• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সময়ে বিচাৰিলে সকলো কৰিব লাগে! এইবাৰ কুলিৰ অৱতাৰত ৰাহুল, ৰঙা চোলা পিন্ধি কিয় কুলিৰ ভেশ লৈছে ৰাহুল গান্ধীয়ে?

3 years ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

6 minutes ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

36 minutes ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 hour ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

2 hours ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

3 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

4 hours ago
কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সময়ে বিচাৰিলে সকলো কৰিব লাগে! এইবাৰ কুলিৰ অৱতাৰত ৰাহুল, ৰঙা চোলা পিন্ধি কিয় কুলিৰ ভেশ লৈছে ৰাহুল গান্ধীয়ে?

editor by editor
September 21, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
সময়ে বিচাৰিলে সকলো কৰিব লাগে! এইবাৰ কুলিৰ অৱতাৰত ৰাহুল, ৰঙা চোলা পিন্ধি কিয় কুলিৰ ভেশ লৈছে ৰাহুল গান্ধীয়ে?
0
SHARES
664
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এইবাৰ কুলিৰ ভেশত থকা ৰাহুল গান্ধীৰ এখন ফটো খুবেই ভাইৰেল হৈ পৰিছে৷ বৃহস্পতিবাৰে পুৱা দিল্লীৰ আনন্দ বিহাৰ ৰেল ষ্টেচনত হঠাৎ কুলিৰ পোছাকত দেখা গৈছে ৱাইনাডৰ সাংসদ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক৷ ভাইৰেল এটা ভিডিঅ’ত ৰাহুল গান্ধীক ৰঙা পোছাক পৰিধান কৰি মূৰত এটা নীলা ট্ৰলীবেগ লৈ থকা দেখা গৈছে৷ ষ্টেচনত কুলিৰ সুবিধা অসুবিধাৰ বুজ ল’বলৈ গৈ এই ভেশ ধৰিছে ৰাহুলে৷ কুলিসকলৰ বিভিন্ন সমস্যাৰ বুজ লৈ তেওঁলোকক আশ্বাসো প্ৰদান কৰিছে কংগ্ৰেছ নেতা ৰাহুলে৷ কংগ্ৰেছে এক্স হেণ্ডেলত থকা তেঁওলোকৰ অফিচিয়েল পেজত এই ফটো শ্বেয়াৰ কৰি লিখিছে, ‘জননেতা ৰাহুলে দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনত কুলিৰ সৈতে মিলিত হৈছে৷ তাত উপস্থিত হৈ মাল কঢ়িওৱা কুলিৰ সুবিধা অসুবিধাৰ বুজ লৈছে৷ এয়াও ভাৰত জোড়োস যাত্ৰাৰেই এক অংশ৷’

বিভিন্ন পেছাৰ মানুহৰ সৈতে মিলিত হৈ পূৰ্বেও বিভিন্ন বিষয়ত বাৰ্তালাপত মিলিত হৈছে ৰাহুল৷ জুন মাহত দিল্লীৰ কৰোল বাগ এলেকাত থকা এটা গেৰেজত মিস্ত্ৰিৰ সৈতে মিলিত হৈ বাইক মেৰামতিৰ কামো কৰিছিল ৰাহুলে৷ কংগ্ৰেছৰ অফিচিয়েল পেজত ৰাহুলে গেৰেজত বহি বাইক মেৰামতি কৰি থকা দেখা গৈছিল৷ ৰাহুলে নিজৰ ফেছবুক পেজতো সেই ফটো শ্বেয়াৰ কৰিছিল৷ একাধিকবাৰ সাধাৰণ মানুহ, শ্ৰমিক, কৃষকৰ সৈতে কথা পতা দেখা গৈছে ৰাহুলক৷

চলিত বৰ্ষত ৰাহুলে কৰা আমেৰিকা ভ্ৰমণত ৰাহুলক ৱাছিংটনৰ পৰা নিউয়ৰ্ক লৈ ট্ৰাকত ট্ৰাক ড্ৰাইভাৰৰ সৈতে যোৱাৰ ভিডিঅ’ও ভাইৰেল হৈ পৰিছিল৷ ভাৰতীয় বংশোদ্ভুতৰ ট্ৰাকচালকৰ দৈনন্দিন সমস্যাৰ বুজ লৈছিল ৰাহুলে৷ আমেৰিকাৰ পৰা আহি দিল্লী আৰু চণ্ডীগড়লৈ যোৱা ট্ৰাকসমূহৰ ড্ৰাইভাৰসকলৰ জীৱনশৈলী জনাৰ চেষ্টা কৰিছিল ৰাহুলে৷ এইবাৰ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ বাবে যাওঁতে স্কুটাৰ চলোৱাও দেখা গৈছিল ৰাহুলক৷ জুলাই মাহত আকৌ হাৰিয়ানাৰ মদিনা গাওঁত কৃষকৰ সৈতে ভুঁই ৰোৱলৈ গৈছিল ৰাহুল৷ তাতেই ট্ৰেক্টৰ চলাই, কৃষকৰ সৈতে বাৰ্তালাপ কৰি আহাৰো গ্ৰহণ কৰা দেখা গৈছিল ৰাহুল গান্ধীক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 29, 2026
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

March 29, 2026
Next Post
দুৰ্গাৰ অতি প্ৰিয় এই ৪ৰাশি, সকলো দুখ-কষ্টৰ পৰা দুৰ্গাই ৰক্ষা কৰিব এই ৪ৰাশিক

কানাডা ভাৰতৰ নতুন শত্ৰু নেকি? কানাডাত ভাৰতক আক্ৰমণ কৰিবৰ বাবেই কালসৰ্প পুঁহি থকা হৈছে নেকি? ক’ৰ পৰা আৰম্ভ হৈছে ভাৰত-কানাডাৰ বিবাদ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন