• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্ঘটনাৰ সময়ত ফুটাকড়িও নাছিল হাতত! সেই ঋষভ পণ্টেই মাহিলী উপাৰ্জন কৰে ইমান কোটি ধন…

দুৰ্ঘটনাৰ সময়ত ফুটাকড়িও নাছিল হাতত! সেই ঋষভ পণ্টেই মাহিলী উপাৰ্জন কৰে ইমান কোটি ধন…

3 years ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

32 minutes ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

59 minutes ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

1 hour ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

2 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

2 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

3 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

3 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

4 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

4 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

5 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

5 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

দুৰ্ঘটনাৰ সময়ত ফুটাকড়িও নাছিল হাতত! সেই ঋষভ পণ্টেই মাহিলী উপাৰ্জন কৰে ইমান কোটি ধন…

editor by editor
December 30, 2022
in ক্ৰীড়া, জীৱনশৈলী, বাণিজ্য, ভাৰত
0
দুৰ্ঘটনাৰ সময়ত ফুটাকড়িও নাছিল হাতত! সেই ঋষভ পণ্টেই মাহিলী উপাৰ্জন কৰে ইমান কোটি ধন…
0
SHARES
8.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৩০ ডিচেম্বৰত দুৰ্ঘটনাত পতিত ঋষভৰ জীৱন ৰক্ষাত সহায়ক হৈ উঠিল উপস্থিত স্থানীয় লোকৰ মাত্ৰ ৭ হাজাৰ টকা৷ কিন্তু ঋষভৰ বাৰ্ষিক আয় জানেনে? মাত্ৰ ২৫ বছৰ বয়সতেই ঋষভ প্ৰায় ৭০ কোটি টকাৰ সম্পত্তিৰ গৰাকী৷ মাত্ৰ ২৫ বছৰতেই দেশৰ প্রধানমন্ত্ৰী মোদীতকৈ ৭০ গুণ অধিক সম্পত্তিৰ গৰাকী ঋষভ পণ্ট৷

সংবাদ সূত্ৰেই প্ৰকাশ কৰামতে ২০২০ চনত ঋষভৰ সম্পত্তিৰ পৰিমান আছিল ২৯.১৯ কোটি৷ ২০২২ লৈ এই সম্পত্তিৰ পৰিমান বৃদ্ধি হৈ হৈছেগৈ প্ৰায় ৮.৫ মিলিয়ন ডলাৰ৷ অৰ্থাৎ ভাৰতীয় টকাত এই সম্পত্তিৰ পৰিমাণ ৭০ কোটি৷ ক্ৰিকেটাৰ ঋষভৰ সম্পত্তিৰ তালিকাত যুক্ত হৈ আছে তেওঁৰ বিলাসী গাড়ীসমূহ৷ গাড়ীৰ প্ৰতি বিশেষ চখ আছে ঋষভৰ৷ বিলাসী গাড়ীৰ কালেকশ্যনৰ ভিতৰত আছে মাৰ্ছিডিছ, অডি-৮, ফৰ্ডকে ধৰি কেইবাখনো বিলাসীগাড়ী৷ বাওঁহতীয়া বেটাৰ ঋষভৰ এই গাড়ীসমূহৰ দাম কেইবাকোটিও৷

ঋষভ পণ্টৰ বাৰ্ষিক আয় কিমান?

ঋষভ পণ্টৰ বাৰ্ষিক আয়ত কেৱল খেলৰ পৰা লাভ কৰা ধনেই নহয় আছে কেইবাটাও বহুজাতিক কোম্পানীৰ বিজ্ঞাপনো৷ ঋষভে Dream 11, RealMe, Boat, SG, Noise আদি কেইবাটাও বহুজাতিক কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈ আছে ঋষভ৷ মাহিলী ২-৩ মিলিয়ন ডলাৰৰো বেছি ধন বাৰ্ষিক উপাৰ্জন ঋষভৰ৷ ভাৰতীয় টকাত এই ধনৰ পৰিমান হ’ব ১৭ কোটিতকৈ অধিক৷ জন্মসূত্ৰে ঋষভ উত্তৰাখণ্ডৰ বাসিন্দা৷ কিন্তু বৰ্তমান তেওঁ দিল্লীৰ বাসিন্দা৷ দিল্লীৰ হৈয়েই ঋষভে আৰম্ভ কৰিছিল ক্ৰিকেটৰ কেৰিয়াৰ৷ বৰ্তমান তেওঁ ভাৰতৰ ক্ৰিকেট দলৰ তাৰকা উইকেটকিপাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?
জীৱনশৈলী

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

March 31, 2026
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ
জীৱনশৈলী

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

March 31, 2026
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
জীৱনশৈলী

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

March 31, 2026
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

March 31, 2026
Next Post
সকলোতে ৰাজনীতি নহয়! প্ৰধানমন্ত্ৰীৰ মাতৃৰ মৃত্যুত শোকস্তব্ধ হৈ ৰাহুলেও প্ৰধানমন্ত্ৰীক সমবেদনা জনাই কৰিলে বিশেষ টুইট…

সকলোতে ৰাজনীতি নহয়! প্ৰধানমন্ত্ৰীৰ মাতৃৰ মৃত্যুত শোকস্তব্ধ হৈ ৰাহুলেও প্ৰধানমন্ত্ৰীক সমবেদনা জনাই কৰিলে বিশেষ টুইট...

ঋষভৰ বাবে ব্যাকুল উৰ্বশী! মনৰ মানুহৰ বাবে প্রাৰ্থনা জনাই দিয়া প’ষ্ট ভাইৰেল সামাজিক মাধ্যমত

ঋষভৰ বাবে ব্যাকুল উৰ্বশী! মনৰ মানুহৰ বাবে প্রাৰ্থনা জনাই দিয়া প'ষ্ট ভাইৰেল সামাজিক মাধ্যমত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.