• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজ প্ৰেয়সীৰ পৰা বিচাৰিছিল, তাৰপাছত ৰে/ড লা/ই/ট এলেকালৈ যাত্ৰা, পলিগ্ৰাফ টেষ্টত সঞ্জয়ে কৰা ৫ স্বীকাৰোক্তি কি কি?

নিজ প্ৰেয়সীৰ পৰা বিচাৰিছিল, তাৰপাছত ৰে/ড লা/ই/ট এলেকালৈ যাত্ৰা, পলিগ্ৰাফ টেষ্টত সঞ্জয়ে কৰা ৫ স্বীকাৰোক্তি কি কি?

2 years ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

23 minutes ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

1 hour ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

2 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

14 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

14 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

15 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

15 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

16 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

16 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

17 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

18 hours ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

নিজ প্ৰেয়সীৰ পৰা বিচাৰিছিল, তাৰপাছত ৰে/ড লা/ই/ট এলেকালৈ যাত্ৰা, পলিগ্ৰাফ টেষ্টত সঞ্জয়ে কৰা ৫ স্বীকাৰোক্তি কি কি?

নিজ প্ৰেয়সীৰ পৰা বিচাৰিছিল, তাৰপাছত ৰে/ড লা/ই/ট এলেকালৈ যাত্ৰা, পলিগ্ৰাফ টেষ্টত সঞ্জয়ে কৰা ৫ স্বীকাৰোক্তি কি কি?

editor by editor
August 26, 2024
in অপৰাধ, জীৱনশৈলী, ভাৰত, লেখা
0
নিজ প্ৰেয়সীৰ পৰা বিচাৰিছিল, তাৰপাছত ৰে/ড লা/ই/ট এলেকালৈ যাত্ৰা, পলিগ্ৰাফ টেষ্টত সঞ্জয়ে কৰা ৫ স্বীকাৰোক্তি কি কি?
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলকাতা ধৰ্ষণ হত্যা গোচৰৰ অভিযুক্ত সঞ্জয় ৰয়ে পলিগ্ৰাফ পৰীক্ষাত কেইবাটাও স্বীকাৰোক্তি দিছে৷  এই স্বীকাৰোক্তিতেই প্ৰকাশ পাইছে এটা এটা অপৰাধ৷ কালি চিবিআইয়ে প্ৰেচিডেন্সি কাৰাগাৰত সঞ্জয় ৰয়ৰ ওপৰত লাই ডিটেক্টৰ টেষ্ট কৰিছিল। ৫-৭ ঘণ্টা ধৰি চলা এই পৰীক্ষাত সঞ্জয়ে বহু কথা স্বীকাৰ কৰে।

হিন্দুস্তান টাইমছৰ বাতৰি অনুসৰি সঞ্জয় ৰায়ে ৫টা স্বীকাৰোক্তি দিছে৷ একেবোৰ তথ্যই আৰক্ষীয়ে লোৱা বক্তব্য আৰু জেৰাতো পোহৰলৈ আহিছিল। পলিগ্ৰাফ টেষ্টৰ সময়ত সঞ্জয় ৰায় নাৰ্ভাছ হৈ ঘটনাৰ নিশা কি কি কৰিছিল সকলোবোৰ স্বীকাৰ কৰিছে৷  

সঞ্জয় ৰয়ে  দিয়া  ৫ স্বীকাৰোক্তি

১/ পলিগ্ৰাফ টেষ্টৰ সময়ত সঞ্জয় ৰায়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক জনাই যে, ঘটনাৰ নিশা বন্ধুৰ সৈতে সুৰা সেৱন কৰিছিল সঞ্জয়ে৷

২/ সঞ্জয়ে প্ৰেমিকাক ভিডিঅ’ কল কৰি তাইৰ নগ্ন ফটো বিচাৰিছিল।

৩/ সঞ্জয় বন্ধুৰ সৈতে ৰেড লাইট এৰিয়া চেতলালৈ গৈছিল যদিও তাত তেওঁ যৌন সম্পৰ্ক স্থাপন কৰা নাছিল।

