• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্দ্ৰীয় কেবিনেটৰ সুখবৰ, অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন

কেন্দ্ৰীয় কেবিনেটৰ সুখবৰ, অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন

2 years ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

6 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

6 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

7 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

7 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

8 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

9 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

9 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

9 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

11 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

11 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

12 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেন্দ্ৰীয় কেবিনেটৰ সুখবৰ, অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন

editor by editor
January 16, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কেন্দ্ৰীয় কেবিনেটৰ সুখবৰ, অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন
0
SHARES
760
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় কেবিনেটৰ সুখবৰ, অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন

কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আহিছে এক অতিকে সুখবৰ। বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন। অষ্টম বেতন আয়োগত অনুমোদন জনালে প্ৰধানমন্ত্ৰীয়ে।

এই সিদ্ধান্তৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ ৪৯.১৮ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ’ব আৰু ইয়াৰ সমান্তৰালকৈ ৬৪.৮৯ লাখ পেঞ্চনাৰেও ইয়াৰ সুবিধা লাভ কৰিব। চৰকাৰী কৰ্মচাৰীয়ে দৰমহা বৃদ্ধি, দৰমহাৰ লগতে অন্যান্য ভাট্টা আৰু মৌলিক দৰমহা বৃদ্ধিৰ দৰে সুবিধা লাভ কৰিব।

উল্লেখ্য যে, প্ৰতি ১০ বছৰৰ মূৰে মূৰে ভাৰত চৰকাৰে নতুনকৈ দৰমহা আয়োগ গঠন কৰে। তাৰেই পৰিপ্ৰেক্ষিতত এই অষ্টম দৰমহা আয়োগ।

কৰ্মচাৰীসকলে এতিয়া সপ্তম দৰমহা আয়োগৰ অধীনত ন্যূনতম বেছিক দৰমহা ১৮,০০০ টকা লাভ কৰে। ষষ্ঠ বেতন আয়োগতকৈ সপ্তম বেতন আয়োগত ৭০০০ টকা বৃদ্ধি হৈছিল। এতিয়া সপ্তম বেতন আয়োগৰ পৰা অষ্টম বেতন আয়োগ গঠন হ’লে ১৮,০০০ টকা ন্যূনতম বেছিক দৰমহা ২.৮৬ৰ ফিটমেণ্ট ফেক্টৰৰ পিছত ৫১,৪৮০ টকালৈ বৃদ্ধি পাব পাৰে।

৬ষ্ঠ দৰমহা আয়োগৰ পৰা ৭ম দৰমহা আয়োগলৈ স্থানান্তৰিত হোৱাৰ সময়ত চৰকাৰে ফিটমেণ্ট ফ্যাক্টৰ মাত্ৰ ২.৫৭হে ৰাখিছিল। এই ফিটমেণ্ট ফেক্টৰৰ সহায়ত কেন্দ্ৰীয় কৰ্মচাৰীৰ নূন্যতম দৰমহা ৭০০০ টকাৰ পৰা ১৮ হাজাৰ টকালৈ বৃদ্ধি কৰা হয়। ইয়াৰ উপৰিও নূন্যতম পেঞ্চন ৩৫০০ টকাৰ পৰা ৯০০০ টকালৈ বৃদ্ধি পালে। শ্ৰমিক কৰ্মচাৰীৰ সৰ্বোচ্চ দৰমহা ২.৫০ লাখ টকালৈ নামি আহিছিল আৰু পেঞ্চনাৰসকলৰ সৰ্বোচ্চ পেঞ্চনো ১.২৫ লাখ টকালৈ বৃদ্ধি পাইছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 8th pay commission salary
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ
বিশ্ব

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

August 20, 2026
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!
বিনোদন

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

August 20, 2026
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
Next Post
ছেইফ আলী খানে পাব নেকি উচ্চ পৰ্যায়ৰ সুৰক্ষা! বলীউডৰ বহু তাৰকাই পাইছে X-Y সুৰক্ষা

ছেইফ আলী খানে পাব নেকি উচ্চ পৰ্যায়ৰ সুৰক্ষা! বলীউডৰ বহু তাৰকাই পাইছে X-Y সুৰক্ষা

অতিকে ভয়ংকৰ, নাও ডুব গৈ মৃত্যুক সাৱটিলে ৪০ ৰো অধিক লোক, সন্ধানহীন বহুতো

অতিকে ভয়ংকৰ, নাও ডুব গৈ মৃত্যুক সাৱটিলে ৪০ ৰো অধিক লোক, সন্ধানহীন বহুতো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.