• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত আৰম্ভ নতুন পেঞ্চন নীতি UPS, UPS আৰু NPSৰ মাজত পাৰ্থক্য কি? অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নতুন পেঞ্চন নীতিৰ অধীনত কি কি সুবিধা পাব?

দেশত আৰম্ভ নতুন পেঞ্চন নীতি UPS, UPS আৰু NPSৰ মাজত পাৰ্থক্য কি? অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নতুন পেঞ্চন নীতিৰ অধীনত কি কি সুবিধা পাব?

2 years ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

26 minutes ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

51 minutes ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

2 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

3 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

4 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

5 hours ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

7 hours ago
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

7 hours ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

8 hours ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

8 hours ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

9 hours ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেশত আৰম্ভ নতুন পেঞ্চন নীতি UPS, UPS আৰু NPSৰ মাজত পাৰ্থক্য কি? অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নতুন পেঞ্চন নীতিৰ অধীনত কি কি সুবিধা পাব?

দেশত আৰম্ভ নতুন পেঞ্চন নীতি UPS, UPS আৰু NPSৰ মাজত পাৰ্থক্য কি? অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নতুন পেঞ্চন নীতিৰ অধীনত কি কি সুবিধা পাব?

editor by editor
August 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
দেশত আৰম্ভ নতুন পেঞ্চন নীতি UPS, UPS আৰু NPSৰ মাজত পাৰ্থক্য কি? অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নতুন পেঞ্চন নীতিৰ অধীনত কি কি সুবিধা পাব?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন পেঞ্চন প্লেন আনিছে মোদী কেবিনেটে। ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা দেশত কাৰ্যকৰী হ’ব ইউনিফাইড পেঞ্চন প্লেন বা চমুকৈ UPS। যদি কোনো কৰ্মচাৰীয়ে ২০২৫ চনৰ ৩১ মাৰ্চৰ পূৰ্বে অৱসৰ লয় তেন্তে তেওঁ নতুন পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিব নে? UPSৰ অধীনত কি কি সুবিধা লাভ কৰিব অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে? জানক সবিশেষ

২৫ চনৰ ৩১ মাৰ্চত অৱসৰ লোৱাসকলেও লাভ কৰিব সুবিধা

নতুন পেঞ্চন আঁচনি UPS, ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব৷ কিন্তু এই প্লেনৰ সুবিধাসমূহ তাৰ পূৰ্বে অৱসৰ লোৱা কৰ্মচাৰীসকলৰ বাবেও উপলব্ধ হ’ব। এই সন্দৰ্ভত শনিবাৰে বিত্ত সচিব ড০ টিভি সোমনাথনে সংবাদমেলত কয় যে, ২০০৪ চনৰ পৰা এতিয়ালৈকে আৰু ২০২৫ চনৰ ৩১ মাৰ্চলৈকে অৱসৰ লোৱা কৰ্মচাৰীসকলেও UPSৰ সুবিধা লাভ কৰিব৷ ৰিটায়াৰ্ড কৰ্মচাৰীসকলে পাব বকেয়া ধন৷  ইতিমধ্যে তেওঁলোকে লাভ কৰা ধনৰাশি সালসলনি কৰি তেওঁলোকে আৰু বকেয়া ধন লাভ কৰিব।

