• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ভালপায় যদি কেৱল মোকেই গ্ৰহণ কৰিব যৌতুক নহয়,’ বিয়াৰ জোৰোণত কিয় দৰা ঘৰৰ পৰা সোণৰ গহনা নল’লে জ্ঞানশ্ৰীয়ে?

‘ভালপায় যদি কেৱল মোকেই গ্ৰহণ কৰিব যৌতুক নহয়,’ বিয়াৰ জোৰোণত কিয় দৰা ঘৰৰ পৰা সোণৰ গহনা নল’লে জ্ঞানশ্ৰীয়ে?

2 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

24 minutes ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

1 hour ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

1 hour ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

2 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

3 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

3 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

4 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

5 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

6 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

14 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

15 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘ভালপায় যদি কেৱল মোকেই গ্ৰহণ কৰিব যৌতুক নহয়,’ বিয়াৰ জোৰোণত কিয় দৰা ঘৰৰ পৰা সোণৰ গহনা নল’লে জ্ঞানশ্ৰীয়ে?

‘ভালপায় যদি কেৱল মোকেই গ্ৰহণ কৰিব যৌতুক নহয়,’ বিয়াৰ জোৰোণত কিয় দৰা ঘৰৰ পৰা সোণৰ গহনা নল’লে জ্ঞানশ্ৰীয়ে?

editor by editor
May 8, 2024
in অসম, জীৱনশৈলী, ৰাজনীতি
0
‘ভালপায় যদি কেৱল মোকেই গ্ৰহণ কৰিব যৌতুক নহয়,’ বিয়াৰ জোৰোণত কিয় দৰা ঘৰৰ পৰা সোণৰ গহনা নল’লে জ্ঞানশ্ৰীয়ে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজনৈতিক অতীত বিবাহৰ প্ৰাকক্ষণত সোঁৱৰিছে প্ৰাক্তন ৰাজনৈতিক নেত্ৰী জ্ঞানশ্ৰী বৰাই৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিতুল সোনোৱালৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ আগবাঢ়িছে জ্ঞানশ্ৰী৷ ৯মে’ত জ্ঞানশ্ৰী আৰু বিতুলৰ বিয়া৷ বিবাহখন চৰ্চালৈ অহাৰ কাৰণ অৱশ্যে বেলেগ৷ জোৰোণৰ পাছতেই সামাজিক মাধ্যমত জ্ঞানশ্ৰী বৰাই শ্বেয়াৰ কৰিছে এটা বিশেষ পোষ্ট৷

জ্ঞানশ্ৰীয়ে সামাজিক মাধ্যমত লাইভ আহি জনাইছে জোৰোণত জ্ঞানশ্ৰীয়ে স্বামী গৃহৰ পৰা কি কি গ্ৰহণ কৰিছে আৰু কি কি গ্ৰহণ কৰা নাই৷ স্বামী বিতুলৰ ঘৰৰ পৰা এপদো সোণৰ অলংকাৰ গ্ৰহণ কৰা নাই জ্ঞানশ্ৰীয়ে৷ এই সন্দৰ্ভত জ্ঞানশ্ৰীয়ে কয়, ‘স্বামী গৃহৰ পৰা মোক দামী দামী সোণৰ অলংকাৰ আৰু ডিজাইনাৰৰ কাপোৰ নালাগে৷ এই কথা মই স্পষ্টকৈ মোৰ হ’বলগীয়া স্বামী আৰু ঘৰখনক জনাই দিছো৷ তেওঁলোকে মানি লৈছে৷ সহজে কথাবোৰ মানি ল’ব নোখোজিলেও আমি মানি ল’বলৈ বাধ্য কৰাইছো৷ আৰু মই তেওঁলোকৰ অলংকাৰ গ্ৰহণ নকৰাতেই কথাবোৰ শেষ হোৱা নাই৷ মই মোৰ স্বামীগৃহলৈ কোনো ধৰণৰ যৌতুক লৈ নাযাও৷ কেৱল মই মানুহজনীয়ে যাম৷ তেওঁলোকে মোক এনেকৈয়ে গ্ৰহণ কৰিব লাগিব৷ গ্ৰহণ কৰিম বুলি তেওঁলোকে কথা দিছে৷ মোক ভালপায় যদি কেৱল মোকেই গ্ৰহণ কৰাত আপত্তি নিশ্চয় নাই৷ আমাৰ এটা খোজেও সমাজৰ কিছুমান নিয়ম সলনি কৰাত আগভাগ ল’ব পাৰে বুলি মই বিশ্বাসী৷

বাকী স্বামীঘৰত তেওঁলোকে যেনেকৈ থাকে মইয়ো তেনেকৈয়ে থাকিম বুলি নিজকে সাজু কৰিছো৷ এটা কথাই মই পৰ্যবেক্ষণ কৰিম বিবাহৰ নামত তেওঁলোকে মোৰ সপোনক আগুৱাই নিয়াত মোক কেনেদৰে সহযোগিতা কৰে৷ এতিয়া তেওঁ যি আদৰ্শত বিশ্বাসী সেই আদৰ্শৰ সৈতে ময়ো এসময়ত এগৰাকী সক্ৰিয় সদস্য হৈ কাম কৰিছিলো৷ ৰাজনৈতিক অতীত এটা মোৰো আছে৷ বাকী আহিবলগীয়া সময়ত আমাৰ কিছু পৰিকল্পনা আছে৷ বিবাহৰ কাৰণো আমাৰ আদৰ্শগত মিল যথেষ্টখিনি আছে দুয়ো পৃথক পৃথককৈ আগুৱাই যোৱাতকৈ একেলগে আগুৱাই গলে খোজ আৰু শক্তিশালী হ’ব বুলি আমি আশাবাদী৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
Next Post
কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া কিমান গুৰুতৰ? সবিশেষ জনালে বিজ্ঞানীয়ে

কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া কিমান গুৰুতৰ? সবিশেষ জনালে বিজ্ঞানীয়ে

অক্ষয় তৃতীয়াত ভুলতো নকৰিব এই ৫কাম, ৰুষ্ট হ’ব লক্ষ্মী, দূৰ হ’ব সুখ-সমৃদ্ধি

অক্ষয় তৃতীয়াত ভুলতো নকৰিব এই ৫কাম, ৰুষ্ট হ’ব লক্ষ্মী, দূৰ হ’ব সুখ-সমৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.