• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্তঃসত্ত্বা দীপিকাৰ সৈতে সম্পৰ্ক শেষ নেকি ৰণবীৰৰ? ইনষ্টাৰ পৰা ৰণবীৰে ডিলিট কৰিলে দীপিকাৰ সৈতে বিবাহৰ ফটো

2 years ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

15 minutes ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

39 minutes ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

1 hour ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

2 hours ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

3 hours ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

4 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

5 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অন্তঃসত্ত্বা দীপিকাৰ সৈতে সম্পৰ্ক শেষ নেকি ৰণবীৰৰ? ইনষ্টাৰ পৰা ৰণবীৰে ডিলিট কৰিলে দীপিকাৰ সৈতে বিবাহৰ ফটো

অন্তঃসত্ত্বা দীপিকাৰ সৈতে সম্পৰ্ক শেষ নেকি ৰণবীৰৰ? ইনষ্টাৰ পৰা ৰণবীৰে ডিলিট কৰিলে দীপিকাৰ সৈতে বিবাহৰ ফটো

editor by editor
May 8, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা
0
অন্তঃসত্ত্বা দীপিকাৰ সৈতে সম্পৰ্ক শেষ নেকি ৰণবীৰৰ? ইনষ্টাৰ পৰা ৰণবীৰে ডিলিট কৰিলে দীপিকাৰ সৈতে বিবাহৰ ফটো
0
SHARES
284
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মঙলবাৰে বিয়লি ৰণবীৰ সিঙে তেওঁৰ ইনষ্টাগ্ৰামৰ পৰা বিবাহৰ সকলো ফটো ডিলিট কৰিছে৷ ৰণবীৰৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ পৰা দীপিকাৰ ফটো ডিলিটক লৈ এতিয়া গৰম বলীউড৷ অন্তঃসত্ত্বা দীপিকাৰ সৈতে ৰণবীৰৰ সম্পৰ্ক শেষ হ’ল নেকি? দীপবীৰ অনুৰাগীয়ে কৰিছে এটাৰ পাছত আনটো পোষ্ট৷ ফেব্ৰুৱাৰী মাহত দীপিকা-ৰণবীৰ দুয়োৱে যৌথভাৱে পৰিয়াললৈ নতুন সদস্যৰ আগমণৰ কথা নিজেই জনাইছিল৷ তাৰপাছতেই এইবাৰ ৰণবীৰৰ একাউণ্টৰ পৰা দীপিকাৰ সকলো ফটো ডিলিটক কেন্দ্ৰ কৰি আৰম্ভ হৈছে চৰ্চা৷

একাংশ অনুৰাগীয়ে কৈছে, ৰণবীৰৰ ইনষ্টা একাউণ্ট হেক হৈছে! ২৪ ঘণ্টাৰ পাছত শেহতীয়াকৈ ৰণবীৰৰ ইনষ্টা টিমে জনাইছে সবিশেষ তথ্য৷ ৰণবীৰে তেওঁৰ বিবাহৰ  সকলো ফটো কিয় ডিলিট কৰিছে? ৰিপাব্লিক ৱাৰ্ল্ডৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰণবীৰ সিঙৰ টিমৰ সৈতে যোগাযোগ কৰি পোৱা তথ্যমতে, ৰণবীৰৰ ২০২৩ চন পৰ্যন্ত সকলো ফটো, কনটেন্ট তেওঁ আৰ্কাইভত ৰখাৰ ব্যৱস্থা কৰিছে৷ এই তথ্য লাভ কৰাৰ পাছতহে স্বাস্তিৰ নিশ্বাস পেলাইছে ভক্তই৷

অৱশ্যে দীপিকাৰ একাউণ্টত বিবাহৰ সমূহ ফটোৱেই আছে৷ ২০১৮ চনৰ ১৪ নৱেম্বৰত দীপিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰণবীৰ৷ বিবাহৰ ছয় বছৰ পাছত আগন্তুক ছেপ্টেম্বৰ সিং পৰিয়াললৈ আহিব নতুন সদস্য৷ এই মুহূৰ্তত বেবিমুন এনজয় কৰাত ব্যস্ত দীপিকা পাডুকন৷ মেট গালাতো এইবাৰ দীপিকাই অংশগ্ৰহণ কৰা নাই৷ শিশুৰ কাপোৰ, অন্য সা সৰঞ্জামৰ ছবি কোলাজ কৰি পৰিয়াললৈ নতুন অতিথি অহাৰ সুখবৰ শ্বেয়াৰ কৰিছিল ৰণবীৰ আৰু দীপিকা পাডুকনে৷ মাজত আৰু মাত্ৰ চাৰি মাহ৷ ছেপ্টেম্বৰতেই দুয়োৰে কোলালৈ আহিব প্ৰথম সন্তান৷ জীৱনত সকলোতকৈ সুন্দৰ মুহূৰ্তটোক উপভোগ কৰাত ব্যস্ত দীপিকা৷ এই ভালখবৰৰ মাজতেই আছে দীপিকাৰ আন এক ভাল খবৰো৷ আগন্তুক ১৫ আগষ্টত মুক্তি লাভ কৰিছে সিংহম এগেইনে৷ য’ত লেডি সিংহমৰ ভূমিকাত দেখা যাব বলীউডৰ মস্তানী দীপিকা পাডুকনক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?
জীৱনশৈলী

March 23, 2026
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম
জীৱনশৈলী

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

March 23, 2026
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

March 23, 2026
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?
জীৱনশৈলী

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

March 23, 2026
Next Post
‘ভালপায় যদি কেৱল মোকেই গ্ৰহণ কৰিব যৌতুক নহয়,’ বিয়াৰ জোৰোণত কিয় দৰা ঘৰৰ পৰা সোণৰ গহনা নল’লে জ্ঞানশ্ৰীয়ে?

কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া কিমান গুৰুতৰ? সবিশেষ জনালে বিজ্ঞানীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন