• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শিহৰণকাৰী, কোনোমতে প্ৰাণ ৰক্ষা ৫০০ৰো অধিক লোকৰ, ২খন ট্ৰেইনৰ মুখামুখি সংঘৰ্ষ

অতিকে শিহৰণকাৰী, কোনোমতে প্ৰাণ ৰক্ষা ৫০০ৰো অধিক লোকৰ, ২খন ট্ৰেইনৰ মুখামুখি সংঘৰ্ষ

2 years ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

31 minutes ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

2 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

3 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

3 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

4 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

5 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

5 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

6 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

7 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

8 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

9 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে শিহৰণকাৰী, কোনোমতে প্ৰাণ ৰক্ষা ৫০০ৰো অধিক লোকৰ, ২খন ট্ৰেইনৰ মুখামুখি সংঘৰ্ষ

editor by editor
June 2, 2024
in বিবিধ, ভাৰত
0
অতিকে শিহৰণকাৰী, কোনোমতে প্ৰাণ ৰক্ষা ৫০০ৰো অধিক লোকৰ, ২খন ট্ৰেইনৰ মুখামুখি সংঘৰ্ষ
0
SHARES
322
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শিহৰণকাৰী, কোনোমতে প্ৰাণ ৰক্ষা ৫০০ৰো অধিক লোকৰ, ২খন ট্ৰেইনৰ মুখামুখি সংঘৰ্ষ

কয়লা ভৰ্তি ২ খন ৰে’ল থিয় হৈ আছিল। হঠাৎ তাৰেই এখন মালবাহী ট্ৰেইনৰ ইঞ্জিন খুলি হৈ আন এখন মালবাহী ট্ৰেইনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। সেই 0সংঘৰ্ষ ইমানেই প্ৰবল আছিল যে মালবাহী ট্ৰেইনখন ডবাবোৰেৰে সৈতে ৰেল আলীৰ পৰা বাগৰি যায়।

কিছুমান ডবা এটা আনটোৰ ওপৰত উঠি যায়। খুন্দা মৰা ইঞ্জিনটো মালবাহীত খুন্দা মাৰি আকৌ ওলটি গৈ আন এটা ট্ৰেকত পাৰ হৈ যোৱা আম্বালা জম্মু তাৱী যাত্ৰীবাহী ৰে’লচ প্ৰচণ্ড জোৰে খুন্দা মাৰে। সংঘৰ্ষ সংঘটিত হোৱাৰ লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগি যায়।

সৌভাগ্যৰ কথা আছিল যে যাত্ৰীবাহী ট্ৰেইন খনৰ চালকে হঠাতে জৰুৰীকালীন ব্ৰেক লগাই দি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰে। পাইলটৰ বুদ্ধিমত্তাৰ বাবে ৫০০ৰো অধিক লোকৰ প্ৰাণ ৰক্ষা পৰে যদিও দুয়োখন মালবাহী ট্ৰেইনৰ লোকো পাইলট দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়।

আজি দেওবাৰে পুৱা প্ৰায় ৩:৩০ মান বজাত ফাতেহগড় চাহাবৰ ছিৰহিন্দ ৰেলৱে ষ্টেচনৰ পৰা কিছু দূৰৈৰ মাধোপুৰ চৌকী সমীপৰ ডি এফ চি চি ট্ৰেকত সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাত আহত লোকো পাইলটজন হৈছে ছাহাৰানপুৰ (ইউ পি) বাসিন্দা বিকাশ কুমাৰ (৩৭) আৰু ছাহাৰানপুৰ (ইউ পি) বাসিন্দা হিমাংশু কুমাৰ (৩১)। ১০৮ এম্বুলেন্সৰ সহায়ত দুয়োকে অসামৰিক চিকিৎসালয় ফাতেহগড় চাহাবত ভৰ্তি কৰোৱা হয়, পাছে তাৰেই এগৰাকীৰ অৱস্থা গুৰুতৰ হোৱা দেখি চিকিৎসকে পাটিয়ালাৰ ৰাজিন্দ্ৰ হাস্পতাললৈ প্ৰেৰণ কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছিৰহিন্দ ৰে’ল ষ্টেচনৰ নিৰ্দিষ্ট মালবাহী কৰিড’ৰত কয়লা ভৰ্তি এখন মালবাহী ৰে’ল থিয় হৈ আছিল। মাল নমাই ট্ৰেইনখন আগুৱাই নিব লগা হৈছিল যদিও ইফালে পিছফালৰ পৰা একেটা ট্ৰেকতে আন এখন ট্ৰেইন আহি যায়, যিখনে পিছফালৰ পৰা ইতিমধ্যে থিয় হৈ থকা মাল ট্ৰেইনখনৰ লগত খুন্দা মাৰে। ইফালে কলকাতাৰ পৰা জম্মু তাৱীলৈ যোৱা ০৪৬৮১ নম্বৰৰ বিশেষ গ্ৰীষ্মকালীন যাত্ৰীবাহী ৰে’লখন কাষৰীয়া ট্ৰেকৰ পৰা পাৰ হৈ যায় যদিও পাইলটে দুৰ্ঘটনা হোৱা দেখি গতি লেহেমীয়া কৰে।

সৌভাগ্যৰ কথা আছিল যে মাল ট্ৰেইনখনৰ ইঞ্জিন ওলোটা হোৱাৰ লগে লগে যাত্ৰীবাহী ৰেলখনৰ প্ৰথমটো বগীৰ সৈতে খুন্দা খাইছিল আৰু গতি লেহেমীয়া হোৱাৰ বাবে বিশেষ ক্ষতি হোৱা নাছিল। দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে ৰে’লৱেৰ কৰ্মীসকলে সেই স্থানত উপস্থিত হয়। ইঞ্জিনৰ গ্লাছ ভাঙি লোকো পাইলটক উলিয়াই আনি চিকিৎসালয়লৈ লৈ যোৱা হয়। বিকাশৰ মূৰত আঘাত পোৱাৰ লগতে কঁকালত আঘাতপ্ৰাপ্ত হয় হিমাংশু।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: traintrain accidentTrain Collation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন
বাণিজ্য

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

July 17, 2026
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়
জীৱনশৈলী

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

July 17, 2026
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল
জীৱনশৈলী

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

July 17, 2026
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?
প্ৰযুক্তি

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

July 17, 2026
Next Post
গ্ৰহবোৰৰ বিশেষ সংযোগ, চতুৰ্গহী যোগ সংযোগৰ ফলত ধনৰ বৰষুণ হ’ব এই তিনি ৰাশিৰ লোকৰ জীৱনত

গ্ৰহবোৰৰ বিশেষ সংযোগ, চতুৰ্গহী যোগ সংযোগৰ ফলত ধনৰ বৰষুণ হ'ব এই তিনি ৰাশিৰ লোকৰ জীৱনত

হাতেৰেও নহয়, ভৰিৰেও নহয়, বৰঞ্চ বিশেষ অংগৰে টাইপিং কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম ভাৰতীয়ৰ

হাতেৰেও নহয়, ভৰিৰেও নহয়, বৰঞ্চ বিশেষ অংগৰে টাইপিং কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম ভাৰতীয়ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.