• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

1 year ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

6 hours ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

6 hours ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

7 hours ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

8 hours ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

8 hours ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

9 hours ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

9 hours ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

9 hours ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

10 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

10 hours ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

10 hours ago
মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

editor by editor
May 6, 2025
in অসম, জীৱনশৈলী, ভাৰত
0
ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই
0
SHARES
12.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত ৰাহুক ছায়া গ্ৰহ বুলি কোৱা হয়৷ এই গ্ৰহই সকলো সময়তে বক্ৰী চলনত গোচৰ কৰে৷ ৰাহুৱে এটা এটা ৰাশিত ১৮ মাহ অৱস্থান কৰে৷ বৰ্তমান ৰাহু আছে মীন ৰাশিত৷ আগন্তুক ১৮ মে’ৰ সন্ধিয়া ৭বাজি ৩৫ মিনিটত ৰাহুৱে মীন এৰি কুম্ভ ৰাশিত গোচৰ কৰিব৷ জানি থওক ৰাহুৰ গোচৰৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ৷

মেষ ৰাশি

ৰাহুৰ গোচৰত লাভজনক ফল পাব মেষ ৰাশিৰ জাতকেষ বৰ্তমান শনিৰ চাৰে সাতি দশা চলি আছে মেষ ৰাশিত৷ এই অৱস্থাত ৰাহুৰ গোচৰে স্বাস্তিৰ বাতাবৰণ তৈয়াৰ কৰিব মেষৰ জীৱনত৷ কেৰিয়াৰত উন্নতি কৰাৰ একাধিক সুযোগ পাব৷ আৰ্থিকভাৱেও লাভৱান হব মেষ ৰাশিৰ জাতক৷ বিদেশ যাত্ৰা কৰিব পাৰে৷ সাংসৰিক জীৱনত সুখ থাকিব৷

মিথুন ৰাশি

ৰাহুৰ গোচৰত বিশেষভাৱে লাভৱান হব মিথুন ৰাশিৰ জাতক৷ এই সময়ত আপুনি নিজৰ লোকচান হোৱা কাম আকৌ সম্পূৰ্ণ কৰিব পাৰিব৷ নতুন বাহন ক্ৰয়ৰ যোগ আছে৷ ৰাহুৰ প্ৰভাৱত উপাৰ্জন বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷ সাফল্য আহিব আৰু বেছি পৰিশ্ৰম কৰিব লাগিব আপুনি৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷

কৰ্কট ৰাশি

১৮ মে’ৰ পৰা জীৱনত শুভ পৰিবৰ্তন আহিব কৰ্কট ৰাশিৰ জাতকৰ জীৱনত৷ আপুনি নিজৰ সকলো কাম সফলভাৱে সম্পন্ন কৰিব পাৰিব৷ কাৰ্যালয়ৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ সমৰ্থন আপুনি লাভ কৰিব৷ আত্মীয়ৰ সৈতে সম্পৰ্কৰ অবনতি ঘটিব পাৰে৷ কোনো ডাঙৰ চেলেঞ্জো আপোনাৰ সন্মুখলৈ আহিব পাৰে৷

ধনু ৰাশি

ৰাহুৰ গোচৰৰ প্ৰভাৱত ভাল সময় আহিব ধনু ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত সাহস আৰু আত্মবিশ্বাস তুংগত থাকিব ধনু ৰাশিৰ জাতকৰ৷ পৰিয়ালৰ সৈতে তীৰ্থযাত্ৰালৈ যাব পাৰে৷ সকলো কামতেই প্ৰচুৰ এনাৰ্জি থাকিব৷ বিদেশ যাত্ৰাৰ যোগ আছে৷ কেৰিয়াৰত উন্নতিৰ শীৰ্ষ স্থানত উপনীত হব ধনু ৰাশিৰ জাতক৷ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক মধুৰ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ
জীৱনশৈলী

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

June 4, 2026
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ
জীৱনশৈলী

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

June 4, 2026
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
বাণিজ্য

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

June 4, 2026
Next Post
৭মে’ত যুদ্ধৰ ছাইৰেণ শুনি আতংকিত নহ’ব, সঁচাকৈ এই ছাইৰেণ বাজিলে জনসাধাৰণে কি কৰা উচিত? ক’ত কেনেকৈ ইনষ্টল কৰা থাকে এই ছাইৰেণ?

৭মে’ত যুদ্ধৰ ছাইৰেণ শুনি আতংকিত নহ’ব, সঁচাকৈ এই ছাইৰেণ বাজিলে জনসাধাৰণে কি কৰা উচিত? ক’ত কেনেকৈ ইনষ্টল কৰা থাকে এই ছাইৰেণ?

মেট গালাৰ দলিচাত খোজ দিলে দুগৰাকী অন্তঃসত্ত্বাই, ভাইৰেল কিয়াৰা আৰু ৰিহানাৰ মেট গালাৰ বেবী বাম্প দেখুওৱাৰ ফটো

মেট গালাৰ দলিচাত খোজ দিলে দুগৰাকী অন্তঃসত্ত্বাই, ভাইৰেল কিয়াৰা আৰু ৰিহানাৰ মেট গালাৰ বেবী বাম্প দেখুওৱাৰ ফটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.