• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু ধৰ্ম ৰাখী স্বাৱন্তে কিয় ত্যাগ কৰিলে? কিয় ইছলাম ধৰ্ম ল’লে ড্ৰামাকুইন ৰাখীয়ে?

হিন্দু ধৰ্ম ৰাখী স্বাৱন্তে কিয় ত্যাগ কৰিলে? কিয় ইছলাম ধৰ্ম ল’লে ড্ৰামাকুইন ৰাখীয়ে?

3 years ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

37 seconds ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

48 minutes ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

2 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

2 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

3 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

4 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

6 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

6 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

7 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

7 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

8 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

হিন্দু ধৰ্ম ৰাখী স্বাৱন্তে কিয় ত্যাগ কৰিলে? কিয় ইছলাম ধৰ্ম ল’লে ড্ৰামাকুইন ৰাখীয়ে?

editor by editor
September 1, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
হিন্দু ধৰ্ম ৰাখী স্বাৱন্তে কিয় ত্যাগ কৰিলে? কিয় ইছলাম ধৰ্ম ল’লে ড্ৰামাকুইন ৰাখীয়ে?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ স্বামী আদিল ডুৰানীৰ সৈতে সম্পৰ্কত ফাট মেলিছে। এজনে আনজনৰ ওপৰত আনিছে এটাৰ পাছত আনটো অভিযোগ। এইসমূহৰ মাজতেই শান্তি বিচাৰি উমৰাহ হজ কৰিবলৈ ছৌদি আৰৱলৈ ৰাখীয়ে যাত্ৰা কৰিছে। হজৰ পৰা উভটি আহিয়েই ৰাখীয়ে সংবাদমাধ্যমৰ আগত কৰিছে কেইবাটাও বিশেষ মন্তব্য। মক্কা-মদিনাৰ পৰা ওভতি আহিয়েই সলনি হৈছে ৰাখীৰ জীৱনশৈলী। নিজৰ নামো সলনি কৰি লৈছে ৰাখীয়ে। তেওঁৰ নতুন নাম ফাতেমা বুলি জনাইছে ৰাখীয়ে।

বিমান বন্দৰত বোৰ্খা পৰিহিতা ৰাখীক সংবাদকৰ্মীয়ে সোধা প্ৰশ্নৰ উত্তৰত ৰাখীয়ে কোৱা প্ৰত্যেকটো কথাই লাভ কৰিছে চৰ্চা। সাংবাদিকে সুধিছিল, ৰাখীয়ে কিয় হিন্দু ধৰ্ম এৰি ইছলাম ধৰ্ম বাচি ল’লে? হিন্দু ধৰ্মক ৰাখীয়ে কি বেয়া পালে? এই প্রশ্নৰ উত্তৰত ৰাখীয়ে কয়, ‘হিন্দু ধৰ্মত থাকি মই একো বেয়া পোৱা নাছিলো। মই যিহেতু এজন মুছলমান ব্যক্তিক বিয়া কৰাইছিলো সেয়ে ধৰ্ম সলনি কৰিলো। বিবাহৰ বাবেই মই ধৰ্ম পৰিবৰ্তন কৰিলো।’

ৰাখী আৰু আদিলৰ বিবাহৰ খবৰ ভাইৰেল হোৱাৰ পাছৰে পৰা একাধিকবাৰ বোৰ্খা পিন্ধা দেখা গৈছে ৰাখীক। তাৰপিছত অৱশ্যে নিজৰ সচৰাচৰ ৰূপতো দেখা গৈছে ৰাখীক। সম্প্ৰতি আদিলৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰেহে বিশেষভাৱে প্ৰচাৰ লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ
ভাৰত

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

March 20, 2026
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা
জীৱনশৈলী

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

March 20, 2026
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!
জীৱনশৈলী

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

March 20, 2026
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী
বিনোদন

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

March 20, 2026
Next Post
সূৰ্য অভিযানেই শেষ নহয়! আদিত্য L-1 উৎক্ষেপণৰ ২৪ ঘণ্টাৰ পূৰ্বে বৃহৎ ঘোষণা ইছৰো প্রধান সোমনাথৰ

সূৰ্য অভিযানেই শেষ নহয়! আদিত্য L-1 উৎক্ষেপণৰ ২৪ ঘণ্টাৰ পূৰ্বে বৃহৎ ঘোষণা ইছৰো প্রধান সোমনাথৰ

সুৰুযমুখী স্বপ্ন! চন্দ্ৰত নমাৰ ১০ দিন পাছতেই সৌৰ অভিযান ইছৰোৰ, ইছৰোৱে জনালে এই অভিযানৰ সবিশেষ তথ্য

সুৰুযমুখী স্বপ্ন! চন্দ্ৰত নমাৰ ১০ দিন পাছতেই সৌৰ অভিযান ইছৰোৰ, ইছৰোৱে জনালে এই অভিযানৰ সবিশেষ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.