• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে ‘ৰেমডেছিভিৰ’

কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে ‘ৰেমডেছিভিৰ’

6 years ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

12 minutes ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

1 hour ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

1 hour ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

2 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

2 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

3 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

3 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

4 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

6 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

7 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে ‘ৰেমডেছিভিৰ’

‘ৰেমডেছিভিৰ’ৰ জৰুৰীকালীন ব‍্যৱহাৰত ভাৰত চৰকাৰৰ অনুমোদন

নিউজ ডেস্ক by নিউজ ডেস্ক
June 2, 2020 - Updated on June 7, 2020
in ক'ভিড-১৯, ভাৰত
0
কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে ‘ৰেমডেছিভিৰ’
0
SHARES
39
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ বিশ্বজুৰি ক’ৰোনাৰ সংহাৰৰ সময়তে কোভিড-১৯ ৰোগীলৈ আশাৰ ৰেঙনি কঢ়িয়াইছে ‘ৰেমডেছিভিৰ’এ৷ কোভিড-১৯ ৰোগীৰ জৰুৰীকালীন চিকিৎসাৰ বাবে ‘ৰেমডেছিভিৰ’ৰ ব্যৱহাৰত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ ‘ৰেমডেছিভিৰ’ ‘গিলীড চাইন্সেছ ইংক’ৰ এণ্টিভাইৰেল ঔষধ৷ কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত আনুষ্ঠানিক ক্লিনিকেল ট্ৰায়েলত অগ্ৰগতি প্ৰদর্শন কৰা প্ৰথমবিধ ঔষধেই হ’ল ‘ৰেমডেছিভিৰ’৷ কোভিড-১৯ ৰোগীৰ জৰুৰীকালীন চিকিৎসাত ‘ৰেমডেছিভিৰ’ৰ ব্যৱহাৰত ১ জুনত অনুমোদন জনাইছে দেশৰ ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেলে৷ আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে ‘ৰেমডেছিভিৰ’ৰ ব্যৱহাৰত অনুমোদন জনাইছে এমাহ পূর্বে৷ জাপানৰ স্বাস্থ‍্য সেৱা নিয়ন্ত্ৰকেও ঔষধবিধৰ ব‍্যৱহাৰত অনুমোদন জনাইছে৷ ‘ৰেমডেছিভিৰ’ৰ উৎপাদনকাৰী সংস্থা ‘গিলীড চাইন্সেছ ইংকে’ জনোৱা মতে কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ঔষধবিধে ভাল ফল দেখুৱাইছে সেইসকলৰ ক্ষেত্ৰত যিসকলক ৫ দিনৰ বাবে দৰববিধ দিয়া হৈছে; ১০ দিনৰ বাবে দৰব দিয়াসকলৰ ক্ষেত্ৰত আশাপ্ৰদ ফলাফল লাভ কৰা হোৱা নাই৷ সেইবাবে ঔষধবিধৰ ৫দিনীয়া ব‍্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ ইপিনে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই ঔষধবিধৰ ভাল ফলাফললৈ আশাৰে বাট চাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: coronacovidremedesivir
নিউজ ডেস্ক

নিউজ ডেস্ক

Related Posts

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?
বিনোদন

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

October 6, 2026
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭
ভাৰত

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
Next Post
ৰুক্মিণীগাঁৱত ভয়ংকৰ বিস্ফোৰণ, নিহত এজন

ৰুক্মিণীগাঁৱত ভয়ংকৰ বিস্ফোৰণ, নিহত এজন

কপিল-ইমৰানৰ নামেৰে ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক চিৰিজৰ প্ৰস্তাৱ

কপিল-ইমৰানৰ নামেৰে ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক চিৰিজৰ প্ৰস্তাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.