• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰামমন্দিৰ উদ্বোধনৰ ২৫ দিন পূৰ্বে অযোধ্যাত নতুন ফতোৱা জাৰি, কি কি কৰিব নোৱাৰিব অযোধ্যাত? জনালে যোগী চৰকাৰে

2 years ago
আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

2 hours ago
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

3 hours ago
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

4 hours ago
ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

5 hours ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

6 hours ago
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

7 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

8 hours ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰামমন্দিৰ উদ্বোধনৰ ২৫ দিন পূৰ্বে অযোধ্যাত নতুন ফতোৱা জাৰি, কি কি কৰিব নোৱাৰিব অযোধ্যাত? জনালে যোগী চৰকাৰে

editor by editor
December 29, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰামমন্দিৰ উদ্বোধনৰ ২৫ দিন পূৰ্বে অযোধ্যাত নতুন ফতোৱা জাৰি, কি কি কৰিব নোৱাৰিব অযোধ্যাত? জনালে যোগী চৰকাৰে
0
SHARES
774
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰামমন্দিৰ উদ্বোধনলৈ মাজত মাত্ৰ ২৫ দিন বাকী। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নতুন নিয়ম জাৰি কৰিছে উত্তৰপ্ৰদেশ চৰকাৰে। মন্দিৰ সংলগ্ন বিস্তীৰ্ণ অংশ চিহ্নিত কৰি উলিয়াইছে যোগী চৰকাৰে। সেই চিহ্নিত কৰা এলেকাৰ ভিতৰত সুৰাপান একেবাৰেই নিষেধ কৰা হৈছে। অযোধ্যাৰ ৰামমন্দিৰ সংলগ্ন ৮৪ কোশী পৰিক্ৰমা অঞ্চলক ‘সুৰাবিহীন এলেকা’ হিচাপে ঘোষণা কৰিছে যোগী চৰকাৰে।

এই এলেকাৰ ভিতৰত মদ খোৱা, বিক্ৰি কৰা বা প্ৰস্তুত কৰা কোনো কামেই হ’ব নোৱাৰিব। আনকি এই এলেকাৰ ভিতৰত যিসমূহ সুৰাৰ বিপনী পূৰ্বৰে পৰা আছিল সেইসমূহো উঠাই দিয়া হৈছে। সেই সুৰা বিপনীসমূহ অন্য স্থানত পতাৰ ব্যৱস্থা কৰি দিছে যোগী চৰকাৰে। আগন্তুক ২২ জানুৱাৰীত অযোধ্যত বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ উদ্বোধন কৰা হ’ব। এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহু ৰাজনৈতিক নেতা। আহিব ক্ৰীড়া ক্ষেত্ৰৰ লগতে বিনোদন ক্ষেত্ৰৰো বহু নামজ্বলা ব্যক্তি। সেয়ে এই এলেকাটোক সম্পূৰ্ণকৈ সজাই তোলাত ব্যস্ত এতিয়া যোগী চৰকাৰ।

বৃহস্পতিবাৰে উত্তৰপ্ৰদেশৰ আৱকাৰী মন্ত্ৰী নিতিন আগৰৱালাই ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পৎ ৰায়ৰ সৈতে দেখা কৰে। তেওঁলোকৰ বৈঠকৰ পাছতেই মন্দিৰ সংযুক্ত এলেকাক সুৰাবিহীন এলেকা বুলি ঘোষণা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়, ৰাম জন্মুভূমি ট্ৰাষ্টৰ সৈতে আলোচনা কৰাৰ পাছতহে এই সিদ্ধান্ত লৈছে যোগী চৰকাৰে। নিয়ম বাস্তৱায়নৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে কাইলৈ ৩০ ডিচেম্বৰত অযোধ্যালৈ যোৱাৰ কথা আছে প্ৰধানমন্ত্ৰী মোদীৰ। উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি চাবলৈকে সৰযু নদীৰ পাৰৰ এই বিশেষ স্থানলৈ যাব প্ৰধানমন্ত্ৰী মোদী। মোদীৰ উপস্থিত হোৱাৰ পূৰ্বেই সুৰা বিক্ৰি আৰু সুৰাপানক লৈ বিশেষ সিদ্ধান্ত লৈছে যোগী আদিত্যনাথ চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ
জীৱনশৈলী

May 14, 2026
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট
জীৱনশৈলী

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

May 14, 2026
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

May 14, 2026
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?
জীৱনশৈলী

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

May 14, 2026
Next Post
মহাশূন্যত শেষ উশাহ ল’লে কেনেকৈ কৰা হয় শেষকৃত্য? নাছাৰ বিশেষ নিয়মাৱলীত কি আছে?

এই বছৰৰ শেষত বৃশ্চিকে গোচৰ কৰিব বুধত! ২৪ৰ আৰম্ভনিতেই টকাৰ পাহাৰ গঢ়িব ৫ ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন