• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাখীৰ অভিযোগ গৰ্ভস্থ সন্তানক আদিলেই নষ্ট কৰিছিল, আদিলে কাৰাগাৰৰ পৰা মুকলি হৈ ক’লে ৰাখীৰ জৰায়ুৱেই নাই, কেনেকৈ ৰাখী গৰ্ভৱতী হ’ব? বলীউডত এতিয়া কেৱল ড্ৰামাকুইনৰ চৰ্চা

ৰাখীৰ অভিযোগ গৰ্ভস্থ সন্তানক আদিলেই নষ্ট কৰিছিল, আদিলে কাৰাগাৰৰ পৰা মুকলি হৈ ক’লে ৰাখীৰ জৰায়ুৱেই নাই, কেনেকৈ ৰাখী গৰ্ভৱতী হ’ব? বলীউডত এতিয়া কেৱল ড্ৰামাকুইনৰ চৰ্চা

3 years ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

5 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

1 hour ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

2 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

10 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

11 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

11 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

12 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

12 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

14 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

15 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

16 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ৰাখীৰ অভিযোগ গৰ্ভস্থ সন্তানক আদিলেই নষ্ট কৰিছিল, আদিলে কাৰাগাৰৰ পৰা মুকলি হৈ ক’লে ৰাখীৰ জৰায়ুৱেই নাই, কেনেকৈ ৰাখী গৰ্ভৱতী হ’ব? বলীউডত এতিয়া কেৱল ড্ৰামাকুইনৰ চৰ্চা

editor by editor
August 23, 2023
in Uncategorized, জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, ভাৰত
0
ৰাখীৰ অভিযোগ গৰ্ভস্থ সন্তানক আদিলেই নষ্ট কৰিছিল, আদিলে কাৰাগাৰৰ পৰা মুকলি হৈ ক’লে ৰাখীৰ জৰায়ুৱেই নাই, কেনেকৈ ৰাখী গৰ্ভৱতী হ’ব? বলীউডত এতিয়া কেৱল ড্ৰামাকুইনৰ চৰ্চা
0
SHARES
581
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাখী স্বাৱন্ত বলীউডৰ ড্ৰামা কুইন। ৰাখীৰ জীৱনত ঘটনাৰ অন্ত নাই। প্ৰেমৰ পৰা বিয়া, তাৰপিছতেই অন্তঃসত্ত্বা হোৱা সকলোবোৰেই তাৎক্ষণিকভাৱে ঘটিছিল ৰাখীৰ জীৱনত। তাৰপিছতেই সেই বিবাহ ভাঙি যায় ৰাখীৰ। বিবাহ ভঙাতেই কাহিনী শেষ নহয়। স্বামী আদিলৰ ওপৰত কেইবাটাও অভিযোগ আনে ৰাখীয়ে। তাৰপিছতেই আদিলৰ ৬ মাহ কাৰাবাসৰ শাস্তি। কিছুদিন পূৰ্বে কাৰাবাসৰ শাস্তি শেষ হৈ মুক্ত আকাশৰ তললৈ আহিছে ৰাখীৰ স্বামী আদিল। আদিল মুকলি হৈয়েই এখনৰ পাছত আনখন সংবাদমেল পাতি ৰাখীৰ বিৰুদ্ধে আনিছে কেইবাটাও অভিযোগ।

আদিলে ফাদিল কৰিছে এটাৰ পাছত আনটো বিস্ফোৰক তথ্য। আদিলে তথ্যসহ অভিযোগ দিয়াৰ পাছতেই ৰাখীও পিছপৰি থকা নাই। ৰাখীয়েও আদিলৰ বিৰুদ্ধে আনিছে প্ৰতি অভিযোগ। স্বামী আদিলে ৰাখীৰ নগ্ন ভিডিঅ’ নিৰ্মাণ কৰি লাখ লাখ টকাত বিক্ৰি কৰিছে বুলি অভিযোগ আনিছে ৰাখীয়ে। আদিলৰ সৈতে বিবাহিত জীৱনত ধৰ্ষণৰো বলি হোৱা বুলি প্ৰকাশ কৰিছে ৰাখীয়ে। বিগত বৰ্ষত জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিছিল ৰাখীয়ে। বিগত বৰ্ষৰ মে মাহত আদিল ডুৰানীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰাখী। বিবাহৰ কিছু দিন আগৰে পৰাই ৰাখীৰ সৈতে ছাঁৰ দৰে লাগি আছিল মহীশূৰৰ ব্যৱসায়ী আদিল খান ডুৰানী। ৰাখীৰ সকলো সুখ দুখ, মান অভিমান সামৰি দুয়োৰে প্ৰেম আগবাঢ়িছিল। প্ৰেমৰ বাবেই ৰাখী আৰু আদিলে ধৰ্মক প্ৰাধান্য নিদি বিবাহপাশত আৱদ্ধ হয়। আদিল ৰাখীয়ে ইছলাম ধৰ্ম মানি বিয়াত বহে। আদিলৰ বাবেই ৰাখীয়ে ইছলাম কবুল কৰে।

