• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মীনাৰায়ণ যোগ, কেৰিয়াৰত উন্নতি আৰু সম্পদ লাভ কৰিব ৫ ৰাশিৰ জাতকে

লক্ষ্মীনাৰায়ণ যোগ, কেৰিয়াৰত উন্নতি আৰু সম্পদ লাভ কৰিব ৫ ৰাশিৰ জাতকে

3 years ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

10 hours ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

11 hours ago
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

11 hours ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

12 hours ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

13 hours ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

13 hours ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

15 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

15 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

16 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

16 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

19 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লক্ষ্মীনাৰায়ণ যোগ, কেৰিয়াৰত উন্নতি আৰু সম্পদ লাভ কৰিব ৫ ৰাশিৰ জাতকে

editor by editor
December 29, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
লক্ষ্মীনাৰায়ণ যোগ, কেৰিয়াৰত উন্নতি আৰু সম্পদ লাভ কৰিব ৫ ৰাশিৰ জাতকে
0
SHARES
28.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৯ ডিচেম্বৰ অৰ্থাৎ আজি স্বৰাশি কৰ্কটত গোচৰ কৰিব চন্দ্ৰই। ইয়াৰোপৰি আজি হৈছে পুহ মাহৰ কৃষ্ণপক্ষৰ তৃতীয়া। আজিৰ দিনটো অত্যন্ত শুভ দিন। কাৰণ আজি কেইবাটাও শুভ যোগ গঠিত হৈছে। শুকুৰবাৰে থকা শুভ যোগসমূহ হৈছে লক্ষ্মী নাৰায়ণ যোগ, অমৃত সিদ্ধি যোগ, গুৰু পুষ্য যোগ। আজিয়েই বৃশ্চিক ৰাশিত যুঁটি বান্ধিছে বুধ আৰু শুক্ৰই। যেতিয়া কোনো ৰাশিত বুধ আৰু শুক্ৰ একত্ৰিত হয় তেতিয়াই লক্ষ্মী নাৰায়ণ যোগ গঠিত হয়। ইয়াৰোপৰি শুকুৰবাৰ দিনটো হৈছে মা লক্ষ্মীৰ দিন। লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত কোন কোন ৰাশিৰ জাতকৰ সৌভাগ্য লাভ হ’ব?

মেষ ৰাশি
২৯ ডিচেম্বৰত অমৃত সিদ্ধি যোগৰ প্রভাৱত ভাল দিন চলিব মেষ ৰাশিৰ জাতকৰ। মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব আপোনাৰ ওপৰত। ধৰ্মীয় বিষয়ত আপোনাৰ মনোযোগ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ধৰ্মীয় কোনো কামতো যুক্ত হ’ব মেষ ৰাশিৰ জাতকসকল। চাকৰিসূত্ৰে আপুনি কোনো সুসংবাদ লাভ কৰিব পাৰে। ইয়াৰফলত আপোনাৰ মনত আনন্দ থাকিব। আৰ্থিক পৰিস্থিতি ভালেই থাকিব মেষ ৰাশিৰ জাতকৰ।

মিথুন ৰাশি
গুৰু পুষ্য যোগৰ প্রভাৱত লাভৱান হ’ব মিথুন ৰাশিৰ জাতক। আপুনি নিজৰ দক্ষতা আৰু প্ৰতিভাৰ বিকাশ ঘটোৱাৰ সুযোগ পাব। নিজৰ স্বামীৰ ঘৰৰ পৰা মহিলাসকলে ভাল খবৰ পাব পাৰে। কোনো সমস্যা আপোনাৰ জীৱনত থাকিলে সেই সমস্যাৰ পৰাও মুক্তি লাভ কৰিব মিথুন ৰাশিৰ জাতকে। পৰিয়ালৰ সদস্যৰ পৰা সকলো দিশতে পূৰ্ণ সমৰ্থন লাভ কৰিব। লক্ষ্মীৰ কৃপাত আৰ্থিক লাভ হ’ব।

কৰ্কট ৰাশি
পুষ্য নক্ষত্ৰৰ প্ৰভাৱত লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক। আজিৰ দিনটো বিলাসবহুলভাৱে কটাব এই ৰাশিৰ জাতকে। অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে আপুনি আৰ্থিকভাৱে লাভৱান হ’ব। শুক্ৰৰ আশীৰ্বাদ থাকিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত। লিখাপঢ়াত ভাল ফলাফল দেখুৱাব কৰ্কট ৰাশিৰ জাতকে। সাফল্যৰ জখলা বগাব এই ৰাশিৰ জাতকে। আপোনাৰ ব্যক্তিত্বত বহুতেই আকৰ্ষিতও হ’ব।

কন্যা ৰাশি
আজিৰ দিনটো লাভজনক হ’ব কন্যা ৰাশিৰ জাতকৰ। নিজৰ পৰিয়ালৰ সৈতে ভাল সময় কটাব আপুনি। টকা বিনিয়োগ কৰিলে আপুনি আৰ্থিকভাৱে লাভৱান হ’ব। চৰকাৰী প্ৰকল্পৰ পৰাও আপুনি লাভৱান হ’ব। আপোনাৰ সামাজিক প্ৰভাৱ আৰু প্ৰতিপত্তি বাঢ়িব। সংসাৰৰ কোনো সমস্যা থাকিলে আঁতৰ হ’ব। সন্তানৰ সৈতে কোৱালিটি টাইম কটাব পাৰিব।

মকৰ ৰাশি
লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱ মকৰ ৰাশিৰ জাতকৰ ওপৰতো থাকিব। কাইলৈ মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত বৰ্তী থাকিব। সন্তানৰ দিশৰ পৰা কোনো সুখবৰ আপুনি লাভ কৰিব। যিসকলে চাকৰি লাভৰ চেষ্টা কৰি আছে তেওঁলোকে কোনো ভাল খবৰ লাভ কৰিব। কাৰ্যালয়ত আপোনাৰ সৈতে সকলোৰে সম্পৰ্ক ভালেই থাকিব। কোনো গুৰুত্বপূৰ্ণ কাম কৰিলে আপুনি সম্পূৰ্ণ কৰিব পাৰিব। আত্মবিশ্বাসৰ বাবেই মকৰ ৰাশিৰ জাতকসকলে যিকোনো কামত সফল হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?
জীৱনশৈলী

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

July 8, 2026
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা
বিবিধ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

July 8, 2026
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়
জীৱনশৈলী

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

July 8, 2026
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

July 8, 2026
Next Post
‘১২ বছৰে ডাঙৰ অমৃতাক মই ছেইফৰ বাবে কেনেকৈ আনো!’ ছেইফ-অমৃতাৰ বিচ্ছেদৰ কাৰণক লৈ কি কয় শৰ্মিলা ঠাকুৰে?

'১২ বছৰে ডাঙৰ অমৃতাক মই ছেইফৰ বাবে কেনেকৈ আনো!’ ছেইফ-অমৃতাৰ বিচ্ছেদৰ কাৰণক লৈ কি কয় শৰ্মিলা ঠাকুৰে?

ৰামমন্দিৰ উদ্বোধনৰ ২৫ দিন পূৰ্বে অযোধ্যাত নতুন ফতোৱা জাৰি, কি কি কৰিব নোৱাৰিব অযোধ্যাত? জনালে যোগী চৰকাৰে

ৰামমন্দিৰ উদ্বোধনৰ ২৫ দিন পূৰ্বে অযোধ্যাত নতুন ফতোৱা জাৰি, কি কি কৰিব নোৱাৰিব অযোধ্যাত? জনালে যোগী চৰকাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.