• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কপিল-ইমৰানৰ নামেৰে ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক চিৰিজৰ প্ৰস্তাৱ

6 years ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

23 minutes ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

1 hour ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

2 hours ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

14 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

15 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

16 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

17 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

18 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কপিল-ইমৰানৰ নামেৰে ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক চিৰিজৰ প্ৰস্তাৱ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 2, 2020 - Updated on June 7, 2020
in ক্ৰীড়া, বিনোদন, ভাৰত
0
কপিল-ইমৰানৰ নামেৰে ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক চিৰিজৰ প্ৰস্তাৱ
0
SHARES
33
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ ক’ৰোনাৰ আতংকৰ মাজতেই বিচিচিআইক ভাৰত-পাকিস্তান দ্বিপাক্ষিক চিৰিজৰ প্ৰস্তাৱ দিছে প্ৰাক্তন পাক পেচাৰ ছোৱাইব আখতাৰে৷ আখতাৰৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ভাৰতীয় ক্ৰিকেট বোর্ডে৷ পিছে এইবাৰ পাকিস্তানৰ আন এগৰাকী অৱসৰী ফার্ষ্ট বলাৰ ৱাকাৰ ইউনিছে দিছে দুয়োখন দেশৰ বোর্ডক আন এক প্ৰস্তাৱ৷ ৱাকাৰে তেওঁৰ প্ৰস্তাৱত চিৰিজৰ নামকৰণো কৰিছে৷ বিশ্বকাপ বিজয়ী দুই অধিনায়ক কপিল দেৱ আৰু ইমৰাণ খানৰ নামেৰে চিৰিজৰ প্ৰস্তাৱ দি ৱাকাৰে কৈছে যে ভাৰতক প্ৰথম বিশ্বকাপ জয়ৰ সোৱাদ দিছিল কপিল দেৱে৷ অনুৰূপ ধৰণে পাকিস্তানক বিশ্বকাপত প্ৰথমবাৰ জয়ী কৰাইছিল ইমৰান খানে৷ সেইবাবে এই নমস‍্য খেলুৱৈ দুগৰকাৰীৰ নামত চিৰিজ আৰম্ভ কৰিব লাগে৷ অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত যেনেদেৰ গাভাস্কাৰ-বর্ডাৰ ট্ৰফীৰ আয়োজন হয়, তেনেদৰে কপিল দেৱ আৰু ইমৰান খানৰ নামেৰে নামাংকিত কৰা হওক৷ উল্লেখ‍্য যে সীমান্তৰ ৰাজনৈতিক সমস‍্যাৰ বাবে দীর্ঘদিন ধৰি পাক-ভাৰতৰ কোনো খেল অনুষ্ঠিত হোৱা নাই৷ ২০১২-১৩ বর্ষত শেষ বাৰৰ কাৰণে দ্বিপাক্ষিক চিৰিজ অনুষ্ঠিত হৈছিল চিৰবৈৰী পাকিস্তান-ভাৰতৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bcciimran khanindiakapil devpakistan
নিউজ ডেস্ক

নিউজ ডেস্ক

Related Posts

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে
জীৱনশৈলী

May 22, 2026
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল
জীৱনশৈলী

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

May 22, 2026
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

May 21, 2026
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

May 21, 2026
Next Post
ক’ৰোনাৰ খতিয়ান

ক’ৰোনাৰ খতিয়ান

ঘৈণীয়েকক আনে কি ক’লে মন বেয়া লাগে হার্দিক পাণ্ডিয়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন