• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাশূন্যত শেষ উশাহ ল’লে কেনেকৈ কৰা হয় শেষকৃত্য? নাছাৰ বিশেষ নিয়মাৱলীত কি আছে?

মহাশূন্যত শেষ উশাহ ল’লে কেনেকৈ কৰা হয় শেষকৃত্য? নাছাৰ বিশেষ নিয়মাৱলীত কি আছে?

3 years ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

7 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

7 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

8 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

8 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

9 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

9 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

10 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

11 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

12 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

12 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

13 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাশূন্যত শেষ উশাহ ল’লে কেনেকৈ কৰা হয় শেষকৃত্য? নাছাৰ বিশেষ নিয়মাৱলীত কি আছে?

editor by editor
December 29, 2023
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
মহাশূন্যত শেষ উশাহ ল’লে কেনেকৈ কৰা হয় শেষকৃত্য? নাছাৰ বিশেষ নিয়মাৱলীত কি আছে?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বহু অজানা ৰহস্য বিচাৰিয়েই বিজ্ঞানীয়ে মহাকাশলৈ বাৰে বাৰে যাত্ৰা কৰে। বহু বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা বিগত কেইবাদশক ধৰি মহাকাশত চলাই আছে মহাকাশচাৰীসকলে। এই গৱেষণাৰ দৌৰত চামিল হৈ আছে কেইবাখনো দেশ। আমেৰিকা, ৰাছিয়া, চীন আদি দেশে প্ৰতিনিয়ত মহাকাশক লৈ গৱেষণা চলাই আছে। এই তালিকাত ভাৰতো আছে। ভাৰতৰ ইছৰোৱেও সীমিত সামৰ্থৰে কিন্তু এইকেইখন দেশক টক্কৰ দিয়েই মহাকাশ গৱেষণা চলাই আছে। মহাকাশত অভিযান চলাবলৈ গৈ কেইবাজনো মহাকাশচাৰীৰ মৃত্যুও ঘটিছে। মহাকাশতেই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লৈছে গৱেষকে। তেনে এটি ঘটনাই হৈছিল ২০০৩ চনৰ ১৬ জানুৱাৰীত। ৭ মহাকাশচাৰীক লৈ আমেৰিকাৰ মহাকাশযান কলম্বিয়াই যাত্ৰা আৰম্ভ কৰিছিল। অভিযানটোৰ নাম আছিল এছ টি এছ ১০৭। কিন্তু ১৫ দিনৰ পিছতেই মহাকাশৰ পৰা পৃথিৱীলৈ ঘূৰি অহাৰ পথত ধ্বংস হৈ যায় মহাকাশযানখন। লগে লগেই মৃত্যু হয় ৭গৰাকী মহাকাশচাৰীৰেই। এই দুৰ্ঘটনাতেই মৃত্যু হৈছিল ভাৰতীয় বংশোদ্ভুতৰ এজন মহাকাশচাৰীৰো। তেওঁ আন কোনো নহয় তেওঁ হৈছে কল্পনা চাওলা।

মহাকাশচাৰীসকলে পৃথিৱীৰ বায়ুমণ্ডলৰ বাহিৰত অভিযান চলোৱা বহু টান কাম। ৬০ বছৰ পূৰ্বে মহাজাগতিক অনুসন্ধান আৰম্ভ কৰাৰ পৰা বৰ্তমানলৈকে ২০জন মহাকাশচাৰীৰ মৃত্যু হৈছে। এই দুৰ্ঘটনা কেইটাৰ এটা হৈছিল ১৯৮৬ চনক আৰু আনটো দুৰ্ঘটনা হৈছিল ২০০৩ চনত। নাছাই পঠোৱা মহাকাশযান দুৰ্ঘটনাত নিহত হৈছে মুঠ ১৪জন লোকৰ। ১৯৭১ চনত ছয়ুজ-১১ অভিযানৰ সময়তো মৃত্যু হৈাছিল তিনিগৰাকী মহাকাশচাৰীৰ। ১৯৬৭ চনৰ এপল’-১ লঞ্চ পেডত জুই লগাৰ বাবে তিনিগৰাকী মহাকাশচাৰীৰ মৃত্যু হৈছে। মহাকাশলৈ পঠোৱা বেছিভাগ যানেই মানৱবিহীন যান। তাৰমাজতেই ২০২৫ চনত চন্দ্ৰলৈ আৰু ২০৩০ চনত মঙ্গললৈ মানৱ যান পঠোৱাৰ পৰিকল্পনা কৰিছে নাছাই।

ইয়াৰমাজতে বহুতেই সোধা এটা বিশেষ প্রশ্নৰ উত্তৰ দিছে নাছাই। যদি কোনো মহাকাশচাৰীৰ মহাকাশতেই মৃত্যু হয় তেন্তে মৃতদেহৰ কি কৰে? শেষকৃত্য কৰাৰ কিবা উপায় নাছাই ৰাখিছেনে? নাছাৰ নিয়মাৱলীত তেনে কিবা কথা উল্লেখ আছে? নাছাই এইকেইটা প্ৰশ্নৰ উত্তৰত জনোৱা অনুসৰি, যদি কোনো মহাকাশচাৰীৰ পৃথিৱীৰ কক্ষপথত থাকোতেই মৃত্যু হয়, বা মহাকাশ কেন্দ্ৰৰ কাষত থাকোতেই মৃত্যু হয় তেন্তে সেইগৰাকী মহাকাশচাৰীৰ দেহ পৃথিৱীলৈ পঠিয়াই দিয়া হয়।

