বলীউড অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজকুণ্ড্ৰাক আটক মুম্বাই আৰক্ষীৰ। নীলা ছবি নির্মাণ কৰাৰ অভিযোগত অভিযুক্ত ৰাজকুণ্ড্ৰা। লগতে ছ’চিয়েল মিডিয়াৰ যোগেদিও নীলা ছবি বিক্ৰী কৰাৰো অভিযোগ আছে ৰাজকুণ্ড্ৰাৰ বিৰুদ্ধে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