৪) ৰেড লাইট এলেকালৈ গৈ থাকোঁতে বাটত এগৰাকী মহিলাক নিৰ্যাতন চলাইছিল।

৫/ ৰেড লাইটৰ এলেকাৰ পৰা গৈ চিকিৎসালয়লৈ গৈছিল। ৰাতিপুৱা ৪ বজাত তেওঁ চেমিনাৰ হলৰ ওচৰৰ কৰিডৰত আছিল।

সঞ্জয় ৰয়ে চিবিআইৰ পলিগ্ৰাফ পৰীক্ষাত জনাইছে যে,  চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত সঞ্জয় ৰায় বন্ধু আৰক্ষী বিষয়াৰ ঘৰলৈ গৈছিল। অৱশ্যে সঞ্জয় ৰায়ে পলিগ্ৰাফ পৰীক্ষাত কিছুমান প্ৰশ্নৰ বিভ্ৰান্তিকৰ উত্তৰ দিছে। তেওঁ তদন্তকাৰী বিষয়াক বিপথে পৰিচালিত কৰিছে।

আদালতত নিজকে নিৰ্দোষী বুলি ঘোষণা কৰিছিল সঞ্জয়ে

৯ আগষ্টত আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। তৃতীয় মহলাৰ চেমিনাৰ হলত ​​পৰি থকা তেওঁৰ মৃতদেহটো অতি বেয়া অৱস্থাত উদ্ধাৰ হৈছিল। অপৰাধস্থলীত পোৱা প্ৰমাণৰ ভিত্তিত কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সঞ্জয় ৰয়ক। প্ৰথমে তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰিছিল যদিও পাছলৈ অস্বীকাৰ কৰিছিল৷

কলিকতা উচ্চ ন্যায়ালয়ে গোচৰৰ তদন্ত চিবিআইক অৰ্পণ কৰি সঞ্জয় ৰায়ৰ পলিগ্ৰাফ টেষ্টৰ বাবে আদালতৰ পৰা অনুমতি বিচাৰিছিল। অনুমতি পোৱাৰ পিছত প্ৰথমে সঞ্জয় ৰায়ে পৰীক্ষাত সন্মতি নিদিলে। ইফালে আদালতত হাজিৰ হোৱাৰ সময়ত ন্যায়াধীশৰ সন্মুখত কান্দি কান্দি কান্দি  নিজকে নিৰ্দোষী ঘোষণাও কৰিছিল। ইয়াৰ পিছত তেওঁ পৰীক্ষাৰ বাবে সন্মতি দিছিল।

কাৰিকৰী বিজুতিৰ  বাবে ২৪ আগষ্ট শনিবাৰে পলিগ্ৰাফ টেষ্ট কৰিব পৰা নগ’ল যদিও দেওবাৰে প্ৰেচিডেন্সি জেলত সঞ্জয়ৰ পলিগ্ৰাফ টেষ্ট সম্পন্ন কৰা হয়, য’ত সঞ্জয়ে স্বীকাৰ কৰি লৈছে এই কাণ্ড৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম
জীৱনশৈলী

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

August 31, 2026
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!
ভাৰত

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

August 31, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

August 31, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

August 30, 2026
Next Post
দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো, শশা যোগৰ বাবে সুফল পাব বৃষ, সিংহ, বৃশ্চিক, কুম্ভ ৰাশিৰ লোকে

দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো, শশা যোগৰ বাবে সুফল পাব বৃষ, সিংহ, বৃশ্চিক, কুম্ভ ৰাশিৰ লোকে

মথুৰাৰ বিশেষ নান্দনিক দৃশ্য, নিশা ঠিক ১২ বজাৰ লগে লগে প্ৰকট ভগৱান কৃষ্ণ, চাওঁক ভিডিঅ’

মথুৰাৰ বিশেষ নান্দনিক দৃশ্য, নিশা ঠিক ১২ বজাৰ লগে লগে প্ৰকট ভগৱান কৃষ্ণ, চাওঁক ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.