• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষীয়ে বিচাৰি ফুৰাৰ খবৰ পাওঁতে কৈছিল, ‘চাই লম!’, কেনেকৈ আৰ জি কৰ কাণ্ডটো কৰিছিল A to Z ক’লে ধৃত সঞ্জয় ৰায়ে

আৰক্ষীয়ে বিচাৰি ফুৰাৰ খবৰ পাওঁতে কৈছিল, ‘চাই লম!’, কেনেকৈ আৰ জি কৰ কাণ্ডটো কৰিছিল A to Z ক’লে ধৃত সঞ্জয় ৰায়ে

2 years ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

5 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

6 hours ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

7 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

8 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

8 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

9 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

10 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

10 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

11 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

12 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

13 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আৰক্ষীয়ে বিচাৰি ফুৰাৰ খবৰ পাওঁতে কৈছিল, ‘চাই লম!’, কেনেকৈ আৰ জি কৰ কাণ্ডটো কৰিছিল A to Z ক’লে ধৃত সঞ্জয় ৰায়ে

আৰক্ষীয়ে বিচাৰি ফুৰাৰ খবৰ পাওঁতে কৈছিল, ‘চাই লম!’, কেনেকৈ আৰ জি কৰ কাণ্ডটো কৰিছিল A to Z ক’লে ধৃত সঞ্জয় ৰায়ে

editor by editor
August 26, 2024
in বিবিধ, ভাৰত
0
আৰক্ষীয়ে বিচাৰি ফুৰাৰ খবৰ পাওঁতে কৈছিল, ‘চাই লম!’, কেনেকৈ আৰ জি কৰ কাণ্ডটো কৰিছিল A to Z ক’লে ধৃত সঞ্জয় ৰায়ে
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসকৰ গণধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাত তোলপাৰ পশ্চিমবংগসহ সমগ্ৰ দেশ৷ ঘটনাৰ পাছতেই অন্যতম অভিযুক্ত ছিভিক ভলণ্টিয়াৰ সঞ্জয় ৰায়ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ দেওবাৰে প্ৰেছিডেন্সি জে’লত সঞ্জয় ৰায়ৰ পলিগ্ৰাফ টেষ্ট কৰা হৈছে৷ তাতেই নিজৰ অপৰাধৰ কথা অকপটে স্বীকাৰ কৰিছে সঞ্জয়ে৷ তদন্তত এইবাৰ সঞ্জয়ৰ প্ৰসংগত আৰু এক চাঞ্চল্যকৰ তথ্য উঠিছে৷

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে, ৩১ বছৰীয়া জুনিয়ৰ চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত নিৰ্বিকাৰ হৈ আছিল৷ লেখমাত্ৰও আতংক দেখা পোৱা নাছিল দুচকুত৷ বৰং খুবেই স্বাভাৱিক আচৰণ কৰিছিল অভিযুক্ত সঞ্জয়ে৷ ঘটনৰ পাছতেই অৰ্থাৎ ১০ আগষ্টত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সঞ্জয় ৰায়ক৷ জেৰাত নিজৰ নিয়মিত মদ্যপানৰ অভ্যাসৰ কথা স্বীকাৰ কৰিছে সঞ্জয়ে৷ সঞ্জয়ে জনাই যে মদ্যপান কৰি ৯তাৰিখে নিশা চিকিৎসকৰ ওপৰত নিৰ্যাতন চলাইছিল সঞ্জয়ে৷ চিচিটিভি ফুটেজত সেই নিশা কমপক্ষেও ১৫ জনক ছেমিনাৰ হলত সোমোওৱা দেখা গৈছিল৷ যাৰমাজত এজন হৈছে সঞ্জয়৷

আৰ জি কৰ হাস্পতালত ভৰ্তি হৈ থকা এজন ৰোগীয়ে সঞ্জয়ক চিহ্নিত কৰিছে৷ ৰোগীৰ পৰিচয়, মৃত চিকিৎসকৰ এগৰাকী বন্ধুৰ ভাতৃয়ে এই ঘটনাৰ বিৱৰণ পূৰ্বেই দিছিল৷ এই জঘন্য অপৰাধ ঘটোৱাৰ পাছত কলকাতা সশস্ত্ৰ আৰক্ষীৰ চতুৰ্থ বেটেলিয়ান বেৰেকলৈ গৈছিল সঞ্জয়৷ তাতেই সঞ্জয়ক থকাৰ ব্যৱস্থা কৰিছিল এছিচটেণ্ট ছাব ইন্সপেক্টৰ অনুপ দত্তই৷ ১০ তাৰিখে পুৱা সঞ্জয়ৰ টোপনি ভাঙিছিল যদিও আকৌ মদ্যপান কৰি শুই পৰিছিল সঞ্জয়৷

টোপনিৰ পৰা উঠাৰ পাছত সঞ্জয়ে তাৰ ছিভিক ভলণ্টিয়াৰ বন্ধু সৌৰভৰ সৈতে মধ্যাহ্নভোজনলৈ গৈছিল৷ ইয়াৰপাছতেই দুই বন্ধু মিলি যৌনপল্লীলৈ যায়৷ তাতেই আৰ জি কৰ হাস্পতালত ঘটি যোৱা ঘটনাৰ বাবে আৰক্ষীয়ে সঞ্জয়ক বিচাৰি ফুৰাৰ কথা জনায় সৌৰভে৷ প্ৰত্যুত্তৰত সঞ্জয়ে কয়, ‘চাই লম৷’ ইয়াৰপাছতেই সেই স্থান এৰি বেৰেকলৈ উভতি আহে সঞ্জয়৷ আহি আকৌ মদ্যপান কৰে৷ ইয়াৰ কিছুক্ষণ পাছতেই বেৰেকৰ পৰা নিছাগ্ৰস্থ অৱস্থাত সঞ্জয়ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই
বিনোদন

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

March 28, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

March 28, 2026
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?
বিনোদন

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

March 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
Next Post
কাইলৈকে থাকিব জন্মাষ্টমীৰ প্ৰভাৱ! কৃষ্ণৰ কৃপা থাকিব এই ৫ৰাশিৰ জাতকৰ ওপৰত

কাইলৈকে থাকিব জন্মাষ্টমীৰ প্ৰভাৱ! কৃষ্ণৰ কৃপা থাকিব এই ৫ৰাশিৰ জাতকৰ ওপৰত

দুয়োখন হাত নাই, কিন্তু লক্ষ্য অৰ্জুনৰ দৰেই… ভাৰতীয় সেনাই জীৱন সলনি কৰা শীতল দেৱী পেৰা অলিম্পিকলৈ, শীতলৰ ওপৰতেই এতিয়া সোণৰ ভৰসা

দুয়োখন হাত নাই, কিন্তু লক্ষ্য অৰ্জুনৰ দৰেই... ভাৰতীয় সেনাই জীৱন সলনি কৰা শীতল দেৱী পেৰা অলিম্পিকলৈ, শীতলৰ ওপৰতেই এতিয়া সোণৰ ভৰসা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.