• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

3 weeks ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

6 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

7 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

8 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

8 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

9 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

10 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

11 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

11 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

12 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

14 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

অস্ত্ৰোপচাৰৰ পিছতে অনুৰাগীক ধন্যবাদ ৰিয়ানৰ

editor by editor
June 11, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত, লেখা
0
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক
0
SHARES
279
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কান্ধৰ আঘাতেৰেই IPLৰ শেষৰকেইখনমান মেচৰ বাবে খেলপথাৰত নমা ৰাজস্থান ৰয়েলছৰ কেপ্টেইন ৰিয়ান পৰাগৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হয় যায়। ছচিয়েল মিডিয়া হেণ্ডেলত এই কথা প্ৰকাশ কৰে ৰিয়ান পৰাগৰ মাতৃ আৰু ক্ৰিকেটাৰজনৰ মেনেজাৰে। দীৰ্ঘদিনৰ পৰা কান্ধৰ আঘাতৰ সমস্যাৰে যুঁজি আছিল ৰিয়ান পৰাগ। প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াত জিম্বাবুৱেৰ বিৰুদ্ধে অভিষেক ঘটোৱাৰ পিছৰে পৰা কান্ধৰ আঘাতে জুৰুলা কৰিছিল অসম সন্তান ৰিয়ান পৰাগক। শ্ৰীলংকাৰ বিৰুদ্ধে T20 আৰু ODI শৃংখলাত খেলাৰ পিছতে আঘাতৰ বাবে জাতীয় দলৰ পৰা বাদ পৰিছিল ৰিয়ান। বিগত IPLৰ পূৰ্বে আঘাতৰ সমস্যাৰ পৰা কিছু সকাহ পালেও টুৰ্নামেণ্টখনৰ শেষৰকেইখন মেচৰ সময়ত পুনৰ ৰিয়ানৰ সেই পুৰণি আঘাতটোৱে উক দিছিল। শ্ৰীলংকাত চলি থকা ইণ্ডিয়া Aৰ ৫০ অভাৰৰ শৃংখলাটোত সহঃ অধিনায়কৰ দায়িত্ব পায়ো আঘাতৰ বাবে বাদ পৰিছিল ৰাজস্থান ৰয়েলছৰ কেপ্টেইনজন। শেষ মুহূৰ্তত ৰিয়ানৰ ঠাইত CSKৰ অধিনায়ক ঋতুৰাজ গাইকোৱাদে ইণ্ডিয়া Aৰ দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

ক’ত সম্পন্ন হ’ল ৰিয়ান পৰাগৰ অস্ত্ৰোপচাৰ?

আঘাতৰ উপশম পাবলৈ ৰিয়ানে IPL শেষ হোৱাৰ পিছতে অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয়। মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত সম্পন্ন হয় ৰিয়ান পৰাগৰ কান্ধৰ অস্ত্ৰোপচাৰ। হাস্পতালখনৰ ডাঃ দিনশ্ব’ পাৰ্ডিৱালাৰ তত্বাৱধানত সম্পন্ন হোৱা অস্ত্ৰোপচাৰৰ পিছতে ক্ৰিকেটাৰজনে অনুৰাগীসকলৰ ধন্যবাদ জনাই কয়- শেষত এই যুঁজত কান্ধখনেই জিকিল। যিসকলে মোৰ খবৰ লৈ আছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছো। কান্ধৰ এই আঘাতে বিগতে দুটা বছৰত মোক বহু কঠিন পৰীক্ষাৰ সন্মুখীন কৰাইছিল। ইয়াৰ মাজতে বহু ভাল দিন আহিছিল, বহুসময় হতাশাৰেও ভৰি পৰিছিল মন। কেতিয়াবা এখন মেচ সম্পূৰ্ণ কৰাটোও মোৰ বাবে এক তীব্ৰ প্ৰত্যাহ্বান হৈ পৰিছিল।

কেতিয়ালৈ খেলপথাৰত নামিব ৰিয়ান পৰাগ?

আজি সম্পন্ন হৈ যোৱা অস্ত্ৰোপচাৰৰ পিছত আৰু কিছুদিন চিকিৎসাধীন হৈ থাকিব লাগিব ক্ৰিকেটাৰগৰাকী। অস্ত্ৰোপচাৰৰ পিছত সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ পিছত আৰম্ভ হ’ব rehab প্ৰক্ৰিয়া। rehab প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে কিছুদিন অনুশীলন কৰাৰ পিছতহে খেলপথাৰত নামিব পাৰিব ৰিয়ান পৰাগ। ইয়াৰ বাবে BCCI পৰা লাভ কৰিব লাগিব সেউজ সংকেত।

এই লেখাটো যুগুটাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24riyan parag
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল
জীৱনশৈলী

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

July 1, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

July 1, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ
জীৱনশৈলী

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

July 1, 2026
Next Post
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

গৃহিনী কেৱল house wife-এ নহয় 'ৰাষ্ট্ৰ নিৰ্মাতা'ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.