• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাতেৰেও নহয়, ভৰিৰেও নহয়, বৰঞ্চ বিশেষ অংগৰে টাইপিং কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম ভাৰতীয়ৰ

হাতেৰেও নহয়, ভৰিৰেও নহয়, বৰঞ্চ বিশেষ অংগৰে টাইপিং কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম ভাৰতীয়ৰ

2 years ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

7 minutes ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

2 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

3 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

4 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

6 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

6 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

6 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

7 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

7 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

8 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

8 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাতেৰেও নহয়, ভৰিৰেও নহয়, বৰঞ্চ বিশেষ অংগৰে টাইপিং কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম ভাৰতীয়ৰ

editor by editor
June 2, 2024
in জীৱনশৈলী, বিজ্ঞান, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
হাতেৰেও নহয়, ভৰিৰেও নহয়, বৰঞ্চ বিশেষ অংগৰে টাইপিং কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম ভাৰতীয়ৰ
0
SHARES
438
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাতেৰেও নহয়, ভৰিৰেও নহয়, বৰঞ্চ বিশেষ অংগৰে টাইপিং কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম ভাৰতীয়ৰ

পৃথিৱীত বেলেগ কিবা এটা কৰিবলৈ মানুহে বিভিন্ন কৌশল গ্ৰহণ কৰে। নিজৰ নামত ৰেকৰ্ড গঢ়িবলৈ বিভিন্ন পন্থা অৱলম্বন কৰে। কোনোবাই যদি দীঘল নখ ৰাখে, কোনোবাই আকৌ দাড়ি- চুলি দীঘল কৰি অভিলেখ গঢ়ে। কোনোৱে আকৌ বহু কষ্টৰ তথা কঠোৰ অভ্যাসৰ ফলত কৰি পেলাই অসাধ্য সাধন।

তেনেই এক কাম কৰিছে এগৰাকী ভাৰতীয় লোকে। লোকগৰাকীয়ে হাত-ভৰি ব্যৱহাৰ নকৰাকৈ শৰীৰৰ আন এক অংগহে ব্যৱহাৰ কৰি টাইপ কৰি অভিলেখ সৃষ্টি কৰিছে।

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি ব্যক্তিগৰাকীয়ে নাকেৰে সৰ্বাধিক বেগেৰে টাইপ কৰাৰ নিজৰেই পূৰ্বৰ অভিলেখ ভংগ কৰিলে। বিনোদ কুমাৰ চৌধুৰী নামৰ ব্যক্তি জনে একেটা বিভাগতে তিনিবাৰকৈ এই অভিলেখ গঢ়িবলৈ চেষ্টা কৰিছিল আৰু প্ৰতিবাৰেই তেওঁ নিজৰ অভিলেখ ভংগ কৰি আন এটা অভিলেখ গঢ়িছিল।

৪৪ বছৰীয়া বিনোদ কুমাৰ চৌধুৰীয়ে প্ৰথমে ২০২৩ চনত ২৭.৮০ ছেকেণ্ডত নাকেৰে টাইপ কৰাৰ অভিলেখ গঢ়িছিল। দ্বিতীয়বাৰত তেওঁ ২৬.৭৩ ছেকেণ্ডৰ সময় লৈছিল। তৃতীয় প্ৰচেষ্টাত বিনোদে পুনৰবাৰ নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰি ২৫.৬৬ ছেকেণ্ডত টাইপিং সম্পূৰ্ণ কৰে।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে বিনোদে নাকেৰে কি-বৰ্ডৰ বুটাম টিপি এৰ পৰা জেডলৈ ইংৰাজী আখৰ টাইপ কৰি আছে। প্ৰতিটো আখৰৰ মাজতো স্পেছ এৰি গৈছে। বিনোদে কয় যে তেওঁৰ অভিলেখ ভংগকাৰী কৃতিত্বৰ বাবেই তেওঁক “টাইপিং মেন অৱ ইণ্ডিয়া” বুলি জনা যায়।

বিনোদে কয় যে তেওঁৰ কাম টাইপিঙৰ সৈতে জড়িত, সেয়েহে তেওঁ এই দিশত ৰেকৰ্ড বনোৱাৰ সিদ্ধান্ত লৈছিল আৰু আজি তেওঁৰ হাতত বহু ৰেকৰ্ড আছে। তেওঁ কয় যে পৰিস্থিতি যিয়েই নহওক কিয়, আমি আমাৰ কাম সম্পূৰ্ণ নিষ্ঠাৰে কৰিব লাগে, ইয়াৰ দ্বাৰা সফলতা লাভ কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Guinness RecordsRecordTypingTyping recordTyping Skillsworld record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ
সমীক্ষণ (আলোচনী)

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

September 26, 2026
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম
বাণিজ্য

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

September 26, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

September 26, 2026
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?
জীৱনশৈলী

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

September 26, 2026
Next Post
পূৰ্বৰ সকলো অভিলেখ ভংগ, বিশ্বৰ সবাতোকৈ ব্যয়বহুল নিৰ্বাচন আনকি আমেৰিকাকো পিছ পেলালে ভাৰতে

পূৰ্বৰ সকলো অভিলেখ ভংগ, বিশ্বৰ সবাতোকৈ ব্যয়বহুল নিৰ্বাচন আনকি আমেৰিকাকো পিছ পেলালে ভাৰতে

বিশ্বৰ কুখ্যাত চিৰিয়েল কিলাৰ, যিয়ে শেষত প্ৰমাণ নোহোৱা কৰিবৰ বাবে গাহৰিক খুৱাই দিছিল মাংস

বিশ্বৰ কুখ্যাত চিৰিয়েল কিলাৰ, যিয়ে শেষত প্ৰমাণ নোহোৱা কৰিবৰ বাবে গাহৰিক খুৱাই দিছিল মাংস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.