বিবাহৰ পাছতেই ৰাখীয়ে আদিলে বিচৰাধৰণে মাৰ্জিত পোছাক পিন্ধাৰ ওপৰিও মাজে মাজে বোৰ্খা পিন্ধি ৰোজা ৰাখি সংবাদমাধ্যমৰ আগত বিভিন্ন মন্তব্যও কৰে। কিন্তু বিবাহৰ খবৰ ভাইৰেল হোৱাৰ কেইমাহ মান পাছতেই ৰাখী আৰু আদিলৰ মাজত সংঘাত আৰম্ভ হ’ল। স্বামীৰ বিৰুদ্ধে ৰাখীয়ে গাৰ্হস্থ্য হিংসাৰ পৰা প্ৰতাৰণাসহ কেইবাটাও অভিযোগ আনে। তাৰপিছতেই ৰাখীয়ে কাষ চাপে আৰক্ষীৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আদিল খান ডুৰাণীক। ৭ ফেব্ৰুৱাৰীত কাৰাগাৰ যাত্ৰা আদিলৰ। ৬মাহ কাৰাগাৰত থকাৰ পাছত ২১ আগষ্টত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে আদিলে।

আদিলে মুকলি হৈয়েই ৰাখীৰ বিৰুদ্ধে কেইবাটাও প্ৰমাণ লৈ সংবাদমাধ্যমৰ আগত ৰাখীৰ বিৰুদ্ধে মন্তব্য ৰাখিছে। এটাৰ পিছত আনটো অভিযোগ আনিছে ৰাখীৰ বিৰুদ্ধে। প্ৰথমেই আদিলৰ দাবী, ৰাখী প্ৰতাৰক। ৰাখীক কোনো কাৰণতে বিশ্বাসত ল’ব নালাগে। আদিলে সংবাদমেলত কয়, ‘ৰাখী অতি বিপজ্জনক মহিলা। মহিলা কমিছন, নাৰী সুৰক্ষা আইনৰ কান্ধত উঠি ৰাখীয় যিকোনো কামেই কৰিব পাৰে। ৰাখীয়েহে মোৰ নগ্ন ভিডিঅ শ্বুট কৰিছে। মোক মাদক দ্ৰৱ্য খুওৱাই বিভিন্ন কথা সুধি ভিডিঅ প্ৰস্তুত কৰিছে।’ আৰ্থিক লেনদেনৰ বিষয়টোক লৈয়ো মন্তব্য ৰাখিছে আদিলে। আদিলে কয়, ‘ইৰানী নাৰীক ৰাখীয়ে ধন দি মোৰ বিৰু্দ্ধে ধৰ্ষণৰ মিছা অভিযোগ অনাইছিল। ৰাখী এনে এগৰাকী নাৰী যিয়ে মাকৰ কৰ্কটৰ অজুহাত দেখুৱাই বহুতৰে পৰা ধন সংগ্ৰহ কৰিছিল। শ্ব’ কৰাৰ বাবে বহুতৰ পৰা ধন লৈ সেই শ্ব’ত অংশগ্ৰহণো কৰা নাছিল।’

