• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈকে থাকিব জন্মাষ্টমীৰ প্ৰভাৱ! কৃষ্ণৰ কৃপা থাকিব এই ৫ৰাশিৰ জাতকৰ ওপৰত

কাইলৈকে থাকিব জন্মাষ্টমীৰ প্ৰভাৱ! কৃষ্ণৰ কৃপা থাকিব এই ৫ৰাশিৰ জাতকৰ ওপৰত

2 years ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

6 minutes ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

53 minutes ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

2 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

2 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

3 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

5 hours ago
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

5 hours ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

6 hours ago
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

7 hours ago
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

9 hours ago
Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈকে থাকিব জন্মাষ্টমীৰ প্ৰভাৱ! কৃষ্ণৰ কৃপা থাকিব এই ৫ৰাশিৰ জাতকৰ ওপৰত

কাইলৈকে থাকিব জন্মাষ্টমীৰ প্ৰভাৱ! কৃষ্ণৰ কৃপা থাকিব এই ৫ৰাশিৰ জাতকৰ ওপৰত

editor by editor
August 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কাইলৈকে থাকিব জন্মাষ্টমীৰ প্ৰভাৱ! কৃষ্ণৰ কৃপা থাকিব এই ৫ৰাশিৰ জাতকৰ ওপৰত
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ অৰ্থাৎ ২৭ আগষ্ট ২০২৪ মঙলবাৰে চন্দ্ৰই নিশা ৩বাজি ৩১ মিনিট পৰ্যন্ত বৃষ ৰাশিত থাকিব, তাৰপাছতেই মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদ মাহৰ কৃষ্ণপক্ষৰ নৱমী তিথি৷ কাইলৈ জন্মাষ্টমীৰ পাছৰ দিনটোত পশ্চিম ভাৰতত পালিত হ’ব দহি হাণ্ডি উৎসৱ৷

জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইবাটাও শুভ যোগ থাকিব৷ এই যোগসমূহ হৈছে হৰ্ষণা যোগ আৰু বজ্ৰ যোগ৷ সূৰ্যই এতিয়া সিংহ ৰাশিত অৱস্থান কৰি আছে৷ ইয়াৰোপৰি কাইলৈ প্ৰথমে ৰোহিনী আৰু পাছত মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱ থাকিব৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব৷ হিন্দুধৰ্মমতে মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ দিনটো কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ? জানি থওক কাইলৈ কোন কোন ৰাশিৰ ভাগ্য খুলিব?

বৃষ ৰাশি

কাইলৈ কোনো বিশেষ জ্ঞানী মানুহৰ সংগ লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ সেই ব্যক্তিৰ পৰা বহু কথা জানিব পাৰিব আপুনি৷ নিজৰ কামৰ বাবে কাৰ্যালয়ৰ ছিনিয়ৰসকলৰ পৰা প্ৰশংসা বুটলিব৷ কাইলৈ কোনো কোনোৱে আপোনাৰ মনোৱল ভঙাৰ চেষ্টা কৰিব৷ আৰ্থিকভাৱে লাভৱান হ’ব মিথুন ৰাশিৰ জাতক৷ অলপ চেষ্টা কৰিলেই বৃহৎ সাফল্য পাব৷

কৰ্কট ৰাশি

কাইলৈ হৰ্ষণা যোগৰ প্ৰভাৱত অৰ্থলাভ সম্ভৱ কৰ্কট ৰাশিৰ জাতকৰ৷ ব্যৱসায়ীক যাত্ৰাৰ পৰা লাভৱান হ’ব আপুনি৷ ব্যৱসায়ত সন্তোষজনক উন্নতি কৰিব কৰ্কট ৰাশিৰ জাতকে৷ চাকৰিত নতুন কোনো কামৰ দায়িত্ব কাইলৈ আপুনি পাব পাৰে৷ প্ৰয়োজনত পৰিয়ালক নিজৰ কাষত পাব৷ এনাৰ্জিৰে কৰিলে সকলো কামতেই সফলতা পাব৷

