• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোটা অংকৰ ধনৰ বিনিময়ত ‘নগ্ন ভিডিঅ’ বিক্ৰি কৰে আদিলে! স্বামী আদিলৰ বিৰুদ্ধে ছাইবাৰ ক্ৰাইম শাখাত ৰাখীৰ গোচৰ

মোটা অংকৰ ধনৰ বিনিময়ত ‘নগ্ন ভিডিঅ’ বিক্ৰি কৰে আদিলে! স্বামী আদিলৰ বিৰুদ্ধে ছাইবাৰ ক্ৰাইম শাখাত ৰাখীৰ গোচৰ

3 years ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

33 minutes ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

1 hour ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

10 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

10 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

11 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

12 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

13 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

13 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

13 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

14 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

15 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মোটা অংকৰ ধনৰ বিনিময়ত ‘নগ্ন ভিডিঅ’ বিক্ৰি কৰে আদিলে! স্বামী আদিলৰ বিৰুদ্ধে ছাইবাৰ ক্ৰাইম শাখাত ৰাখীৰ গোচৰ

editor by editor
February 10, 2023
in অপৰাধ, চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
মোটা অংকৰ ধনৰ বিনিময়ত ‘নগ্ন ভিডিঅ’ বিক্ৰি কৰে আদিলে! স্বামী আদিলৰ বিৰুদ্ধে ছাইবাৰ ক্ৰাইম শাখাত ৰাখীৰ গোচৰ
0
SHARES
17.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ স্বামী আদিল খানৰ বিৰুদ্ধে এটাৰ পাছত আনটো বিস্ফোৰক অভিযোগ আনিছে ৰাখী সাৱন্তে। কেতিয়াবা যদি মাৰধৰ, কেতিয়াবা ধন হৰলুকি কেতিয়াবা আকৌ যৌন আতিহায্য চলোৱাৰো অভিযোগ আনিছে ৰাখীয়ে।

এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত ৰাখীয়ে দিয়া সাক্ষাৎকাৰত কয়, ‘মোৰ নগ্ন ভিডিঅ’ শ্বুট কৰিছে আদিলে। আৰু সেই ভিডিঅ’টো মোটা অংকৰ ধনৰ বিনিময়ত বিক্ৰিও কৰিছে। মই ছাইবাৰ ক্ৰাইম শাখাতো অভিযোগ দাখিল কৰিছো। আদিলে শাস্তি পাবই।’ কেৱল এই অভিযোগেই নহয়। ৰাখিয়ে আদিলক বিবাহ বহিঃৰ্ভূত সম্পৰ্ক ৰখাৰ কথাও সংবাদমাধ্যমৰ আগত উল্লেখ কৰিছে। তনু নামৰ মহিলাৰ সৈতে সম্পৰ্ক থকাৰ কথা উল্লেখ কৰিছে ৰাখীয়ে। সাক্ষাৎকাৰটোত এই কথা প্ৰকাশ কৰিবলৈ গৈ ৰাখীয়ে কয়, ‘আদিলে মোক বিশ্বাসঘাতকতা কৰিছে। তাক মই নেৰো।’

আনহাতে বৃহস্পতিবাৰে সংবাদমাধ্যমৰ সন্মুখত ৰাখীয়ে কয় যে, আদিলৰ মাকে ৰাখীক ফোন কৰিছিল। তেওঁ কয় যে আদিল সৰু লৰা তাক আৰু শাস্তি দিব নালাগে। শাহুৱেকৰ ফোন পোৱা মাত্ৰকেই খঙত জকি উঠিছে ৰাখী। আদিল এতিয়া সৰু লৰা নহয়। ৩০ বছৰীয়া মানুহ এজন সৰু লৰা হ’ব নোৱাৰে। বিগত ৭ মাহ ধৰি আদিলে ৰাখীক অত্যাচাৰ চলাই আহিছে। এয়া শিশুক কাৰ্যকলাপ হ’ব নোৱাৰে।

উল্লেখ্য যে, আদিলৰ বাবেই ৰাখীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। কিন্তু আদিলেই ৰাখীক স্বীকৃতি দিব বিচৰা নাই। কিছুদিন পূৰ্বে মাতৃকো হেৰুৱাইছে ৰাখীয়ে। সেই সময়লৈ ৰাখীৰ কাষতেই আছিল আদিল। কিন্তু তাৰ কেইটামান দিন পাছতেই ৰাখীয়ে সংবাদমাধ্যমৰ আগত আদিলৰ বিৰুদ্ধে অভিযোগ অনা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

March 30, 2026
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

March 30, 2026
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ
জীৱনশৈলী

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

March 29, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

March 29, 2026
Next Post
ৰাজ্যৰ শিক্ষকসকললৈ আন এটা ভালখবৰ, নিয়মীয়াকৰণ কৰা হ’ব এইসকল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

ৰাজ্যৰ শিক্ষকসকললৈ আন এটা ভালখবৰ, নিয়মীয়াকৰণ কৰা হ’ব এইসকল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

PMAY-ৰ কৃপাতেই সাৰ্থক হ’ল প্ৰেম! প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তি লৈয়েই প্ৰেমিকৰ সৈতে উধাও হ’ল মহিলা…

PMAY-ৰ কৃপাতেই সাৰ্থক হ’ল প্ৰেম! প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তি লৈয়েই প্ৰেমিকৰ সৈতে উধাও হ’ল মহিলা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.