যদি কোনো মহাকাশচাৰীৰ মৃত্যু চন্দ্ৰত হয় তেন্তে সেই মৃতদেহ তেওঁ যাত্ৰা কৰা মহাকাশযানখনতে পৃথিৱীলৈ ওভতাই অনা হয়। নাছাৰ নিয়মাৱলীত মৃতদেহ সংৰক্ষণ নাছাৰ বাবে প্ৰধান কথা নহয়। কিন্তু যিসকল মহাকাশচাৰী সুস্থ অৱস্থাত থাকে তেওঁলোকক সুকলমে পৃথিৱীলৈ ওভতাই অনাটোৱে নাছাৰ গাইডলাইনত থকা উল্লেখযোগ্য কথা। নাছাৰ নিয়মাৱলী অনুসৰি মৃত্যু যোৱা অৱস্থাত হ’লেও লগে লগে সেই মৃতদেহ পৃথিৱীত পঠিয়াই দিব তেনে কথা নাই। যিসকল সুস্থ হৈ থাকে তেওঁলোকে অভিযান সমাৰি ওভতি অহাৰ সময়তহে মৃতদেহটো লৈ আহিব। অৰ্থাৎ মৃতদেহটো ঘূৰাই আনিবলৈ কেইবাবছৰো লাগিব পাৰে। তেতিয়ালৈকে মহাকাশতেই বিশেষভাৱে সেই দেহটো সংৰক্ষণ কৰি ৰাখে। মহাকাশযানৰ ভিতৰত স্থিৰ তাপমাত্ৰা আৰু আৰ্দ্ৰতাই দেহটো পচিবলৈ নিদিয়ে। এই সকলো নিয়ম কিন্তু তেতিয়াহে প্ৰযোজ্য হ’ব যেতিয়া মহাকাশযানত স্বাভাৱিকভাৱেই মহাকাশচাৰীজনৰ মৃত্যু হ’ব।

ইয়াৰোপৰি কোনো মহাকাশচাৰীয়ে যদি মহাকাশত যাত্ৰা কৰাৰ বাবে তৈয়াৰ কৰা বিশেষ পোচাক স্পেছচ্যুট নিপিন্ধাৰ বাবেই মৃত্যুক আকোঁৱালী লয় তেন্তে তেওঁৰ দেহটো ঘূৰাই আনেনে? মহাকাশত যাত্ৰা কৰোতে স্পেছছ্যুট অতি প্ৰয়োজনীয়। অন্যথা মহাকাশচাৰীজনৰ মৃত্যু ঘটিব পাৰে। মহাশূন্যত চাপ কমি যোৱাক ফলত অক্সিজেনৰ অনুপস্থিতিত মহাকাশচাৰীজনৰ উশাহ লোৱাত অসুবিধা হয়। যাৰফলত মহাকাশচাৰীজনৰ মৃত্যু হ’ব পাৰে।

চন্দ্ৰতো বায়ু প্ৰায় নায়েই। যি আছে তাৰ পৰিমানো নিচেই কম। আনহাতে মঙল গ্ৰহৰ বায়ুমণ্ডল খুবেই পাতল। মুক্ত অক্সিজেন প্ৰায় নায়েই। ফলত দুয়োটাস্থানতেই স্বাস-প্ৰ্শ্বাসত কষ্ট হৈ মহাকাশচাৰীৰ মৃত্যু হ’ব পাৰে। নাছাৰ নিয়ম অনুসৰি মহাকাশচাৰীৰ মৃত্যু হ’লে কোনো ধৰ্মৰ পৰম্পৰা মানি শেষকৃত্য কৰা নহয়। চন্দ্ৰ বা মঙ্গলত দেহ জ্বলাবৰ বাবে প্ৰচুৰ পৰিমানৰ শক্তিৰ প্ৰয়োজন। কিন্তু মহাকাশচাৰীৰ কাষত সীমিত পদাৰ্থহে থাকে। ইয়াৰোপৰি মৃতদেহ হৈ যোৱাৰ লগে লগে বিভিন্ন অনুজীৱই শৰীৰত বাহৰ পাতে। সেয়ে চন্দ্ৰপৃষ্ঠত বা মঙলত কবৰ দিয়াও সম্ভৱ নহয়। মহাকাশচাৰীসকলে সেয়ে সতীৰ্থৰ মৃত্যু হ’লে এটা বিশেষ বেগত ভৰাই পৃথিৱীলৈ ওভতাই লৈ আনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!
জীৱনশৈলী

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

August 21, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

August 21, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
বাণিজ্য

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

August 21, 2026
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!
বাণিজ্য

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

August 21, 2026
Next Post
এই বছৰৰ শেষত বৃশ্চিকে গোচৰ কৰিব বুধত! ২৪ৰ আৰম্ভনিতেই টকাৰ পাহাৰ গঢ়িব ৫ ৰাশিৰ জাতকে

এই বছৰৰ শেষত বৃশ্চিকে গোচৰ কৰিব বুধত! ২৪ৰ আৰম্ভনিতেই টকাৰ পাহাৰ গঢ়িব ৫ ৰাশিৰ জাতকে

২৪ দিনৰ ফ্ৰি ভেলিডিটি! হেপ্পী নিউ ইয়েৰ প্লেনেৰে জিঅ’ই দিছে বিশেষ চমক, জানি লওক, কি আছে এই প্লেনত?

২৪ দিনৰ ফ্ৰি ভেলিডিটি! হেপ্পী নিউ ইয়েৰ প্লেনেৰে জিঅ’ই দিছে বিশেষ চমক, জানি লওক, কি আছে এই প্লেনত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.