• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপূৰ্ণ প্ৰেম, অথচ টাটাই পাহৰিব নোৱাৰিলে সেই প্ৰেয়সীক, প্ৰেম ভঙাৰ ৫০ বছৰ পাছত ৰতন টাটাই আকৌ কিয় লগ কৰিছিল প্ৰেয়সী কেৰোলিনক?

অপূৰ্ণ প্ৰেম, অথচ টাটাই পাহৰিব নোৱাৰিলে সেই প্ৰেয়সীক, প্ৰেম ভঙাৰ ৫০ বছৰ পাছত ৰতন টাটাই আকৌ কিয় লগ কৰিছিল প্ৰেয়সী কেৰোলিনক?

1 year ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

2 minutes ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

22 minutes ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

45 minutes ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

1 hour ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

2 hours ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

4 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

6 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

7 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

7 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

8 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অপূৰ্ণ প্ৰেম, অথচ টাটাই পাহৰিব নোৱাৰিলে সেই প্ৰেয়সীক, প্ৰেম ভঙাৰ ৫০ বছৰ পাছত ৰতন টাটাই আকৌ কিয় লগ কৰিছিল প্ৰেয়সী কেৰোলিনক?

অপূৰ্ণ প্ৰেম, অথচ টাটাই পাহৰিব নোৱাৰিলে সেই প্ৰেয়সীক, প্ৰেম ভঙাৰ ৫০ বছৰ পাছত ৰতন টাটাই আকৌ কিয় লগ কৰিছিল প্ৰেয়সী কেৰোলিনক?

editor by editor
November 4, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
অপূৰ্ণ প্ৰেম, অথচ টাটাই পাহৰিব নোৱাৰিলে সেই প্ৰেয়সীক, প্ৰেম ভঙাৰ ৫০ বছৰ পাছত ৰতন টাটাই আকৌ কিয় লগ কৰিছিল প্ৰেয়সী কেৰোলিনক?
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰতন টাটাৰ প্ৰয়াণৰ পাছতো বাৰে বাৰে বহুতেই জানিব বিচাৰি আছে তেওঁৰ ব্যক্তিগত জীৱনৰ কথা৷ তেওঁৰ অপূৰ্ণ প্ৰেমৰ কথাও জানিবলৈ বহুজন আগ্ৰহী৷ লছ এঞ্জেলচত প্ৰেমত পৰিছিল বিশিষ্ট উদ্যোগী টাটা৷ কিন্তু ১৯৬২ চনত ইন্দো চায়না যুদ্ধ চলাৰ কাৰণে প্ৰেয়সীক ভাৰতলৈ পঠিয়াব নোখোজিলে পৰিয়ালে৷ ৰতন টাটা ভাৰতলৈ আহিল কিন্তু প্ৰেয়সী নাহিল৷ পূৰ্ণতা নাপালে সেই প্ৰেমে৷ কিন্তু যোগাযোগত বহু বছৰ ধৰি আছিল তেওঁলোক৷ বহু বছৰ পাছত দুয়োৰে পুনৰ দেখাও হৈছিল৷

খবৰ অনুসৰি ১৯৬০ চনত কেৰোলিন এমমনছৰ প্ৰেমত পৰিছিল ৰতন টাটা৷ কেৰোলিনে নিজে মাৰ্কিন স্থপতি ফ্ৰেডৰিক আৰ্লেৰ কন্যা৷ ফ্ৰেডৰিকৰ সৈতে ৰতন টাটাৰ পিতৃৰ যুগ্ম ব্যৱসায়ো আছিল৷ সফলভাৱে চলিছিল তেওঁলোকৰ সংস্থা জন্স এণ্ড এমছ৷ ৰতন যেতিয়া ১৯ বছৰীয়া চফল ডেকা৷ মাৰ্কিন যুক্তৰাষ্ট্ৰত পঢ়ি থকাৰ সময়তে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক তৈয়াৰ হৈছিল৷ দুজনৰ প্ৰেমত বাধা হৈ আহিছিল সেই যুদ্ধ৷ ইন্দো-চাইনা যুদ্ধৰ কাৰণেই আধৰুৱা হৈ ৰয় দুয়োৰে প্ৰেম৷

থমাছ মেথিউ, ৰতন টাটাৰ জীৱনী ‘কেৰোলিনৰ জৱানী’ত লিখিছিল, ‘তেওঁক প্রথম দেখাতেই পছন্দ কৰিছিল ৰতন টাটাই৷ কিন্তু সেই সম্পৰ্ক দীৰ্ঘস্থায়ী নহ’ল৷ ১৯৬২ চনত ৰতন টাটাই তেওঁৰ অসুস্থ আইতাকক চাবলৈ ভাৰতলৈ আহে৷ কেৰোলিনেও বিচাৰিছিল তেওঁ এই দেশলৈ আহিব৷ কিন্তু যুদ্ধই সলাই দিলে জীৱন৷ কেৰোলিনে নিজেও তেওঁলোকৰ সম্পৰ্কক আৰু এটা সুযোগ দিব  নোৱাৰি বাৰে বাৰে আফচোচো কৰিছিল৷ তাৰপাছতেই তেওঁ ৱেন জোনাছৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ ২০০৬ চনত কেৰোলিনৰ স্বামী ৱেনৰ মৃত্যু হয়৷’

তাৰপিছত কেৰোলিন ভাৰতলৈ আহিছে৷ সূত্ৰৰ খবৰ অনুসৰি তেওঁ ভায়েকৰ এখন চিনেমা চাই টাটাৰ কথা মনত পেলাইছিল৷ গুগলত চাৰ্ছ কৰি চাইছিল ৰতন টাটাক৷ ৰতন টাটাই তেতিয়া টাটা সন্সৰ চেয়াৰমেন৷ ইমেইলত যোগাযোগ হৈছিল টাটাৰ সৈতে৷ তাৰপিছতেই তেওঁ ভাৰতলৈ আহে৷ মেথিউয়ে লিখিছে, ‘কেৰোটিনক লগ কৰিবলৈ ৰতন টাটা দিল্লীলৈ গৈছিল৷ দুয়ো একেলগে সময়ো কটাইছিল৷ তাৰপিছৰে পৰা মাজে মাজে দেশলৈ আহে কেৰোলিন৷ ২০১৭ চনত টাটাৰ ৮০সংখ্যক জন্মদিনতো আহিছিল কেৰোলিন৷ ২০২১ চনত টাটা যেতিয়া আমেৰিকালৈ গৈছিল তেতিয়াও দুয়োৱে সাক্ষাৎ কৰিছিল৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?
খাদ্য

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

April 6, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

April 6, 2026
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

April 6, 2026
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

April 6, 2026
Next Post
কাইলৈৰ পৰা আৰম্ভ ষট পূজা, কোন দেৱতাৰ পূজা কৰা হয় ষটত? কোনে প্ৰথমে ষট পূজা পালন কৰিছিল?

কাইলৈৰ পৰা আৰম্ভ ষট পূজা, কোন দেৱতাৰ পূজা কৰা হয় ষটত? কোনে প্ৰথমে ষট পূজা পালন কৰিছিল?

গা/লিগা/লাজ-মা/ৰ/ধ/ৰ নহয়, এই বিষয়সমূহ টক্সিন ৰিলেছনৰ লক্ষণ

গা/লিগা/লাজ-মা/ৰ/ধ/ৰ নহয়, এই বিষয়সমূহ টক্সিন ৰিলেছনৰ লক্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.