• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উমা চেত্ৰীৰ পাছত এইবাৰ পুৰুষ ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ানৰ

উমা চেত্ৰীৰ পাছত এইবাৰ পুৰুষ ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ানৰ

2 years ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

2 minutes ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

39 minutes ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

1 hour ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

2 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

3 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

4 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

5 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

6 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উমা চেত্ৰীৰ পাছত এইবাৰ পুৰুষ ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ানৰ

editor by editor
June 24, 2024
in অসম, উত্তৰ-পূব, ক্ৰীড়া, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
উমা চেত্ৰীৰ পাছত এইবাৰ পুৰুষ ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ানৰ
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উমা চেত্ৰীৰ পাছত এইবাৰ পুৰুষ ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ানৰ

ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা উমা চেত্ৰীৰ পাছত এইবাৰ সুখবৰ কঢ়িয়াই আনিছে ৰিয়ানে। ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিলে ৰিয়ান পৰাগে। প্ৰথমগৰাকী অসমীয়া হিচাপে গৌৰৱ কঢ়িয়াই আনিলে ৰিয়ান পৰাগে।

মহিলা ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা উমা চেত্ৰীৰ সফলতাৰ পাছত এইবাৰ ৰিয়ানে আনিলে এই সুখবৰ। ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেল পথাৰত নামিব অসম সন্তানগৰাকীয়ে।

টি-২০ বিশ্বকাপৰ পাছতে হ’ব লগা জিম্বাবৱেৰ বিৰুদ্ধে ৫খনীয়া টি-২০ শৃংখলাত স্থান পাইছে ৰিয়ানে। ৰিয়ানৰ লগতে এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান পাইছে অভিষেক শৰ্মা, হৰ্ষিত ৰানা, নিতিশ ৰেড্ডী, তুষাৰ ৰেড্ডী । অৱশ্যে এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা হোৱা নাই।

অহা ৬ জুলাইৰ পৰা আৰম্ভ হব ভাৰত বনাম জিম্বাবৱেৰ খেল। বিশ্বকাপৰ পাছতে এই খেলত ৰোহিত শৰ্মা সহ কেইবাগৰাকী খেলুৱৈক সকাহ দিয়াৰ সম্ভৱনা।

উল্লেখ্য যে, ভাৰতীয় পুৰুষ জাতীয় দলত স্থান লাভ কৰা ৰিয়ান অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ। আনহাতে মহিলা ক্ৰিকেট দলত স্থান পোৱা উমা চেত্ৰী প্ৰথমগৰাকী অসমীয়া মহিলা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveassam live 24 digitalAssam NewsAssamliveassamlive 24axom livedigital media
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!
জীৱনশৈলী

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
Next Post
শিক্ষক হোৱাৰ মন নেকি, কুণ্ডলীত থকা কি যোগে আপোনাক শিক্ষক বনাই, পঢ়ক ১০ টা বিশেষ যোগ

শিক্ষক হোৱাৰ মন নেকি, কুণ্ডলীত থকা কি যোগে আপোনাক শিক্ষক বনাই, পঢ়ক ১০ টা বিশেষ যোগ

নাম সলনি হ’ব কেৰালাৰ ! বিধানসভাত দাখিল নতুন প্ৰস্তাৱ

নাম সলনি হ'ব কেৰালাৰ ! বিধানসভাত দাখিল নতুন প্ৰস্তাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.