আদিলৰ এইসমূহ অভিযোগৰ পাছতেই ৰাখীয়েও আনিছে কেইবাটাও অভিযোগ। ৰাখীয়ে আদিলৰ বিৰুদ্ধে অভিযোগ আনি কয়, ‘আদিল কাৰাগাৰত যোৱাৰ পূৰ্বে মই অন্তঃসত্ত্বা আছিলো। কিন্তু আদিলে মোৰ পেটৰ লথিয়াই সন্তানটো নষ্ট কৰিলে।’ ৰাখীৰ এই অভিযোগৰ উত্তৰ আদিলে দিছে। আদিলে ৰাখীৰ এই অভিযোগৰ উত্তৰত কয়, ‘ৰাখী অন্তঃসসত্ত্বা কাহানিও হোৱা নাই। ৰাখী মাতৃ হ’ব নোৱাৰেই। কাৰণ ৰাখীৰ জৰায়ুয়েই নাই।’

সামাজিক মাধ্যমত এতিয়া ৰাখী আৰু আদিলৰ অভিযোগ প্ৰতিঅভিযোগৰ বিভিন্ন ভিডিঅ ভাইৰেল হৈ পৰিছে। ৰাখীৰ এটা ভিডিঅ’ত দেখা গৈছে ৰাখীয়ে এগৰাকী চিকিৎসকৰ লগত কথা পাতি আছে। চিকিৎসকক ৰাখীয়ে প্ৰশ্ন কৰিছে, তেওঁ মাতৃ হোৱাত কি কি প্ৰতিবন্ধকতা আছে। চিকিৎসকেও তেতিয়া ৰাখীক উদ্দেশ্যি কৈছে যে ৰাখীয়েতো কেইবাবছৰ পূৰ্বেই ডিম্বানুৰ সংৰক্ষণ কৰি থৈছে। জৰায়ুৰ অস্ত্ৰোপছাৰ হোৱাটো সঁচা কথা কিন্তু অস্ত্ৰোপছাৰত ৰাখীৰ জৰায়ু আঁতৰাই দিয়া হোৱা নাছিল। ফাইব্ৰয়েডসমূহহে আঁতৰোৱা হৈছিল। এইসমূহ জনাইয়েই ৰাখী শান্ত হোৱা নাই। এইবাৰ ৰাখীয়ে আনিছে নতুন এটা অভিযোগ। সেই অভিযোগ মতে ৰাখীৰ নগ্ন ভিডিঅ নিৰ্মাণ কৰি আদিলে পৰ্ণ চাইটত বিক্ৰি কৰিছিল। এটা এটা ভিডিঅ আদিলে ৪৭ৰ পৰা ৫০ লাখ টকাত বিক্ৰি কৰাৰ অভিযোগ আনিছে ৰাখীয়ে। মধুচন্দ্ৰিকাত যাওঁতে এই ভিডিঅ’ নিৰ্মাণ কৰিছিল আদিলে। আৰু সেই ভিডিঅ’ আৰৱী কাৰোবাক বিক্ৰি কৰিছে আদিলে। এইবোৰৰ ওপৰিও আদিলে ধৰ্ষণ কৰিছিল বুলিও অভিযোগ ৰাখীৰ। এই অভিযোগ প্ৰতিঅভিযোগত ৰাখীৰ কাষত থিয় দিছে তেওঁৰ পূৰ্বৰ স্বামী ৰীতেশে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

July 22, 2026
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 22, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
Next Post
চন্দ্ৰলোকত অৱতৰণৰ বাবে কিয় বুধবাৰৰ সন্ধিয়াকেই বাছি লৈছে ইছৰোই? ৰহস্য লুকাই আছে দিন ৰাতিৰ হিচাপত

চন্দ্ৰলোকত অৱতৰণৰ বাবে কিয় বুধবাৰৰ সন্ধিয়াকেই বাছি লৈছে ইছৰোই? ৰহস্য লুকাই আছে দিন ৰাতিৰ হিচাপত

চন্দ্ৰযান-২ আৰু চন্দ্ৰযান-৩ উৎক্ষেপণত নিধি জড়িত হৈ আছে, ইছৰোৰ বিজ্ঞানী অসমৰ বোৱাৰী নিধি শৰ্মাৰ কথা আজিও নাজানে বহুতেই

চন্দ্ৰযান-২ আৰু চন্দ্ৰযান-৩ উৎক্ষেপণত নিধি জড়িত হৈ আছে, ইছৰোৰ বিজ্ঞানী অসমৰ বোৱাৰী নিধি শৰ্মাৰ কথা আজিও নাজানে বহুতেই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.