• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ একমাত্ৰ খেলুৱৈ হিচাপে এক অনন্য ইতিহাস ৰচিবলৈ সাজু ৰাছিদ খান

বিশ্বৰ একমাত্ৰ খেলুৱৈ হিচাপে এক অনন্য ইতিহাস ৰচিবলৈ সাজু ৰাছিদ খান

2 years ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

15 minutes ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

40 minutes ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

1 hour ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

18 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

19 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

19 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

20 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

20 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

21 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

22 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

23 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বৰ একমাত্ৰ খেলুৱৈ হিচাপে এক অনন্য ইতিহাস ৰচিবলৈ সাজু ৰাছিদ খান

editor by editor
January 16, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বিশ্বৰ একমাত্ৰ খেলুৱৈ হিচাপে এক অনন্য ইতিহাস ৰচিবলৈ সাজু ৰাছিদ খান
0
SHARES
737
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ একমাত্ৰ খেলুৱৈ হিচাপে এক অনন্য ইতিহাস ৰচিবলৈ সাজু ৰাছিদ খান

বিশ্বৰ প্ৰায় সকলো টি-২০ লীগত অংশগ্ৰহণ কৰা ৰাছিদ খানে বৰ্তমান দক্ষিণ আফ্ৰিকাত আয়োজিত টি-২০ লীগত অংশগ্ৰহণ কৰি আছে। এই লীগখন কেৱল দক্ষিণ আফ্ৰিকাতে নহয়, সমগ্ৰ বিশ্বতে জনপ্ৰিয়। ইয়াৰ কাৰণ হৈছে সমগ্ৰ বিশ্বৰ পৰা অংশগ্ৰহণ কৰা তাৰকা খেলুৱৈসকল।

এই প্ৰতিযোগিতাত ৰাছিদ খানে নিজৰ নামত এটা ডাঙৰ কৃতিত্ব পঞ্জীয়ন কৰিবলৈ ওলাইছে। যদিহে ৰাছিদে এই ৰেকৰ্ড নিজৰ নামত কৰিব পাৰে, তেন্তে তেওঁ পৃথিৱীৰ একমাত্ৰ খেলুৱৈ হৈ পৰিব এনে ৰেকৰ্ড কৰাৰ ক্ষেত্ৰত।

আজিকালি বিশ্বত আধিপত্য বিস্তাৰ কৰিছে টি-২০ লীগে। এনে পৰিস্থিতিত অনুৰাগীৰ দৃষ্টি সদায় ৰান কৰা আৰু ধাৰাবাহিক উইকেট লোৱা বলাৰৰ ওপৰত থাকে।

তেনে ক্ষেত্ৰত টি-২০ত সৰ্বাধিক উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হ’বলৈ বাকী আছে মাত্ৰ ৭ উইকেট। বৰ্তমানে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন খেলুৱৈ ড্ৱেইন ব্ৰাভো টি-২০ত সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে, যিয়ে ৫৮২ খন টি-২০ মেচত নিজৰ নামত ৬৩১ টা উইকেট দখল কৰিছে।

আনহাতে এই তালিকাত দ্বিতীয়ত আছে আফগানিস্তানৰ ৰাছিদ খান। এতিয়ালৈকে ৰাছিদে মাথো ৪৫৫খন টি-২০ মেচতে ৬২৫টা উইকেট দখল কৰিছে। দক্ষিণ আফ্ৰিকাত খেলি থকা টি-২০ লীগত যদি ৰাছিদে ৭টা উইকেট লয়, তেন্তে ৰাছিদ হৈ পৰিব বিশ্বৰ প্ৰথম খেলুৱৈ যিয়ে ৬২৫ উইকেটৰ ঘৰ পাৰ কৰিব।

এই তালিকাৰ তৃতীয়ত আছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন স্পিন বলাৰ সুনীল নাৰিন, যিয়ে ৫২৮খন টি-২০ মেচ খেলি ৫৭০ বেটছমেনক আউট কৰিছে।

বৰ্তমান সময়ত ৰাছিদ খান বিশ্বৰ শ্ৰেষ্ঠ স্পিন বলাৰ। এই সোঁহতীয়া বলাৰজনে বিশ্বত নিজৰ দক্ষতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান এই খেলুৱৈগৰাকীয়ে এছ এ টি-২০ লীগত এম আই কেপ টাউনৰ অধিনায়কত্ব কৰি আছে। এছ এ টি-২০ লীগত ৰাছিদে এতিয়ালৈকে খেলা ৪খন মেচত ৩টা উইকেট দখল কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketRashid Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল
বিশ্ব

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

October 11, 2026
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!
অপৰাধ

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

October 11, 2026
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’
ভাৰত

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

October 11, 2026
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
Next Post
কেন্দ্ৰীয় কেবিনেটৰ সুখবৰ, অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন

কেন্দ্ৰীয় কেবিনেটৰ সুখবৰ, অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন

ছেইফ আলী খানে পাব নেকি উচ্চ পৰ্যায়ৰ সুৰক্ষা! বলীউডৰ বহু তাৰকাই পাইছে X-Y সুৰক্ষা

ছেইফ আলী খানে পাব নেকি উচ্চ পৰ্যায়ৰ সুৰক্ষা! বলীউডৰ বহু তাৰকাই পাইছে X-Y সুৰক্ষা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.