• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰহস্যময়ী ৰোগে আগুৰি ধৰিছে জম্মু, ৪৪ দিনত ৩ টা পৰিয়ালৰ ১৭ৰ অকাল মৃত্যু

1 year ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

10 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

11 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

12 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

13 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

14 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

15 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

16 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰহস্যময়ী ৰোগে আগুৰি ধৰিছে জম্মু, ৪৪ দিনত ৩ টা পৰিয়ালৰ ১৭ৰ অকাল মৃত্যু

editor by editor
January 20, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ৰহস্যময়ী ৰোগে আগুৰি ধৰিছে জম্মু, ৪৪ দিনত ৩ টা পৰিয়ালৰ ১৭ৰ অকাল মৃত্যু
0
SHARES
371
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰহস্যময়ী ৰোগে আগুৰি ধৰিছে জম্মু, ৪৪ দিনত ৩ টা পৰিয়ালৰ ১৭ৰ অকাল মৃত্যু

জম্মু-কাশ্মীৰৰ বদ্দাল গাঁৱত বিগত ৪৪ দিনত তিনিটা পৰিয়ালৰ ১২টা শিশুসহ মুঠ ১৭জন লোকৰ সন্দেহজনক পৰিস্থিতিত মৃত্যু হৈছে। এই ঘটনাই গাঁওখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰহস্যময়ী ৰোগৰ বাবে এতিয়া আতংকৰ গাঁওখনৰ জনতা।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশমৰ্মে এই বিষয়টোৰ তদন্তৰ বাবে আন্তঃমন্ত্ৰালয়ৰ এটা দলো গঠন কৰা হৈছে, যাৰ ফলত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে। ঘটনাৰ কাৰণ জানিবলৈ এই দলটোৱে কেইবাজনো বিশেষজ্ঞৰ সৈতে সেই স্থানত উপস্থিত হৈছে।

গাঁওখনত শিশুকে ধৰি একেটা পৰিয়ালৰ কেইবাজনো সদস্যৰ মৃত্যুৰ ফলত স্থানীয় ৰাইজ স্তম্ভিত আৰু চিন্তিত হৈ পৰিছে। এতিয়ালৈকে তদন্তত মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই, যাৰ বাবে সন্দেহ আৰু আশংকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

মৰোত্তৰ পৰীক্ষাতো একো বিশেষ প্ৰকাশ নোপোৱাত এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিষয়টো গুৰুত্বসহকাৰে লৈছে, তদন্তৰ বাবে বিশেষজ্ঞৰ এটা দল প্ৰেৰণ কৰিছে গাঁওখনলৈ। দলটোৱে এই মৃত্যুৰ কোনো কাৰণ আছে নে প্ৰাকৃতিক কাৰণত মৃত্যু হৈছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: jammujammu and kashmir
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
সকলো ঠিকে থাকিলে অৰুণাচলৰ জোঁৱাই হ’ব বিগ বছ ১৮ৰ বিজেতা

সকলো ঠিকে থাকিলে অৰুণাচলৰ জোঁৱাই হ'ব বিগ বছ ১৮ৰ বিজেতা

দেশবাসীৰ আগত প্ৰশংসা ৰিক্সাচালক আহমেদ আলীৰ, গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বিশেষ অতিথি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন