• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৈণীয়েকক আনে কি ক’লে মন বেয়া লাগে হার্দিক পাণ্ডিয়াৰ

ঘৈণীয়েকক আনে কি ক’লে মন বেয়া লাগে হার্দিক পাণ্ডিয়াৰ

6 years ago
‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

1 hour ago
৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

1 hour ago
‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

2 hours ago
উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান

উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান

2 hours ago
সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!

সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!

3 hours ago
AI-ৰ সহায়ত সৃষ্টি হৈছে লাখ লাখ ভুৱা ভোটাৰ!

AI-ৰ সহায়ত সৃষ্টি হৈছে লাখ লাখ ভুৱা ভোটাৰ!

3 hours ago
পিতৃৰ বিৰুদ্ধে আদালতৰ কাষ চাপিলে TVS পৰিয়ালৰ কন্যাই

পিতৃৰ বিৰুদ্ধে আদালতৰ কাষ চাপিলে TVS পৰিয়ালৰ কন্যাই

4 hours ago
১৫ গৰাকীকৈ যুৱতীক বিয়া কৰাই ব্লেকমেইলিং!

১৫ গৰাকীকৈ যুৱতীক বিয়া কৰাই ব্লেকমেইলিং!

5 hours ago
মহাকাশত বাটাৰ চিকেনৰ সৈতে গো-মাংস!

মহাকাশত বাটাৰ চিকেনৰ সৈতে গো-মাংস!

5 hours ago
বৈভৱৰ দ্বিশতকীয় ইনিংছটোক লৈ প্ৰশ্ন মঞ্জৰেকাৰৰ

বৈভৱৰ দ্বিশতকীয় ইনিংছটোক লৈ প্ৰশ্ন মঞ্জৰেকাৰৰ

6 hours ago
ভয়ংকৰ ভূমিকম্পই তচনচ কৰিব উত্তৰ-পূবক! IIT গুৱাহাটীৰ গৱেষণাত চিন্তনীয় তথ্য

ভয়ংকৰ ভূমিকম্পই তচনচ কৰিব উত্তৰ-পূবক! IIT গুৱাহাটীৰ গৱেষণাত চিন্তনীয় তথ্য

6 hours ago
সম্পত্তি আৰু ২ কোটি টকাৰ বীমাৰ ধনৰ লোভত মহিলাই কৰিলে ভয়ংকৰ কাম

সম্পত্তি আৰু ২ কোটি টকাৰ বীমাৰ ধনৰ লোভত মহিলাই কৰিলে ভয়ংকৰ কাম

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ঘৈণীয়েকক আনে কি ক’লে মন বেয়া লাগে হার্দিক পাণ্ডিয়াৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 2, 2020 - Updated on June 7, 2020
in ক্ৰীড়া, বিনোদন
0
ঘৈণীয়েকক আনে কি ক’লে মন বেয়া লাগে হার্দিক পাণ্ডিয়াৰ
0
SHARES
48
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ বর্তমান ভাৰতীয় ক্ৰিকেট দলৰ নিঃসন্দেহে অন‍্যতম জনপ্ৰিয় তাৰকা হার্দিক পাণ্ডিয়া৷ বিপক্ষৰ হাতৰ পৰা কেইবাখনো মেচ ওভোতাই আনি ভাৰতক দুর্দান্ত জয়ৰ সোৱাদো দিছে এই পাণ্ডিয়াই৷ বল হাতত ল’লেও দুর্দান্ত৷ হেয়াৰ ষ্টাইলৰো আছে হট লুক৷ মুঠতে দেখাই-শুনাই, কামে-কাজে আন এক মহানায়কৰ শাৰীতেই আছে পাণ্ডিয়া৷ কিছুদিন পূর্বে বিবাহপাশত আৱদ্ধ হোৱা পাণ্ডিয়াই বিবাহে দুমাহো অতিক্ৰম নকৰোতেই পত্নী পাঁচ মাহৰ গর্ভৱতী বুলি সদৰী কৰি ছ’চিয়েল মিডিয়াত সন্মুখীন হৈছিল ট্ৰ’লৰ৷ ট্ৰ’ল হৈছিল সুন্দৰী পত্নীৰ৷ হাৰ্ডিকৰ ইয়াতেই ক্ষোভ৷ ‘আৰে ভাই মোৰ ভুলৰ বাবে যদি মোৰ পত্নীক কটুক্তি কৰা হয় মোৰ মন বেয়া লাগে৷’ এক সাক্ষাতকালত এনেদেৰেই সাংবাদিকৰ সন্মুখত ক্ষোভ উজাৰে বেটে-বলে দুর্দান্ত ফর্ম দেখুৱা হার্টথ্ৰ’ৱ হার্দিক পাণ্ডিয়াই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: hardik pandiyatroll
নিউজ ডেস্ক

নিউজ ডেস্ক

Related Posts

‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি
বিনোদন

‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

November 26, 2026
বৈভৱৰ দ্বিশতকীয় ইনিংছটোক লৈ প্ৰশ্ন মঞ্জৰেকাৰৰ
বিনোদন

বৈভৱৰ দ্বিশতকীয় ইনিংছটোক লৈ প্ৰশ্ন মঞ্জৰেকাৰৰ

November 26, 2026
হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ
বিনোদন

হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

November 24, 2026
৫২ বলত বৈভৱ সূৰ্যবংশীৰ দ্বিশতক, দ্ৰুততম শতকৰো গৰাকী হ’ল বিস্ময় বালক
বিনোদন

৫২ বলত বৈভৱ সূৰ্যবংশীৰ দ্বিশতক, দ্ৰুততম শতকৰো গৰাকী হ’ল বিস্ময় বালক

November 24, 2026
Next Post
ক’ৰোনা আক্ৰান্তৰ শেষকৃত্যত গণ্ডগোল

ক’ৰোনা আক্ৰান্তৰ শেষকৃত্যত গণ্ডগোল

ক’ৰোনাৰ ভয়ত খোজকাঢ়িলে ২০০০ কিলোমিটাৰ

ক’ৰোনাৰ ভয়ত খোজকাঢ়িলে ২০০০ কিলোমিটাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.