• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেচনৰ দোকানত কিয় বিক্ৰী কৰিব সুৰা? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

ৰেচনৰ দোকানত কিয় বিক্ৰী কৰিব সুৰা? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

4 years ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

42 seconds ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

50 minutes ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

2 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

3 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

3 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

4 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

4 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

5 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

6 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

8 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

9 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

ৰেচনৰ দোকানত কিয় বিক্ৰী কৰিব সুৰা? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

editor by editor
September 26, 2022
in খাদ্য, জীৱনশৈলী, নিয়োগ, বাণিজ্য, ভাৰত
0
ৰেচনৰ দোকানত কিয় বিক্ৰী কৰিব সুৰা? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…
0
SHARES
11.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰেচনৰ দোকানতেই এতিয়াৰে পৰা উপলব্ধ হ’ব সুৰা! ৰেচনৰ দোকানত সুৰা বিক্ৰিৰ অনুমতি বিচাৰি কেন্দ্ৰলৈ চিঠি লিখিছে ৰেচন ব্যৱসায়ী সংস্থাই। ২০ ছেপ্টেম্বৰত কেন্দ্ৰীয় খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰালয়ৰ প্ৰধান সচিব সুধাংশু পাণ্ডেলৈ এই পত্ৰ প্ৰেৰণ কৰিছে সংস্থাটোৱে। পত্ৰখন অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰ ফেডাৰেছনৰ পৰা প্ৰেৰণ কৰা হৈছে। সংগঠনটোৰ সাধাৰণ সম্পাদক বিশ্বম্ভৰ বসুৱে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী পীয়ুষ গোৱেল, কেন্দ্ৰীয় বিত্ত সচিব, কেন্দ্ৰীয় ৰাজহ সচিব, কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা আৰু খাদ্য ৰাজ্যমন্ত্ৰী, খাদ্য আয়ুক্ত আৰু সকলো ৰাজ্যৰ খাদ্য সচিবলৈ পত্ৰখনৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে। ৰেচন ব্যৱসায়ীসকলে দাবী কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰেচন দোকানবোৰ বচাবলৈকে এই প্ৰয়োজনীয় পদক্ষেপ আৰু সিদ্ধান্ত ল’ব লাগে।

অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ অফ ডিলাৰ ফেডাৰেচনৰ দ্বাৰা প্ৰদান কৰা তথ্য অনুসৰি, বৰ্তমান দেশত ৫,৩৭,৮৬৮ খন চৰকাৰৰ অনুমোদিত ৰেচন দোকান আছে। এই দোকানবোৰেই প্ৰায় ২.৫ কোটি লোকৰ জীৱিকাৰ সম্বল। অৰ্থাৎ পৰোক্ষভাৱে, ৫.৫ নিযুতৰো অধিক লোক এই দোকানৰ ওপৰত নিৰ্ভৰশীল। ডিলাৰসমূহে দাবী কৰিছে যে বৰ্তমানৰ আন্তঃগাঁথনিত ৰেচন ব্যৱসায়ীসকলে লাভৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই। তেওঁলোকে ৰেচনৰ দোকানবোৰ জীয়াই ৰাখিবলৈ বিকল্প উপায়ৰ কথা ভাবিব লাগিব। সেয়েহে, তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱৰ ৰূপত সুৰা বিক্ৰী কৰাৰ বিষয়ে অৱগত কৰিছে।
তেওঁলোকে কেৱল সুৰা বিক্ৰী কৰাই নহয় কেন্দ্ৰীয় চৰকাৰক অনাগত দিনত ৰেচন দোকানৰ পৰা পাঁচ কিলোগ্ৰাম এলপিজি চিলিণ্ডাৰ আৱণ্টন কৰাৰ প্ৰস্তাৱো দিছে। ৰেচন ব্যৱসায়ীসকলৰ আশা যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বাস্তৱ পৰিস্থিতিৰ কথা বিবেচনা কৰি সময়মতে সিদ্ধান্ত ল’ব।
‘
ৰেচন ব্যৱসায়ীসকলৰ হৈ অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰ ফেডাৰেচনৰ অন্যতম কাৰ্য্যালয়ৰ বিষয়া জয়ন্ত দেৱনাথে কয়, ‘প্ৰতিখন ৰেচন দোকানত দুইৰ পৰা চাৰিজন কৰ্মচাৰী আছে। মালিক আৰু কৰ্মচাৰীৰ পৰিয়ালৰ সৈতে এই ৩-৪ জন সদস্যৰ কৰ্মসংস্থাপন দিয়ে এই দোকানসমূহে। সমীক্ষা অনুসৰি, পাঁচ কোটিৰো অধিক লোকৰ ৰেচন দোকানেই মূল জীৱিকা। সেয়েহে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰেচনৰ দোকানবোৰ জীয়াই ৰাখিব লাগে। আমি কেন্দ্ৰীয় চৰকাৰক এনে ধৰণৰ প্ৰস্তাৱ দিছো যাতে ৰেচনৰ দোকানবোৰ জীয়াই ৰাখি মালিক আৰু শ্ৰমিকসকলক জীয়াই ৰাখিব পৰা যায়।’ তেওঁ লগতে যুক্তি দিয়ে যে যদি ৰেচন ব্যৱসায়ীসকলৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়, তেন্তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ৰাজহ বৃদ্ধিৰ পথো মসৃণ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক
বাণিজ্য

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

September 14, 2026
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?
ভাৰত

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

September 14, 2026
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
Next Post
যৌন ধৰ্মঘট! মহিলাক যৌন ধৰ্মঘট কৰিবলৈ কিয় আহ্বান জনাইছে পশুপ্ৰেমী সংস্থাই?

যৌন ধৰ্মঘট! মহিলাক যৌন ধৰ্মঘট কৰিবলৈ কিয় আহ্বান জনাইছে পশুপ্ৰেমী সংস্থাই?

প্ৰেমে নামানে বয়স! বয়সতকৈ ডাঙৰ ব্যক্তিৰ প্ৰেমত কিয় পৰে এই ৰাশিৰ ব্যক্তিয়ে?

প্ৰেমে নামানে বয়স! বয়সতকৈ ডাঙৰ ব্যক্তিৰ প্ৰেমত কিয় পৰে এই ৰাশিৰ ব্যক্তিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.