কন্যা ৰাশি

কাইলৈ বজ্ৰ যোগৰ শুভ প্ৰভাৱত উন্নতিৰ বেছ কিছু সুযোগ পাব কন্যা ৰাশিৰ জাতকে৷ নতুন মাটি বা ঘৰ ক্ৰয়ৰ পথত কোনো বাধা নাথাকে৷ বন্ধুৰ সৈতে কৰোবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ কোনোৱে গোপনে ক্ষতি কৰাৰ চেষ্টা কৰিলে তাত সফল নহ’ব৷ ব্যৱসায়ত কাইলৈ বিশেষ উন্নতি কৰিব পাৰিব৷ আপোনাৰ পৰিয়ালত কাইলৈ সুখৰ পৰিবেশ বৰ্তি থাকিব৷

ধনু ৰাশি​

কোনো শুভ অনুষ্ঠানত যোগ দিব পাৰে ধনু ৰাশিৰ জাতকে৷ বজৰংবলীৰ আশীৰ্বাদত ছাত্ৰ-ছাত্ৰীসকলে কাইলৈ পঢ়াশুনাত বৃহৎ সাফল্য পাব৷ কাইলৈ আপুনি নিজৰ পছন্দমতে খাদ্য খোৱাৰ সুযোগ পাব৷ পৰিয়াল আৰু বন্ধুৰ সৈতে আনন্দ কৰি কাইলৈ দিনটো কটাব ধনু ৰাশিৰ জাতকে৷ বিনিয়োগৰ পৰা বৃহৎ লাভ হ’ব পাৰে৷ কোনো তীৰ্থক্ষেত্ৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷

মীন ৰাশি​

২৭ আগষ্ট হৰ্ষণা যোগৰ শুভ প্রভাৱত কোনো সুখবৰ পাব মীন ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ ঘৰত অতিথিৰ সমাগম হ’ব পাৰে৷ কাইলৈ আত্মবিশ্বাস তুংগত থাকিব মীন ৰাশিৰ জাতক৷ কাইলৈ ব্যৱসায়ৰ পৰা আৰ্থিকভাৱে বৃহৎ সাফল্য পাব পাৰে৷ বিনিয়োগৰ পৰা লাভ হোৱাৰ যোগ আছে৷ ভাতৃৰ পৰা কাইলৈ প্ৰয়োজনীয় তথ্য পাব৷ সন্তান সম্পৰ্কীয় কোনো সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা
ভাৰত

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

September 1, 2026
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়
বিনোদন

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

September 1, 2026
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?
বিনোদন

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

September 1, 2026
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন
ভাৰত

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

September 1, 2026
Next Post
দুয়োখন হাত নাই, কিন্তু লক্ষ্য অৰ্জুনৰ দৰেই… ভাৰতীয় সেনাই জীৱন সলনি কৰা শীতল দেৱী পেৰা অলিম্পিকলৈ, শীতলৰ ওপৰতেই এতিয়া সোণৰ ভৰসা

দুয়োখন হাত নাই, কিন্তু লক্ষ্য অৰ্জুনৰ দৰেই... ভাৰতীয় সেনাই জীৱন সলনি কৰা শীতল দেৱী পেৰা অলিম্পিকলৈ, শীতলৰ ওপৰতেই এতিয়া সোণৰ ভৰসা

দেশত আৰম্ভ নতুন পেঞ্চন নীতি UPS, UPS আৰু NPSৰ মাজত পাৰ্থক্য কি? অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নতুন পেঞ্চন নীতিৰ অধীনত কি কি সুবিধা পাব?

দেশত আৰম্ভ নতুন পেঞ্চন নীতি UPS, UPS আৰু NPSৰ মাজত পাৰ্থক্য কি? অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নতুন পেঞ্চন নীতিৰ অধীনত কি কি সুবিধা পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.