• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰ জি কৰ হাস্পতালত কন্যাক কি অৱস্থাত দেখিছিল পিতৃয়ে? ভয়ংকৰ মুহূৰ্তৰ বৰ্ণনা দিলে পিতৃ-মাতৃয়ে

আৰ জি কৰ হাস্পতালত কন্যাক কি অৱস্থাত দেখিছিল পিতৃয়ে? ভয়ংকৰ মুহূৰ্তৰ বৰ্ণনা দিলে পিতৃ-মাতৃয়ে

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

7 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

9 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

9 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

10 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

11 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

12 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

13 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

13 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

14 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰ জি কৰ হাস্পতালত কন্যাক কি অৱস্থাত দেখিছিল পিতৃয়ে? ভয়ংকৰ মুহূৰ্তৰ বৰ্ণনা দিলে পিতৃ-মাতৃয়ে

আৰ জি কৰ হাস্পতালত কন্যাক কি অৱস্থাত দেখিছিল পিতৃয়ে? ভয়ংকৰ মুহূৰ্তৰ বৰ্ণনা দিলে পিতৃ-মাতৃয়ে

editor by editor
August 19, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আৰ জি কৰ হাস্পতালত কন্যাক কি অৱস্থাত দেখিছিল পিতৃয়ে? ভয়ংকৰ মুহূৰ্তৰ বৰ্ণনা দিলে পিতৃ-মাতৃয়ে
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই ক্ষতস্থান জানো পাহৰিব পৰা যাব? এই ভয়ংকৰ স্মৃতি কেতিয়াও আৰু মছিব পৰা নাযাব৷ কন্যাক হেৰুৱাই এতিয়া নিঃস্ব তেওঁৰ পিতৃ-মাতৃ৷ ঘটনাৰ পাছতেই আৰ জি কৰ হাস্পতালত উপস্থিত হৈ কি দেখিছিল চিকিৎসকগৰাকীৰ পিতৃয়ে? সেই ঘটনাৰ বৰ্ণনা দিছে মৃত চিকিৎসকগৰাকীৰ পিতৃয়ে৷ লগতে তেওঁ জনাইছে যে কিয় তেওঁ আস্থা হেৰুৱাইছে মমতা চৰকাৰৰ ওপৰত৷

বিগত ৯ আগষ্টত আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ পৰা উদ্ধাৰ হৈছিল তৰুণী চিকিৎসকৰ দেহ৷ হাস্পতালখনৰ চাৰিমহলাত থকা ছেমিনাৰ হলত পৰি আছিল চিকিৎসকগৰাকীৰ দেহ৷ কি অৱস্থাত দেখা পাইছিল পিতৃয়ে একমাত্ৰ কন্যাৰ দেহ, সেই মুহূৰ্তৰ বৰ্ণনা দিবলৈ গৈ কথা লাগি লাগি ধৰিছে পিতৃৰো৷

পিতৃয়ে কয়, ‘১১ বজাত মোলৈ এটা ফোন আহিছিল৷ মোৰ কন্যাই আত্মহত্যা কৰিছে বুলি৷ আমি খবৰ লাভ কৰি লগে লগে ১২ বজাত হাস্পতালত উপস্থিত হওঁ৷ কিন্তু তেতিয়া মই দেহটো দেখা নাপালো৷’  লগতে পিতৃয়ে কয়, ‘মই জানো মোৰ কন্যাৰ দেহ দেখাৰ পাছত মোৰ মূৰৰ ওপৰেৰে কেনে এজাক ধুমুহা বৈছিল৷ মই এতিয়া সৰ্বস্বান্ত৷ সকলো হেৰুৱাই পেলালো মই৷ মোৰ জীয়াই থাকিবলৈ সন্মুখতনো কি সপোন থাকিব৷ মোৰ এটাই আশা মোৰ কন্যাই সুবিচাৰ পাওক৷’

পিতৃয়ে লগতে কয়, ‘মোৰ কন্যাক তালৈ শিক্ষা আৰু চাকৰিৰ বাবে পঠিয়াইছিলো৷ তেওঁলোকে মোৰ কন্যাক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে৷ মইয়েই নহয় সকলো পিতৃ-মাতৃয়েই সন্তানক শিক্ষাৰ বাবে স্কুল কলেজলৈ পঠিয়াই৷ এই স্কুল কলেজক সকলো পিতৃ-মাতৃয়েই নিৰ্ভৰযোগ্য স্থান বুলি ভাৱে৷ লোহাৰ গেটৰ ভিতৰত কি হৈছে আমি একো নাজানো৷ আমি কেৱল তেওঁলোকৰ ওপৰত আস্থা ৰাখি সন্তানক এৰি আহো৷ হাস্পতালৰ ক্ষেত্ৰতো একেই৷ আমি ভৰষা কৰিয়েই সন্তানক তাত কাম কৰিবলৈ এৰি আহিছিলো৷’

কন্যাক হেৰুৱাই ভাঙি পৰা পিতৃয়ে ক্ষোভ উজাৰিছে মুখ্যমন্ত্ৰী মমতাৰ বিৰুদ্ধেও৷ তেওঁ কয়, ‘আগতে মোৰ মুখ্যমন্ত্ৰীৰ ওপৰত ভৰষা আছিল৷ কিন্তু এতিয়া মোৰ তিলমানো ভৰষা নাই৷ তেওঁ কি বিচাৰ বিচাৰিছে? তেওঁতো মোৰ কন্যাক এনেকৈ শেষ কৰাক লৈ এতিয়াও একো কৰাই নাই৷’ পিতৃয়ে ক্ষোভ উজাৰি থকাৰ সময়ত কাষতেই ৰৈ আছিল চিকিৎসকগৰাকীৰ মাতৃও৷ তেওঁয়ো মমতা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়, ‘মমতা বেনাৰ্জীৰ সকলো প্ৰকল্প, কন্যাশ্ৰী, লক্ষ্মীৰ ভাণ্ডাৰ সকলো ভাওনা৷ যিসকলে এই প্ৰকল্পৰ সুবিধা ল’ব বিচাপে তেওঁলোকেও এবাৰ ভাৱি চাব আপোনাৰ ঘৰৰ লক্ষ্মী সুৰক্ষিতভাৱে আছেনে?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
ঘনে ঘনে নেটৱৰ্ক নাইকিয়া হৈছে? এই টিপছ মানক, ইণ্টাৰনেট স্পীড ৰকেট গতিত পাবই

ঘনে ঘনে নেটৱৰ্ক নাইকিয়া হৈছে? এই টিপছ মানক, ইণ্টাৰনেট স্পীড ৰকেট গতিত পাবই

অৱশেষত পোহৰলৈ আহিছে ৰিপৰ্ট,  কি লিখা আছে ৰিপৰ্টত? সবিশেষ

অৱশেষত পোহৰলৈ আহিছে ৰিপৰ্ট, কি লিখা আছে ৰিপৰ্টত? সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.