ৰাষ্ট্ৰপতি কোবিন্দৰ দৰমহা মাহে ৫ লাখ। তাৰে আঢ়ৈ লাখ কৰ আদায় দিয়ে ৰাষ্ট্ৰপতিয়ে। শিক্ষকৰ আয় আমাতকৈ বেছি বুলি মন্তব্য ৰাষ্ট্ৰপতিৰ। ৰাষ্ট্ৰপতিৰ মন্তব্যক লৈ চলিছে আলোচনা।