• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

1 month ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

3 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

4 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

4 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

5 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

6 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

6 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

7 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

8 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

8 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

9 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

এটা ৰহস্যময়ী মন্দিৰ, কিন্তু নিশা প্ৰৱেশৰ অনুমতি নিদিয়ে ভক্তক!

editor by editor
August 18, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
0
SHARES
325
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ ভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ ৰহস্যময়ী মন্দিৰ আছে। এই মন্দিৰসমূহৰ ৰহস্য আজিও বিজ্ঞানে পোহৰলৈ আনিব পৰা নাই। আজি আপোনালোকক উত্তৰাখণ্ডৰ ঋষিকেশৰ এটি আচৰিত মন্দিৰৰ বিষয়ে জনাম। এই ৰহস্যময়ী মন্দিৰৰ কথা জানি আপোনাৰো চকু কপালত উঠিব।

“যোগ নগৰী” আৰু “গেটৱে টু হিমালয়” নামেৰে পৰিচিত ঋষিকেশ কেৱল আধ্যাত্মিক অনুশীলন আৰু ধ্যান-ধাৰণাৰ কেন্দ্ৰই নহয়, ইয়াৰ উপৰিও অসংখ্য ৰহস্যময় স্থান আছে যিয়ে দৰ্শনাৰ্থীক তেওঁলোকৰ প্ৰাচীন বিশ্বাস আৰু জীৱন-ধাৰণৰ পদ্ধতিৰে আকৰ্ষণ কৰে। তেনে এক স্থান হ’ল ভূতনাথ মন্দিৰ। এই মন্দিৰটো ভগৱান শিৱৰ নামত উৎসৰ্গিত, আৰু ইয়াৰ অনন্য কাহিনীয়ে ইয়াক অন্যান্য শিৱ মন্দিৰৰ পৰা পৃথক কৰি তুলিছে। এই স্থানটো তীৰ্থযাত্ৰী, সাধক, আৰু দুঃসাহসিক কৰ্মীৰ মাজত কৌতুহলৰ কেন্দ্ৰবিন্দু হৈয়েই আছে।

ঋষিকেশৰ পাহাৰীয়া অঞ্চলত অৱস্থিত ভূতনাথ মন্দিৰটো এটা ৰহস্যময়ী মন্দিৰ। ইয়াৰ জনপ্ৰিয়তা কেৱল ইয়াৰ উচ্চতা বা প্ৰাচীনম বাবেই নহয়, ইয়াৰ লগত বহুতো লোকবিশ্বাসো জড়িত হৈ আছে। বিশ্বাস কৰা হয় যে যেতিয়া ভগৱান শিৱই পাৰ্বতীক বিয়া কৰাবলৈ নিজৰ বৰযাত্ৰীলৈ কৈলাশৰ পৰা গৈছিল, তেতিয়া সেই ঠাইত তেওঁৰ সংগীৰ সৈতে জিৰণি লৈছিল। যিহেতু শিৱই অঘৰীৰ দৰে জীৱন কটাইছিল, সেয়ে তেওঁৰ লগত ভূত-প্ৰেত, দেৱতা সকলো আহিছিল আৰু সেই ঠাইখনে এক বিশেষ শক্তি লাভ কৰিছিল।

ভগৱান শিৱৰ লগত অহা ভূত আৰু প্ৰেতবোৰে সেই স্থানত থাকি তাৰ পিছত বাসিন্দা হৈ পৰে। তেতিয়াৰ পৰাই সেই ঠাই “ভূতনাথ” নামেৰে পৰিচিত হৈ পৰে, অৰ্থাৎ সকলো জীৱৰ অধিপতি ভূতৰ প্ৰভু শিৱৰ ৰূপ।

সন্ধিয়া ৫ বজাৰ পিছত প্ৰৱেশ বন্ধ

উল্লেখ্য যে, সেই অঞ্চলত বসবাস কৰা লোকে জনোৱা মতে, ৫ বজাৰ পিছত কাকো মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়। কিয়নো নিশা এই অপশক্তিবোৰ অধিক সক্ৰিয় হৈ পৰে বুলি বিশ্বাস কৰা হয়। এই নিয়ম বছৰ বছৰ ধৰি চলি আহিছে, এতিয়াও মানুহে ভক্তিৰে পালন কৰে। এই নিয়মে মন্দিৰৰ ৰহস্য আৰু অধিক বৃদ্ধি কৰিছে।

এই মন্দিৰটো ঋষিকেশৰ লক্ষণ ঝুলাৰ ওচৰৰ মণিকূট পৰ্বতত আছে। এই মন্দিৰৰ ৰহস্যই বহু দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Bhootnath Templeuttarakhand
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.