• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
RBI’ৰ গভৰ্নৰৰ মাহিলী দৰমহা কিমান? অইন কি কি সুবিধা পায় এজন গভৰ্নৰে?

RBI’ৰ গভৰ্নৰৰ মাহিলী দৰমহা কিমান? অইন কি কি সুবিধা পায় এজন গভৰ্নৰে?

1 year ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

13 minutes ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

1 hour ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

2 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

2 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

3 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

3 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

4 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

5 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

6 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

6 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

RBI’ৰ গভৰ্নৰৰ মাহিলী দৰমহা কিমান? অইন কি কি সুবিধা পায় এজন গভৰ্নৰে?

RBI’ৰ গভৰ্নৰৰ মাহিলী দৰমহা কিমান? অইন কি কি সুবিধা পায় এজন গভৰ্নৰে?

editor by editor
December 13, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
RBI’ৰ গভৰ্নৰৰ মাহিলী দৰমহা কিমান? অইন কি কি সুবিধা পায় এজন গভৰ্নৰে?
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৬ বছৰ ৰিজাৰ্ভ বেংকৰ গভৰ্নৰৰ দায়িত্ব পালনৰ পাছত অৱসৰ লৈছে শক্তিকান্ত দাসে৷ কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ সচিব সঞ্জয় মলহোত্ৰক ৰিজাৰ্ভ বেংকৰ পৰবৰ্তী গভৰ্নৰ হিচাপে ইতিমধ্যেই নিয়োগ কৰা হৈছে৷ কিন্তু RBIৰ গভৰ্নৰৰ মাহিলী দৰমহা কিমান?

তথ্য জনাৰ অধিকাৰ আইনত ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্নৰৰ দৰমহা জানিবলৈ এক আবেদন কৰিছিল সংবাদমাধ্যম মানি কণ্ট্ৰলে৷ সেই আবেদনৰ উত্তৰত ৰিজাৰ্ভ বেংকে জনাই যে শক্তিকান্ত দাসে বিগত অৰ্থবৰ্ষত মাহিলী আঢ়ৈ লাখ টকাকৈ পাৰিশ্ৰমিক পাইছিল৷ ইয়াৰোপৰি ৰিজাৰ্ভ বেংকৰ গভৰ্নৰে মুম্বাইৰ মালাবাৰ হিলছত এটা বাংলো পাই যাৰ আনুমানিক বজাৰমূল্য প্ৰায় ৪৫০ কোটি টকা৷ মানি কন্ট্ৰলৰ ৰিপৰ্ট অনুসৰি শক্তিকান্ত দাসৰ সহকাৰী অধিকাৰীসকলৰ দৰমহা সম্পৰ্কেও জানিব পাৰিছিল৷ সেই উত্তৰত কোৱা হৈছে যে চাৰিজন ডেপুটি গভৰ্নৰ এম ডি পাত্ৰ, এম ৰাজেশ্বৰ ৰাও, এম কে জৈন আৰু টি ৰবিশংকৰে বিগত অৰ্থবৰ্ষত প্ৰতি মাহে পাৰিশ্ৰমিক হিচাপে পাইছিল ২লাখ ২৫ হাজাৰ টকা৷ প্ৰতিমাহে ২লাখ ১৬ হাজাৰ টকা পাৰিশ্ৰমিক পাইছিল অনিলকুমাৰ শৰ্মা, শিৰীষচন্দ্ৰ মুৰ্মু, ওমপ্ৰকাশ মল আৰু মৃদুলকুমাৰ সাগৰৰ দৰে এগজিকিউটিভ কৰ্তাসকলেও৷

বিগত অৰ্থ বৰ্ষত বাৰ্ষিক ২৭ লাখ টকা পাৰিশ্ৰমিক পাইছিল ষ্টেট বেংক অফ ইণ্ডিয়াৰ চেয়াৰমেন দীনেশ খাৰাৰে৷ মহাৰ্ঘ্য ভাট্টা হিচাপে তেওঁ সেই সময়কালত পাইছিল ৭লাখ ৪২ হাজাৰ ৫০০ টকা৷ বেংক অফ বৰোদাৰ মেনেজিং ডাইৰেক্টৰ আৰু চিফ এগজিকিউটিভ অফিচাৰ সঞ্জীৱ চাড্ডাই ২০২২-২৩ অৰ্থবৰ্ষত পাইছিল ৩৮.১৯ লাখ টকা পাৰিশ্ৰমিক৷ ইয়াৰোপৰি ২লাখ ২৭ হাজাৰ টকা পাইছিল আনুষঙ্গিক হিচাপে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

March 17, 2026
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?
বিবিধ

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

March 17, 2026
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ
জীৱনশৈলী

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

March 17, 2026
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

March 17, 2026
Next Post
যুদ্ধ বাঢ়িব, দেখা যাব ভিন্নগ্ৰহৰ প্ৰাণী! ২০২৫ক লৈ কি কি ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাংগাই?

যুদ্ধ বাঢ়িব, দেখা যাব ভিন্নগ্ৰহৰ প্ৰাণী! ২০২৫ক লৈ কি কি ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাংগাই?

নিম্ন আদালতে ১৪ দিন জে’ল দিছিল, তেলেংগানা উচ্চ ন্যায়ালয়ে আল্লুক দিলে জামিন

নিম্ন আদালতে ১৪ দিন জে’ল দিছিল, তেলেংগানা উচ্চ ন্যায়ালয়ে আল্লুক দিলে জামিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.