• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰছত জোৰা ৰাজযোগৰ চমক, প্ৰচুৰ অৰ্থলাভ ৫ ৰাশিৰ, তালিকাত মিথুনসহ কোন কোন আছে?

ধনতেৰছত জোৰা ৰাজযোগৰ চমক, প্ৰচুৰ অৰ্থলাভ ৫ ৰাশিৰ, তালিকাত মিথুনসহ কোন কোন আছে?

5 months ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

12 minutes ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

1 hour ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

2 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

2 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

4 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

4 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

5 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

5 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

6 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

6 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

7 hours ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰছত জোৰা ৰাজযোগৰ চমক, প্ৰচুৰ অৰ্থলাভ ৫ ৰাশিৰ, তালিকাত মিথুনসহ কোন কোন আছে?

ধনতেৰছত জোৰা ৰাজযোগৰ চমক, প্ৰচুৰ অৰ্থলাভ ৫ ৰাশিৰ, তালিকাত মিথুনসহ কোন কোন আছে?

editor by editor
October 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ধনতেৰছত জোৰা ৰাজযোগৰ চমক, প্ৰচুৰ অৰ্থলাভ ৫ ৰাশিৰ, তালিকাত মিথুনসহ কোন কোন আছে?
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৮ অক্টোবৰ শনিবাৰে পালিত হয় ধনতেৰছ ২০২৫৷ দীপাৱলিৰ ২ দিন পূৰ্বে কাতিৰ কৃষ্ণা ত্ৰয়োদশী তিথিত ধনতেৰছ পালিত হয়৷ এই দিনটো ক্ৰয় বিক্ৰয়ৰ বাবে অত্যন্ত শুভ দিন বুলি ধাৰণা কৰা হয়৷ এই বছৰ ধনতেৰছত বিশেষ শুভ যোগ গঠিত হৈছে৷ দুটাকৈ ৰাজযোগ আছে ধনতেৰছত৷ ইয়াৰ মাজত এটা হৈছে হংস ৰাজযোগ আৰু অন্যটো হৈছে বুধাদিত্য ৰাজযোগ৷ ইয়াৰোপৰি ধনতেৰছত আছে ব্ৰহ্ম যোগ৷ কৰ্কট ৰাশিত বৃহস্পতিৰ গোচৰৰ ফলত গঠিত হৈছে হংস ৰাজযোগ আৰু কন্যা ৰাশিত বুধ আৰু সূৰ্যৰ যুঁটিৰ ফলত গঠিত হয় বুধাদিত্য ৰাজযোগ৷ জ্যোতিষ গণনাই কৈছে এই দুই ৰাজযোগৰ প্ৰভাৱত দুৰ্দান্ত লাভ হৈছে পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক এই তালিকাত কোন কোন আছে?

মিথুন ৰাশি

মিথুন ৰাশিৰ দ্বিতীয় ঘৰত গঠিত হৈছে হংস ৰাজযোগ৷ ধনতেৰছত বিপুল অৰ্থলাভ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ নিজৰ কামেৰে সকলোকে মুগ্ধ কৰিব পাৰিব৷ এই সময়ত আপুনি নতুন সম্পত্তি কিনিব পাৰে৷ আত্মবিশ্বাসেৰে তুংগত থাকিব এই ৰাশিৰ জাতক৷ সাংসৰিক মনোমালিন্য দূৰ হ’ব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিতেই গঠিত হৈছে হংস ৰাজযোগ৷ ইয়াৰ প্ৰভাৱত ধনতেৰছত নতুন ঘৰ বা বাহন কিনিব পাৰে৷ অতিৰিক্ত উপাৰ্জনৰ সুযোগ কাইলৈ পাব৷ নতুন চাকৰিৰ প্ৰস্তাৱো পাব পাৰে৷ আপোনাৰ মনৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হ’ব পাৰে৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ প্ৰচুৰ আত্মবিশ্বাস বাঢ়িব৷

কন্যা ৰাশি

কন্যা ৰাশিতেই গঠিত হৈছে বুধাদিত্য ৰাজযোগ৷ বুধ আৰু সূৰ্যৰ শুভ প্ৰভাৱৰ ওপৰিও কন্যা ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব বৃহস্পতিয়ে৷ ইয়াৰ প্ৰভাৱত সুফল পাব কন্যা ৰাশিৰ জাতকে৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ নতুন সম্পত্তি কিনিব পাৰে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷

বৃশ্চিক ৰাশি

বৃহস্পতিৰ পঞ্চম দশাত প্ৰভাৱ থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত৷ গুৰুগ্ৰহৰ কৃপাত ধনতেৰছত ভাগ্যৰ পূৰ্ণ সহায় আপোনাৰ জীৱনত থাকিব৷ ব্যৱসায়ত বৃহৎ লাভ কৰিব পাৰে৷ সন্তানৰ দিশৰ পৰা বিশেষ সুখবৰ পাব পাৰে৷ অবিবাহিতসকলৰ বিবাহৰ কথা পাক্কা হ’ব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিত থাকিব বৃহস্পতিৰ সপ্তম দশাৰ প্ৰভাৱ৷ ইয়াৰোপৰি এই সময়ত সূৰ্য থাকিব দশম ঘৰত৷ বৃহস্পতি আৰু সূৰ্যৰ জোৰা প্ৰভাৱত উন্নতি কৰাৰ সোণালী সুযোগ আহিব মকৰ ৰাশিৰ জাতকৰ সন্মুখত৷ ধনতেৰছৰ পূৰ্বে মোটা অংকৰ বোনাছ পাব পাৰে৷ পৰিয়ালৰ কাৰোবাৰ পৰা দামী উপহাৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ
জীৱনশৈলী

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

March 17, 2026
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

March 17, 2026
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম
বাণিজ্য

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

March 17, 2026
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত
জীৱনশৈলী

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

March 17, 2026
Next Post
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

কালীপূজাৰে আৰম্ভ হ’ব নতুন সপ্তাহ, আদিত্য মঙ্গল যোগত মা কালীৰ কৃপা এই ৫ৰাশিত

কালীপূজাৰে আৰম্ভ হ’ব নতুন সপ্তাহ, আদিত্য মঙ্গল যোগত মা কালীৰ কৃপা এই ৫ৰাশিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.