• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰল সংযোগ! মহাকুম্ভৰ মাজতেই এক সৰলৰেখাত ৭গ্ৰহ, কি প্ৰভাৱ কৰিব আপোনাৰ জীৱনত?

বিৰল সংযোগ! মহাকুম্ভৰ মাজতেই এক সৰলৰেখাত ৭গ্ৰহ, কি প্ৰভাৱ কৰিব আপোনাৰ জীৱনত?

2 years ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

20 minutes ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

1 hour ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

1 hour ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

3 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

4 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

4 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

5 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

6 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

6 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

16 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

17 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিৰল সংযোগ! মহাকুম্ভৰ মাজতেই এক সৰলৰেখাত ৭গ্ৰহ, কি প্ৰভাৱ কৰিব আপোনাৰ জীৱনত?

বিৰল সংযোগ! মহাকুম্ভৰ মাজতেই এক সৰলৰেখাত ৭গ্ৰহ, কি প্ৰভাৱ কৰিব আপোনাৰ জীৱনত?

editor by editor
January 22, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
বিৰল সংযোগ! মহাকুম্ভৰ মাজতেই এক সৰলৰেখাত ৭গ্ৰহ, কি প্ৰভাৱ কৰিব আপোনাৰ জীৱনত?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাশিচক্ৰক এবাৰ সম্পূৰ্ণকৈ প্ৰদক্ষিণ কৰিবলৈ বৃহস্পতিৰ ১২ বছৰ সময় লাগে৷ এই ১২ বছৰৰ অন্তৰে অন্তৰে আয়োজিত হয় পূৰ্ণকুম্ভ৷ আৰু বৃহস্পতিৰ অৰ্ধেক প্ৰদক্ষিণক উদযাপন কৰিবলৈ প্ৰতি ৬ বছৰৰ অন্তৰে অন্তৰে পালিত হয় অৰ্ধকুম্ভ৷ কুম্ভ চলিথকাৰ সময়ত মহাজাগতিক শক্তিৰ প্ৰভাৱ পৃথিৱীৰ জলভাগত আহি পৰে৷ সেয়ে সনাতন ধৰ্ম অনুসৰি কুম্ভত পূণ্যস্নান বিশেষ মাহাত্ম্যপূৰ্ণ৷ ১২ বাৰ পূৰ্ণকুম্ভৰ পাছত আয়োজিত হয় এটা মহাকুম্ভ৷ ১৪৪ বছৰৰ পাছত প্ৰয়াগৰাজত চলিছে মহাকুম্ভ৷

এক সৰলৰেখাত ৭গ্ৰহ

বিগত ১৪ জানুৱাৰীৰ পৰা অৰ্থাৎ মকৰ সংক্ৰান্তিত পৰা পালিত হৈছে মহাকুম্ভৰ প্ৰথম অমৃতস্নান৷ আৰু আজি ২১ জানুৱাৰীৰ পৰা ৭টা গ্ৰহই ধীৰে ধীৰে এক সৰলৰেখাত অহা আৰম্ভ কৰিছে ২৮ ফেব্ৰুৱাৰীৰ মাজত সাতটা গ্ৰহই সম্পূৰ্ণভাৱে এক সৰলৰেখাত আহিব৷ যিসমূহ গ্ৰহই এক সৰলৰেখাত অৱস্থান কৰিব সেইসমূহ হৈছে, বুধ, শনি, শুক্ৰ, বৃহস্পতি, মঙ্গল, নেপচুন আৰু ইউৰেনাছ৷ নিশাৰ আকাশত টেলিস্কোপত চকু ৰাখিলেই এই ৭গ্ৰহক দক্ষিণ পশ্চিমৰ পৰা পূৰ্বদিশলৈকে দেখা যাব৷ ইয়াৰ পূৰ্বে ১৯৬২ চনত গ্ৰহৰ এই বিৰল সংযোগ হৈছিল৷ ইয়াৰ পাছত ২০২৫ চনত আকৌ এনে সংযোগ ঘটিব বুলি জনাইছে বিজ্ঞানীয়ে৷ গ্ৰহৰ এই বিৰল সংযোগৰ কাৰণে এই মহাকুম্ভক অমৃত মহাকুম্ভ বুলিও কোৱা হৈছে৷

