• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকাত ঠাই নাই…! ১৮০০০ ভাৰতীয়ক আমেৰিকাৰ অবৈধ নাগৰিক বুলি তথ্য প্ৰকাশ ট্ৰাম্প প্ৰশাসনৰ

আমেৰিকাত ঠাই নাই…! ১৮০০০ ভাৰতীয়ক আমেৰিকাৰ অবৈধ নাগৰিক বুলি তথ্য প্ৰকাশ ট্ৰাম্প প্ৰশাসনৰ

2 years ago
শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

2 minutes ago
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

17 minutes ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

1 hour ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

2 hours ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

2 hours ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

4 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

4 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

5 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

6 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

6 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

7 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমেৰিকাত ঠাই নাই…! ১৮০০০ ভাৰতীয়ক আমেৰিকাৰ অবৈধ নাগৰিক বুলি তথ্য প্ৰকাশ ট্ৰাম্প প্ৰশাসনৰ

আমেৰিকাত ঠাই নাই...! ১৮০০০ ভাৰতীয়ক আমেৰিকাৰ অবৈধ নাগৰিক বুলি তথ্য প্ৰকাশ ট্ৰাম্প প্ৰশাসনৰ

editor by editor
January 22, 2025
in জীৱনশৈলী
0
আমেৰিকাত ঠাই নাই…! ১৮০০০ ভাৰতীয়ক আমেৰিকাৰ অবৈধ নাগৰিক বুলি তথ্য প্ৰকাশ ট্ৰাম্প প্ৰশাসনৰ
0
SHARES
613
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰাৰ কেইটামান ঘণ্টা পাৰ নৌহওঁতেই লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ আমেৰিকাৰ পৰা অবৈধ নাগৰিকক উচ্ছেদ কৰা হ’ব বুলি ঘোষণা কৰিছে ট্ৰাম্পে৷ ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি প্ৰায় ১৮০০০ ভাৰতীয় নাগৰিককো আমেৰিকাৰ পৰা ভাৰতলৈ উভতাই পঠিয়াব ট্ৰাম্প প্ৰশাসনে৷ নতুন দিল্লীয়েও উভতি অহা ভাৰতীয়ক আদৰি ল’বলৈ প্ৰস্তুত বুলি প্ৰকাশ পাইছে এই প্ৰতিবেদনত৷

এক সূত্ৰক উদ্ধৃত কৰি ব্লুমবাৰ্গে জনাইছে যে আমেৰিকা আৰু ভাৰত মিলি এই ১৮০০০ অবৈধ ভাৰতীয় নাগৰিক আমেৰিকাত থকাটো চিনাক্ত কৰিছে৷ ১৮ হাজাৰ চিনাক্ত কৰিলেও অবৈধ ভাৰতীয় নাগৰিকৰ সংখ্যা আমেৰিকাত আৰু বেছি বুলিও প্ৰকাশ পাইছে সেই প্ৰতিবেদনত৷ ট্ৰাম্পে ক্ষমতা গ্ৰহণ কৰি সিদ্ধান্ত ল’লেও আমেৰিকাত এতিয়াও অবৈধ নাগৰিক চিনাক্ত কৰা হোৱা নাই৷

বিগত নৱেম্বৰত প্ৰেছিডেণ্ট নিৰ্বাচনত কমলা হেৰিছৰ বিৰুদ্ধে ট্ৰাম্পৰ চমকপ্ৰদ জয়ৰ আঁৰতো আছে এই বিশেষ কাৰণ৷ ট্ৰাম্পে নিৰ্বাচনী প্ৰচাৰতেই জনাইছিল যে আমেৰিকাৰ অবৈধ নাগৰিকক ক্ষমতা পালেই উচ্ছেদ কৰিব৷ সেই কথাই আমেৰিকাবাসীৰ মন মুহিছিল৷ অৱশেষত ট্ৰাম্পেই বিজয়ৰ হাঁহি মাৰিলে৷ দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিয়েই ট্ৰাম্পে প্ৰতিশ্ৰুতি পূৰণ কৰিছে আমেৰিকাবাসীৰ৷ ১৮০০০ অবৈধ ভাৰতীয়ক উভতাই পঠিয়াইছে ট্ৰাম্পে৷

ট্ৰাম্পৰ এই সিদ্ধান্তত এতিয়াও নিৰবতা অৱলম্বন কৰি আছে নতুন দিল্লীয়ে৷ সূত্ৰৰ খবৰ যে ভাৰতৰ আশা এই বিষয়ত ট্ৰাম্পক সহযোগিতা কৰিলে অন্যান্য লাভালাভ হ’ব ভাৰতৰ৷ বিশেষকৈ বাণিজ্যৰ ক্ষেত্ৰত ট্ৰাম্পে যি শুল্ক বৃদ্ধিৰ ধমকি দিছে তাৰ প্ৰভাৱ ভাৰতত যাতে নপৰে সেইবাবেই নিৰৱ ভূমিকা অৱলম্বন কৰি আছে নতুন দিল্লীয়ে৷

২০২৪ চনৰ পিউ ৰিচাৰ্ছ চেণ্টাৰৰ অনুমান অনুসৰি আমেৰিকাৰ মেক্সিকোৰ পৰা অহা অবৈধ নাগৰিকৰ সংখ্যাই সৰহ৷ মেক্সিকোৰ পৰা অহা প্ৰব্ৰজনকাৰী হৈছে ৪০লাখ৷ ইয়াৰপাছতেই আছে এল ছালভাদৰ৷ তাৰ পৰা ৭.৫লাখ অবৈধ নাগৰিকে আমেৰিকাত বসতি স্থাপন কৰিছে৷ বৰ্তমান ৭.২৫ লাখ অবৈধ ভাৰতীয়ও আছে আমেৰিকাত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

September 17, 2026
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

September 17, 2026
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?
জীৱনশৈলী

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

September 17, 2026
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?
জীৱনশৈলী

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

September 17, 2026
Next Post
যন্ত্ৰণাময় পৰাধীন জীৱন অতীত! ২০ হাতীক স্বাগত জনাবলৈ কেনেদৰে সাজু বনতাৰা?

যন্ত্ৰণাময় পৰাধীন জীৱন অতীত! ২০ হাতীক স্বাগত জনাবলৈ কেনেদৰে সাজু বনতাৰা?

বেয়া দিন চলিছে ছেঈফৰ! ছেঈফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিব মধ্যপ্ৰদেশ চৰকাৰে?

বেয়া দিন চলিছে ছেঈফৰ! ছেঈফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিব মধ্যপ্ৰদেশ চৰকাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.