চৰকাৰৰ ওপৰত অতিৰিক্ত বোজা পৰিব

বিত্ত সচিবে লগতে কয় যে, নতুন পেঞ্চন আঁচনিখন সম্পূৰ্ণ পুঁজিৰে চলি আছে। পেঞ্চনত কেন্দ্ৰৰ বৰঙণি বৃদ্ধিৰ ফলত চৰকাৰৰ ওপৰত ৬২৫০ কোটি টকাৰ অতিৰিক্ত বোজা পৰিব। লগতে ৮০০ কোটি টকা বকেয়াৰ বাবে ৰখা হৈছে। বিত্ত সচিবগৰাকীয়ে  কয় যে, ২০০৪ চনৰ পৰা ২০ বছৰ পাৰ হৈ গ’ল৷ NPS ৰ অধীনত অৱসৰ লোৱা কৰ্মচাৰীৰ সংখ্যা কম। কৰ্মচাৰীসকলে কেতিয়া চাকৰি আৰম্ভ কৰিছিল আৰু কেতিয়া অৱসৰ লৈছিল তাৰ সকলো ৰেকৰ্ড চৰকাৰৰ হাতত আছে। যদি কোনো কৰ্মচাৰীয়ে UPS বাছি লয় তেন্তে তেওঁৰ ধনৰ হিচাপ অনুসৰি সুত যোগ কৰাৰ পিছত ৰৈ যোৱা বকেয়া ধনৰ পৰিমাণ দিয়া হ’ব৷ 

ইউ পি এছৰ কি লাভ হ’ব জানি লওক

  1. ২০০৪ চনৰ পৰা ২০২৫ চনৰ মাৰ্চলৈ অৱসৰ লোৱা কৰ্মচাৰীসকলে এই পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিব।
  2. নতুন পেঞ্চন আঁচনিৰ অধীনত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে সুতৰ লগতে বকেয়া লাভ কৰিব।
  3. ১০ বছৰ চাকৰি কৰি যদি কোনোৱে চাকৰি এৰে তেন্তে তেওঁ নূন্যতম ১০০০০০ টকা পেঞ্চন পাব।
  4. কোনো পেঞ্চনাৰৰ মৃত্যু হ’লে তেওঁৰ পৰিয়ালে মৃত্যুৰ সময়ত লাভ কৰা পেঞ্চনৰ ৬০ শতাংশ ধন লাভ কৰিব।
  5. যদি কোনো কৰ্মচাৰীয়ে ২৫ বছৰ কাম কৰিছে তেন্তে তেওঁ বেচিক পে’ৰ ৫০ শতাংশ পেঞ্চন হিচাপে পাব।
  6. চৰকাৰী কৰ্মচাৰীৰ হাতত NPS বা UPS বাছি লোৱাৰ বিকল্প থাকিব।
  7. কৰ্মচাৰীয়ে পৃথক বৰঙণি দিব নালাগে। মোদী চৰকাৰে ১৮ শতাংশ আৰু কৰ্মচাৰীৰ অৱদান NPSৰ পৰা ১০ শতাংশ যোগ হ’ব।
  8. নতুন পেঞ্চন আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিব মুদ্ৰাস্ফীতি সূচকাংকৰ সুবিধা।
  9. অৱসৰৰ সময়ত গ্ৰেচুইটিৰ সৈতে জমা কৰা ধনৰ বাহিৰে প্ৰতি ছমাহৰ সেৱাৰ বাবে মাহিলী দৰমহাৰ দশম (দৰমহা আৰু ডি এ) দিয়া হ’ব।
  10. ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব UPS।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!
শিক্ষা

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

October 17, 2026
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?
বাণিজ্য

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

October 17, 2026
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…
বিনোদন

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

October 17, 2026
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!
জীৱনশৈলী

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

October 17, 2026
Next Post
নিজ প্ৰেয়সীৰ পৰা বিচাৰিছিল, তাৰপাছত ৰে/ড লা/ই/ট এলেকালৈ যাত্ৰা, পলিগ্ৰাফ টেষ্টত সঞ্জয়ে কৰা ৫ স্বীকাৰোক্তি কি কি?

নিজ প্ৰেয়সীৰ পৰা বিচাৰিছিল, তাৰপাছত ৰে/ড লা/ই/ট এলেকালৈ যাত্ৰা, পলিগ্ৰাফ টেষ্টত সঞ্জয়ে কৰা ৫ স্বীকাৰোক্তি কি কি?

দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো, শশা যোগৰ বাবে সুফল পাব বৃষ, সিংহ, বৃশ্চিক, কুম্ভ ৰাশিৰ লোকে

দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো, শশা যোগৰ বাবে সুফল পাব বৃষ, সিংহ, বৃশ্চিক, কুম্ভ ৰাশিৰ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.