অসম লাইভ২৪ঃ
বাল্য বিবাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযানক লৈ প্ৰতিক্ৰিয়া তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ৷
সৰ্বাত্মক অভিযানক লৈ ক্ষোভ প্ৰকাশ তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীৰ৷
পূৰ্বৰ পৰা আছে এই আইন, এতিয়া অভিযান চলোৱাৰ কি অৰ্থ আছে?
ইমানদিনে চৰকাৰ ক’ত শুই আছিল?
চমক সৃষ্টিৰ বাবে চৰকাৰে এইধৰণৰ কাম কৰিছে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