• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ পিতৃপক্ষৰ একাদশীত শনিৰ দৃষ্টি, গ্ৰহৰাজৰ কৃপাত ভাগ্য খুলিব ৫ৰাশিৰ

কাইলৈ পিতৃপক্ষৰ একাদশীত শনিৰ দৃষ্টি, গ্ৰহৰাজৰ কৃপাত ভাগ্য খুলিব ৫ৰাশিৰ

1 year ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

3 minutes ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

10 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

10 hours ago
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

11 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

12 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

13 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

14 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

14 hours ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

15 hours ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

16 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

16 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ পিতৃপক্ষৰ একাদশীত শনিৰ দৃষ্টি, গ্ৰহৰাজৰ কৃপাত ভাগ্য খুলিব ৫ৰাশিৰ

কাইলৈ পিতৃপক্ষৰ একাদশীত শনিৰ দৃষ্টি, গ্ৰহৰাজৰ কৃপাত ভাগ্য খুলিব ৫ৰাশিৰ

editor by editor
September 27, 2024
in জীৱনশৈলী, ভাৰত
0
কাইলৈ পিতৃপক্ষৰ একাদশীত শনিৰ দৃষ্টি, গ্ৰহৰাজৰ কৃপাত ভাগ্য খুলিব ৫ৰাশিৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২৮ ছেপ্টেম্বৰ ২০২৪ শনিবাৰে চন্দ্ৰই নিশা ৩বাজি ৩৮ মিনিটত কৰ্কট ৰাশি ত্যাগ কৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আহিন মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথি৷ কাইলৈ পিতৃপক্ষৰ একাদশী৷ এই তিথিক ইন্দিৰা একাদশী নামেৰেও জনা যায়৷ এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সিদ্ধ যোগ আৰু সাধ্য যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব প্ৰথমে অশ্লেষা আৰু তাৰপাছত থাকিব মঘা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

কৰ্কট ৰাশি

কাইলৈ শনিৰ দয়াত সকলো কামতে সৌভাগ্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ দাম্পত্য জীৱনত আনন্দ আৰু প্ৰেম থাকিব৷ দীৰ্ঘদিন ধৰি সকলো কামতে আপুনি সফলতা পাব৷ নতুন কামত কাইলৈ হাত দিলে শুভ ফল পাব৷ কাইলৈ আপুনি সকলো কামতে সাফল্য লাভ কৰিব৷ শহুৰৰ ঘৰৰ পৰা কোনো সমস্যা থাকিলে কাইলৈ দূৰ হ’ব৷

কন্যা ৰাশি

কাইলৈ ২৮ ছেপ্টেম্বৰ শনিবাৰে সিদ্ধিযোগৰ প্ৰভাৱত মনৰ সকলো ইচ্ছা পূৰণ হ’ব কন্যা ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ যিসকলে ব্যৱসায়ত যুক্ত তেওঁলোকে কাইলৈ বহু পৰিমানে লাভ কৰিব৷ ভায়েক ভনীয়েকৰ মাজত থকা বিবাদ কাইলৈ দূৰ হ’ব৷ প্ৰেম জীৱনত সুখ আৰু ৰোমান্স থাকিব কন্যা ৰাশিৰ জাতকৰ৷ কাৰ্যালয়ত অনুকূল পৰিবেশ বৰ্তি থাকিব৷

তুলা ৰাশি

কাইলৈ অশ্লেষা নক্ষত্ৰৰ শুভ প্ৰভাৱত লাভৱান হ’ব তুলা ৰাশিৰ জাতকৰ৷ শনিৰ কৃপাত কাইলৈ জীৱনৰ সকলো সমস্যা কাটি শান্তিৰ জীৱন উভতি আহিব৷ কাইলৈ নতুন কোনো ব্যৱসায় আপুনি আৰম্ভ কৰিব পাৰিব৷ সহকৰ্মীসকলৰ সৈতে সম্পৰ্কৰ উন্নতি কৰিব পাৰিব৷ ব্যৱসায়ত অতিৰিক্ত লাভ কৰিব পাৰিব৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হ’ব৷

বৃশ্চিক ৰাশি

কাইলৈ ইন্দিৰা একাদশীত সাধ্য যোগৰ সুফল লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ কেৰিয়াৰত বহু পৰিমানে সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে৷ যিসকলে ব্যৱসায় কৰিছে, তেওঁলোকে শুভ ফল লাভ কৰিব৷ আপুনি যি কামত হাত দিব তাতেই কাংশিত সাফল্য লাভ কৰিব৷ বৃশ্চিক ৰাশিৰ জাতকৰ কাইলৈ বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে৷

ধনু ৰাশি

কাইলৈ শনিবাৰে অশ্লেষা নক্ষত্ৰৰ শুভ প্ৰভাৱ লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ কাইলৈ সাধ্য যোগৰ প্ৰভাৱত আপোনাৰ দীৰ্ঘদিনৰ সমস্যা দূৰ হ’ব৷ কাইলৈ আপোনাৰ মনৰ সাহস আৰু আত্মবিশ্বাস পূৰ্ণ থাকিব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে কাইলৈ সংক্ৰান্তীয় সুখবৰ পাব পাৰে৷ ব্যৱসায়ীসকলে কাইলৈ বৃহৎ কোনো চুক্তি কৰিব পাৰিব৷ সমাজত সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব ধনু ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

March 17, 2026
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?
জীৱনশৈলী

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

March 16, 2026
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?
জীৱনশৈলী

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

March 16, 2026
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ
জীৱনশৈলী

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

March 16, 2026
Next Post
অভিনেত্ৰীৰ সৈতে ডেট কৰিবলৈ গৈয়ে গুলপীয়া চেণ্ডেল পিন্ধিলোঃ কাৰ সৈতে প্ৰেমত এনে হৈছিল ক্ৰিকেটাৰ যুৱৰাজৰ?

অভিনেত্ৰীৰ সৈতে ডেট কৰিবলৈ গৈয়ে গুলপীয়া চেণ্ডেল পিন্ধিলোঃ কাৰ সৈতে প্ৰেমত এনে হৈছিল ক্ৰিকেটাৰ যুৱৰাজৰ?

সাৱধান! Google Payত এই কাম কৰিলেই বন্ধ হৈ যাব পাৰে লেনদেন

সাৱধান! Google Payত এই কাম কৰিলেই বন্ধ হৈ যাব পাৰে লেনদেন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.