• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেয়া দিন চলিছে ছেঈফৰ! ছেঈফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিব মধ্যপ্ৰদেশ চৰকাৰে?

বেয়া দিন চলিছে ছেঈফৰ! ছেঈফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিব মধ্যপ্ৰদেশ চৰকাৰে?

2 years ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

34 minutes ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

3 hours ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

4 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

4 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

5 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

6 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

6 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

6 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

7 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

8 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

8 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বেয়া দিন চলিছে ছেঈফৰ! ছেঈফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিব মধ্যপ্ৰদেশ চৰকাৰে?

বেয়া দিন চলিছে ছেঈফৰ! ছেঈফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিব মধ্যপ্ৰদেশ চৰকাৰে?

editor by editor
January 22, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বেয়া দিন চলিছে ছেঈফৰ! ছেঈফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিব মধ্যপ্ৰদেশ চৰকাৰে?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুসময় শেষ হোৱা নাই বলীউড অভিনেতা ছেঈফ আলি খানৰ৷ মধ্যপ্ৰদেশ চৰকাৰে শীঘ্ৰেই শত্ৰু সম্পত্তি আইনৰ অধীনত অভিনেতা ছেঈফৰ পাৰিবাৰিক সম্পত্তি দখল কৰিব পাৰে৷ বৰ্তমান সেই সম্পত্তিৰ বজাৰমূল্য প্ৰায় ১৫ হাজাৰ কোটি টকা৷ ২০১৫ চনৰ পৰা এই সম্পত্তিৰ ওপৰত দখল কৰাৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰিছিল ভোপাল হাইকৰ্টে৷ ২০২৪ চনৰ ১৩ ডিচেম্বৰত হাই কৰ্টে ছেঈফৰ আবেদন খাৰিজ কৰি দি স্থগিতাদেশো তুলি লৈছে৷ ইয়াৰ ফলত মধ্যপ্ৰদেশ চৰকাৰে কোনো বাধা নোহোৱাকৈয়ে ছেঈফৰ সম্পত্তি বাজেয়াপ্ত কৰিব পাৰে৷

২০১৪ চনত মধ্যপ্ৰদেশ চৰকাৰে ঘোষণা কৰিছিল যে ভোপালৰ শেষ নবাবৰ সম্পত্তি ১৯৬৮ চনৰ শত্ৰু সম্পত্তি আইৰ অধীনত অধিগ্ৰহণ কৰা হ’ব৷ ২০১৫ চনত হাই কৰ্টত এই সন্দৰ্ভত আবেদন কৰে ছেঈফে৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্ততো স্থগিতাদেশ দিয়ে হাইকৰ্টে৷ বিগত ১৩ ডিচেম্বৰত সেই নিৰ্দেশনা তুলি লোৱা হয়৷ সম্পত্তি পুনৰোদ্ধাৰৰ আপিল ট্ৰাইবুনেলত যোৱাৰ বাবে ছেঈফ আৰু তেওঁক পৰিয়ালক ৩০ দিন সময় দিছিল হাইকৰ্টে৷ এই সময়সীমাও পাৰ হৈ গৈছে৷ কিন্তু এতিয়াও ছেঈফৰ পৰিয়ালে কোনো আবেদন কৰা নাই৷

সূত্ৰৰ খবৰ অনুসৰি ভোপালৰ কোহেফিজাৰ পৰা চিকলোৰ পৰ্যন্ত বিস্তৃত সম্পত্তি আছে ছেঈফৰ৷ যাৰ আনুমানিক বজাৰ দৰ ১৫ হাজাৰ কোটি টকা৷ ভোপালৰ শেষ নবাব আছিল হামিদুল্লাহখাল৷ ছেঈফ তেওঁকেই পৰিনাতি৷ হামিদুল্লাহৰ কন্যা আবিদা ছুলতানে ১৯৫০ চনৰ পৰা স্থায়ীকৈ পাকিস্তানত বসবাস কৰি আছে৷ কিন্তু তেওঁলোকৰ সকলো সম্পত্তি ভাৰততেই থাকি যায়৷ ১৯৬৮ চনত পাছ হয় শত্ৰু সম্পত্তি আইন৷ এই আইন অনুসৰি যিসকল লোকে ১৯৪৭ চনত দেশ ভাগৰ পাছত পাকিস্তান বা চীনলৈ গুচি গৈছে তেওঁলোকৰ মাটি, ঘৰ শত্ৰুৰ সম্পত্তি বুলি চিহ্নিত কৰা৷ অৰ্থাৎ স্থায়ীভাৱে পাকিস্তান আৰু চীনলৈ গুচি যোৱা ভাৰতীয়ৰ সম্পত্তিত তেওঁলোকৰ বংশধৰসকলৰো কোনো অধিকাৰ নাথাকিব৷ চৰকাৰে সেই সম্পত্তি বাজেয়াপ্ত কৰি বিক্ৰিও কৰিব পাৰে৷ ছেঈফৰ সম্পত্তিও শত্ৰুৰ সম্পত্তি বুলি চিনাক্ত হোৱাৰ বাবে তেওঁৰো সম্পত্তি চৰকাৰে বাজেয়াপ্ত কৰাৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

September 18, 2026
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ
বিবিধ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

September 18, 2026
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?
ভাৰত

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
Next Post
শনিৰ ঘৰলৈ আহিব ৰাহু, সকলো কামতেই ভাগ্যৰ সংগ পাব ৩ৰাশিৰ জাতকে

শনিৰ ঘৰলৈ আহিব ৰাহু, সকলো কামতেই ভাগ্যৰ সংগ পাব ৩ৰাশিৰ জাতকে

ভাইৰেল হৈয়েই ভাগ্য সলনি! কুম্ভৰ পৰা ৰূপালী পৰ্দালৈ আহি আছে মনালিছা

ভাইৰেল হৈয়েই ভাগ্য সলনি! কুম্ভৰ পৰা ৰূপালী পৰ্দালৈ আহি আছে মনালিছা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.