• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PMAY-ৰ কৃপাতেই সাৰ্থক হ’ল প্ৰেম! প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তি লৈয়েই প্ৰেমিকৰ সৈতে উধাও হ’ল মহিলা…

PMAY-ৰ কৃপাতেই সাৰ্থক হ’ল প্ৰেম! প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তি লৈয়েই প্ৰেমিকৰ সৈতে উধাও হ’ল মহিলা…

4 years ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

16 minutes ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

59 minutes ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

2 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

2 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

3 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

4 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

17 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

17 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

17 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

PMAY-ৰ কৃপাতেই সাৰ্থক হ’ল প্ৰেম! প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তি লৈয়েই প্ৰেমিকৰ সৈতে উধাও হ’ল মহিলা…

editor by editor
February 10, 2023
in অপৰাধ, জীৱনশৈলী, ভাৰত
0
PMAY-ৰ কৃপাতেই সাৰ্থক হ’ল প্ৰেম! প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তি লৈয়েই প্ৰেমিকৰ সৈতে উধাও হ’ল মহিলা…
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (PMAY) কৃপাতেই সাৰ্থক হ’ল প্ৰেম৷ একাউণ্টত ধন সোমোৱা মাত্ৰকেই প্ৰেমিকৰ সৈতে পলাল এগৰাকী মহিলা৷ ঘৰৰ বাবদ সোমোৱা প্ৰথম কিস্তিৰ ৫০ হাজাৰ টকা লৈ প্ৰেমিকৰ সৈতে পলায়ন কৰিছে মহিলাগৰাকীয়ে৷ ধন সোমোৱা সত্ত্বেও ঘৰৰ কাম আৰম্ভ নোহোৱাৰ চৰকাৰী প্ৰতিনিধিয়ে নিৰীক্ষণৰ বাবে উপস্থিত হোৱাত পোহৰলৈ আহিছে সমগ্ৰ তথ্য৷ এটা দুটা নহয় চাৰিজন ব্যক্তিয়েই এতিয়া প্ৰশাসনৰ ৰোষত পৰিছে পত্নীসকলৰ বাবেও৷ ধন একাউণ্টত সোমোৱা মাত্ৰকেই প্ৰেমীকৰ সৈতে উধাও হৈছে এই ৪ মহিলা৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত নিম্ন আয়ৰ নাগৰিকসকলে ঘৰ নিৰ্মাণৰ বাবে অনুদান লাভ কৰে৷ কেন্দ্ৰৰ এই প্ৰকল্প অনুযায়ী স্বামী-স্ত্ৰীৰ যৌথ একাউণ্টত এই ধন দিয়া হয়৷ তেনেদৰেই উত্তৰপ্ৰদেশৰ এই চাৰিটা একাউণ্টতো সোমাইছিল ধন৷ প্ৰথম কিস্তিতেই দিয়া হয় ৫০ হাজাৰ টকা৷ অভিযোগ অনুসৰি চাৰি মহিলাই বিবাহ বহিৰ্ভূত সম্পৰ্কত আছিল৷ জয়েণ্ট একাউণ্টত আৱাস যোজনাৰ ধন সোমোৱা মাত্ৰকেই সেই ধন উলিয়াই নিছিল চাৰি যুৱতীয়ে৷ স্বামীৰ অজ্ঞাতেই এই কাৰ্য কৰিছিল ৪ মহিলাই৷

ঘৰ নিৰ্মাণ নোহোৱাতহে ধন উলিয়াই নিয়াৰ কথা গম পায় ৪ গৰাকী স্বামীয়ে৷ ইফালে প্ৰথম কিস্তিৰ ধন নোসোমালে দ্বিতীয় কিস্তিৰ ধনো লাভ নকৰে হিতাধিকাৰীসকলে৷ সেয়ে এইবাৰ ভুক্তভূগী স্বামীয়ে প্ৰশাসনক অনুৰোধ জনাইছে যাতে দ্বিতীয় কিস্তিৰ ধন কোনো কাৰণতে আৰু সেই একাউণ্টত সোমোৱাই নিদিয়ে৷ ইপিনে প্রশাসনেও সমগ্ৰ বিষয়টোক লৈ কেনেকৈ মহিলা ৪ গৰাকীৰ পৰা ধনখিনি উদ্ধাৰ কৰিব পাৰি সেই সম্পৰ্কে চিন্তা-চৰ্চা কৰা বুলিও প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?
জীৱনশৈলী

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

September 21, 2026
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ
জীৱনশৈলী

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

September 21, 2026
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!
জীৱনশৈলী

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

September 21, 2026
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

September 21, 2026
Next Post
এয়াই ভাৰতীয় সংস্কৃতি! ধ্বংসস্তুপৰ পৰা তুৰ্কী মহিলাক উদ্ধাৰ ভাৰতীয় জোৱানৰ, কৃতজ্ঞতাত ভাৰতীয় জোৱানক আঁকি দিছে চেনেহ চুম্বন, ভাইৰেল ছবি…

এয়াই ভাৰতীয় সংস্কৃতি! ধ্বংসস্তুপৰ পৰা তুৰ্কী মহিলাক উদ্ধাৰ ভাৰতীয় জোৱানৰ, কৃতজ্ঞতাত ভাৰতীয় জোৱানক আঁকি দিছে চেনেহ চুম্বন, ভাইৰেল ছবি...

পাঠান সফল! মুম্বাইৰ অভিজাত এলেকাত ঘৰ ক্ৰয় শ্বাহৰুখৰ মেনেজাৰৰো…

পাঠান সফল! মুম্বাইৰ অভিজাত এলেকাত ঘৰ ক্ৰয় শ্বাহৰুখৰ মেনেজাৰৰো...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.