• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৰা ৯৫ বছৰীয়া, ইফালে কইনাৰ বয়স ৯০! ৭০ বছৰ লিভ ইন ৰিলেশ্ব্যনচিপত থকাৰ অন্তত বিবাহ, ককা-আইতাক শুভেচ্ছা দেশবাসীৰ

9 months ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

7 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

9 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

10 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

11 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

12 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

13 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

14 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৰা ৯৫ বছৰীয়া, ইফালে কইনাৰ বয়স ৯০! ৭০ বছৰ লিভ ইন ৰিলেশ্ব্যনচিপত থকাৰ অন্তত বিবাহ, ককা-আইতাক শুভেচ্ছা দেশবাসীৰ

দৰা ৯৫ বছৰীয়া, ইফালে কইনাৰ বয়স ৯০! ৭০ বছৰ লিভ ইন ৰিলেশ্ব্যনচিপত থকাৰ অন্তত বিবাহ, ককা-আইতাক শুভেচ্ছা দেশবাসীৰ

editor by editor
June 11, 2025
in জীৱনশৈলী, ভাৰত
0
দৰা ৯৫ বছৰীয়া, ইফালে কইনাৰ বয়স ৯০! ৭০ বছৰ লিভ ইন ৰিলেশ্ব্যনচিপত থকাৰ অন্তত বিবাহ, ককা-আইতাক শুভেচ্ছা দেশবাসীৰ
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আছে ৮ সন্তান৷ সন্তানসকলৰ বয়সো ৫০ পাৰ হৈছে৷ নাতি-নাতিনীসকলৰো বিবাহ প্ৰায়সংখ্যকৰেই সম্পন্ন হৈছে৷ কিন্তু তেতিয়ালৈকে লিভ ইন ৰিলেশ্ব্যনচিপতেই আছে ককাক-আইতাক৷ অৰ্থাৎ ৭০ বছৰ ধৰি লিভ ইন ৰিলেশ্ব্যনচিপত থকাৰ পাছত অৱশেষত বিয়াত বহিল নব্বৈৰ ঘৰ গৰকা ককা-আইতাই৷

বিবাহ মানে ধুমধামেৰেই বিবাহ৷ আহিল ডি জে, মাইক সকলো৷ সমগ্ৰ গাওঁবাসীক মাতি বৰভোজ পাতি বিবাহ সম্পন্ন কৰিলে ৰামাভাই খাৰাৰি আৰু জিওৱালী দেৱীয়ে৷ ৰাজস্থানৰ ডুঙাৰপুৰ জিলাৰ বাসিন্দা দুয়ো৷ এগৰাকীৰ বয়স ৯৫ বছৰ আৰু আনগৰাকীৰ বয়স ৯০ বছৰ৷ দীৰ্ঘ ৭০ বছৰ একেলগে আছে তেওঁলোক৷ অথচ ইমান দিনে একেলগে থাকিও দুয়োৱে বিবাহ কৰোৱা নাছিল৷ শেষ জীৱনতহে তেওঁলোকে বিবাহৰ সিদ্ধান্ত লয়৷ এই বিবাহত আপত্তি নাই কৰা ৪ সন্তান আৰু নাতি-নাতিনীয়েও৷

বৃদ্ধ-বৃদ্ধাৰ ইচ্ছা জনাৰ পাছতেই দেৰী নকৰিলে পুত্ৰ কন্যাই৷ বিবাহৰ সমস্ত আচাৰ অনুষ্ঠান পালন কৰা হয়৷ সমগ্ৰ গাওঁবাসীকেই বিবাহৰ বাবে আমন্ত্ৰণো জনোৱা হয়৷ বৃদ্ধ-বৃদ্ধাৰ এগৰাকী পুত্ৰ কান্তিলাল খাৰাৰিয়ে কয়, তেওঁলোকে বিবাহৰ ইচ্ছা প্ৰকাশ কৰিছে৷ পৰিয়ালৰ কাৰোৱে বাধা নাই৷ আমি সমূহ নিয়ম পালন কৰিছো৷ সমগ্ৰ গাওঁবাসী বিবাহৰ অনুষ্ঠানত উপস্থিত আছিল৷ সকলোৱেই খুব সুখী৷’ তেওঁলোকৰ বিবাহৰ ভিডিঅ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

কোনে প্ৰথমে আঘাত কৰিছিল ৰাজাক? সোনমৰ নিৰ্দেশতেই আঘাত হানিছিল ছুপাৰি কিলাৰে, সোনমে ৰেডী ৰাখিছিল আন এটা প্লেনো, কি এই প্লেন B?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন