• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যন্ত্ৰণাময় পৰাধীন জীৱন অতীত! ২০ হাতীক স্বাগত জনাবলৈ কেনেদৰে সাজু বনতাৰা?

যন্ত্ৰণাময় পৰাধীন জীৱন অতীত! ২০ হাতীক স্বাগত জনাবলৈ কেনেদৰে সাজু বনতাৰা?

1 year ago
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

10 minutes ago
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

49 minutes ago
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

1 hour ago
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

2 hours ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

3 hours ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

4 hours ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

5 hours ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

5 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

6 hours ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

15 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

15 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যন্ত্ৰণাময় পৰাধীন জীৱন অতীত! ২০ হাতীক স্বাগত জনাবলৈ কেনেদৰে সাজু বনতাৰা?

যন্ত্ৰণাময় পৰাধীন জীৱন অতীত! ২০ হাতীক স্বাগত জনাবলৈ কেনেদৰে সাজু বনতাৰা?

editor by editor
January 22, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
যন্ত্ৰণাময় পৰাধীন জীৱন অতীত! ২০ হাতীক স্বাগত জনাবলৈ কেনেদৰে সাজু বনতাৰা?
0
SHARES
559
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
গুজৰাটৰ জামনগৰৰ বনতাৰাত হাতী আৰু অন্যান্য বন্য প্ৰাণীৰ বাবে এটা উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিছে অনন্ত আম্বানীয়ে৷ ইতিমধ্যেই তাত একাধিক বন্যপ্ৰাণী আছে৷ এইবাৰ বনতাৰালৈ অৰুণাচল প্ৰদেশৰ লগিং ইণ্ডাষ্ট্ৰিৰ পৰা উদ্ধাৰ কৰা ২০ টা হাতীক স্বাগত জনাবলৈ সাজু বনতাৰা৷ এই হাতীসমূহে তাত শৃংখল মুক্ত জীৱন যাপন কৰিব পাৰিব আৰু কেতিয়াও এইকেইটা হাতীয়ে কোনো ধৰণৰ শ্ৰম কৰিব নালাগে৷ উদ্ধাৰ কৰা হাতীসমূহৰ মাজত আছে ১০ টা হাতী আৰু ৮ জনী মাখুন্দী আৰু ২ টা সৰু পোৱালী৷ এই হাতীসমূহ সম্পূৰ্ণ আইনীভাৱেই উদ্ধাৰ কৰা হৈছে৷
ত্ৰিপুৰা হাইকৰ্টৰ দ্বাৰা গঠিত এখন উচ্চ ক্ষমতাসম্পন্ন কমিটিৰ অনুমোদন আৰু ছুপ্ৰিম কৰ্টৰ দ্বাৰা অভিযানটো পৰিচালিত হৈছিল৷ ইয়াত হাতীকেইটাৰ মালিকৰো পূৰ্ণ সন্মতিও আছিল৷ উদ্ধাৰ কৰা হাতীকেইটাৰ মাজত কেইটামানৰ ভৰিত ক্ষত, কাৰোবাক মাত্ৰাধিক শ্ৰম কৰোৱাৰ বাবে শৰীৰ ভাঙি পৰা বুলিও চিকিৎসকে জনাইছে৷ হাতীকেইটাই নিৰ্মম অত্যাচাৰ সহ্য কৰিব লগা হৈছিল বিগত সময়ত৷ এতিয়া অৱশ্য সম্পূৰ্ণ স্বাধীনভাৱে কোনো শ্ৰম নকৰাকৈ বনতাৰাত থাকিব পাৰিব হাতীকেইটা৷ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাবধানত হাতীকেইটাৰ চিকিৎসা চলিব৷
বিশেষজ্ঞ ট্ৰেইনাৰৰ দ্বাৰা হাতী আৰু হাতী মাউতৰ প্ৰশিক্ষণ চলিব৷ মানৱিক আৰু বৈজ্ঞানীকভাৱে সমৰ্থিত হাতী ব্যৱস্থাপনাৰ পদ্ধতিতেই নিবিড় প্ৰশিক্ষণ দিয়া হ’ব৷ প্ৰাণীৰ বাবে সহানুভূতিশীল যত্নৰ ভৱিষ্যতো এই ট্ৰেইনিঙৰ মাজত সামৰি লোৱা হ’ব৷ বনতাৰাত ২০০ জনতকৈ অধিক বিশেষজ্ঞৰ এটা দল আছে৷ যাৰ মাজত হাতী পশুচিকিৎসক, পেৰাভেট, চিনিয়ৰ কেয়াৰটেকাৰ আৰু এম্বুলেন্স চালকো অন্তৰ্ভুক্ত৷ প্ৰাণীৰ নিৰাপদ আৰু সন্মতিপূৰ্ণ পৰিবহন নিশ্চিত কৰিব৷  ইয়াৰ পৰা যোৱা ২০ হাতীয়েও বনতাৰাত স্বাধীন জীৱন ঘূৰাই পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!
প্ৰযুক্তি

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

July 18, 2026
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ
অপৰাধ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

July 18, 2026
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’
বিনোদন

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

July 18, 2026
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি
অপৰাধ

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

July 18, 2026
Next Post
বেয়া দিন চলিছে ছেঈফৰ! ছেঈফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিব মধ্যপ্ৰদেশ চৰকাৰে?

বেয়া দিন চলিছে ছেঈফৰ! ছেঈফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিব মধ্যপ্ৰদেশ চৰকাৰে?

শনিৰ ঘৰলৈ আহিব ৰাহু, সকলো কামতেই ভাগ্যৰ সংগ পাব ৩ৰাশিৰ জাতকে

শনিৰ ঘৰলৈ আহিব ৰাহু, সকলো কামতেই ভাগ্যৰ সংগ পাব ৩ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.