গ্ৰহৰ বিৰল সংযোগৰ প্ৰভাৱ

৭টা গ্ৰহই এক সৰলৰেখাত অহাৰ ফলত পজিটিভ আৰু নিগেটিভ প্ৰভাৱ সমাজত লক্ষ্য কৰা যাব বুলি জনাইছে জ্যোতিষবিদে৷ প্ৰতিবেশী ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু বেয়া হ’ব বুলিও জনাইছে জ্যোতিষীয়ে৷ ইয়াৰোপৰি দুই দেশৰ মাজত উত্তপ্ত পৰিস্থিতি বাঢ়িব৷ গ্ৰহৰ এই অৱস্থানৰ ভাল দিশ হৈছে ইয়াৰ প্ৰভাৱত দেশৰ অৰ্থনৈতিক পৰিস্থিতি মজবুত হ’ব৷ গৱেষণামূলক কামত ভাৰতে উল্লেখযোগ্য অবদান আগবঢ়াবলৈ সক্ষম হ’ব৷

কোন ৰাশিৰ বাবে অমৃতস্নান ভাল?

অমৃতকুম্ভ চলিথকাৰ সময়তে সাত গ্ৰহৰ এক সৰলৰেখাত অহাটো বিভিন্ন ৰাশিৰ জাতকৰ বাবে উল্লেখযোগ্য হ’ব৷ মকৰ আৰু কুম্ভ ৰাশিৰ জাতকে আগন্তুক মে মাহৰ মাজত প্ৰতিপত্তি আৰু সন্মান লাভ কৰিব৷ মৌনি অমাবস্যাত পূণ্যস্নান বিশেষ লাভজনক হ’ব মেষ আৰু বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ সপ্তগ্ৰহী যোগৰ প্ৰভাৱত তেওঁলোকৰ সম্পদ আৰু সম্পত্তিৰ পৰিমাণ বাঢ়িব৷ বসন্ত পঞ্চমীত গংগাস্নান কৰিলে মনৰ সকলো ইচ্ছা পূৰ্ণ হ’ব সিংহ আৰু কৰ্কট ৰাশিৰ জাতকৰ৷ মাঘী পূৰ্ণিমাত গংগাস্নান লাভজনক হ’ব বৃষ আৰু তুলা ৰাশিৰ জাতকৰ বাবে৷ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভালে থাকিব৷ কামত উন্নতি হ’ব৷ কন্যা, কুম্ভ আৰু মীন ৰাশিৰ জাতকৰ বাবে মহাশিৱৰাত্ৰীত গংগাস্নান বিশেষ উপকাৰী৷ ইয়াৰ ফলত এওঁলোকৰ জীৱনৰ সকলো বাধা দূৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়
বিনোদন

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

September 17, 2026
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক
অপৰাধ

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

September 17, 2026
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?
ভাৰত

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

September 17, 2026
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

September 17, 2026
Next Post
২ নে ৩ ফেব্ৰুৱাৰী, কেতিয়া পালন কৰা হ’ব সৰস্বতী পূজা? জানি থওক পূজাৰ সঠিক সময়

২ নে ৩ ফেব্ৰুৱাৰী, কেতিয়া পালন কৰা হ’ব সৰস্বতী পূজা? জানি থওক পূজাৰ সঠিক সময়

আমেৰিকাত ঠাই নাই…! ১৮০০০ ভাৰতীয়ক আমেৰিকাৰ অবৈধ নাগৰিক বুলি তথ্য প্ৰকাশ ট্ৰাম্প প্ৰশাসনৰ

আমেৰিকাত ঠাই নাই...! ১৮০০০ ভাৰতীয়ক আমেৰিকাৰ অবৈধ নাগৰিক বুলি তথ্য প্ৰকাশ ট্ৰাম্প প্ৰশাসনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.