰ বাবে কেনেকৈ আনো!’ ছেইফ-অমৃতাৰ বিচ্ছেদৰ কাৰণক লৈ কি কয় শৰ্মিলা ঠাকুৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.