• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নলবাৰীত শোকাৱহ দুৰ্ঘটনা, ২০ ফুট দ-খাৱৈত বাহন বাগৰি একেলগে প্ৰাণ হেৰুৱালে দুই বন্ধুৱে

নলবাৰীত শোকাৱহ দুৰ্ঘটনা, ২০ ফুট দ-খাৱৈত বাহন বাগৰি একেলগে প্ৰাণ হেৰুৱালে দুই বন্ধুৱে

2 years ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

16 minutes ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

41 minutes ago
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

58 minutes ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

3 hours ago
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

3 hours ago
১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

4 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

5 hours ago
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

6 hours ago
শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

6 hours ago
পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

7 hours ago
২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

7 hours ago
ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নলবাৰীত শোকাৱহ দুৰ্ঘটনা, ২০ ফুট দ-খাৱৈত বাহন বাগৰি একেলগে প্ৰাণ হেৰুৱালে দুই বন্ধুৱে

editor by editor
June 11, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
নলবাৰীত শোকাৱহ দুৰ্ঘটনা, ২০ ফুট দ-খাৱৈত বাহন বাগৰি একেলগে প্ৰাণ হেৰুৱালে দুই বন্ধুৱে
0
SHARES
20.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নলবাৰীত শোকাৱহ দুৰ্ঘটনা, ২০ ফুট দ-খাৱৈত বাহন বাগৰি একেলগে প্ৰাণ হেৰুৱালে দুই বন্ধুৱে

শোকাৱহ পথ দুৰ্ঘটনাই কঁপাই গ’ল নামনি অসম। নিয়ন্ত্ৰণ হেৰুৱাই ২০ ফুট দ-খাৱৈত বাগৰিল এখন চাৰিচকীয়া বাহন। যাৰ ফলত ঠাইতে প্ৰাণ হেৰুৱালে দুই বন্ধুৱে। থিতাতে নিহত ৰাজীৱ শৰ্মা আৰু ধনজিৎ শৰ্মা নামৰ দুই যুৱকে।

নলবাৰীৰ টিহুত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ঘটনাটোত ঘটনাস্থলিতে নিহত দুজনকৈ যুৱক। চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই টিহু চ’ৰা জানত পৰি দুই যুৱকৰ মৃত্যু।

ঘটনাটোত নিহত টিহুৰ মাখিবাহাৰ অধ্যাপক পাৰাৰ ৰাজীৱ শৰ্মা (২৫) আৰু ধনজিৎ শৰ্মা (৩৫) বুলি চিনাক্ত। দুৰ্ঘটনাত পতিত হোৱা বাহন খনৰ নম্বৰ এ এছ ০১ এফ এইচ ৮৫৩৫.

টিহু-সৰ্থেবাৰী গড়কাপ্তানি পথৰ ঘোপাৰ ক্ষেত্ৰাপাৰাত এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। ঘোপাৰ পৰা নিজ গৃহ অভিমুখে গৈ থকাৰ পথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। যুৱক দুজনৰ মৃত্যুত এতিয়া অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
Next Post
ভাৰতলৈ আহি ৰামঠগন খালে, ৩০০ টকাৰ অলংকাৰ ৬ কোটি দি কিনি নিলে

ভাৰতলৈ আহি ৰামঠগন খালে, ৩০০ টকাৰ অলংকাৰ ৬ কোটি দি কিনি নিলে

২৪ বছৰৰ মূৰকত নতুন মুখ্যমন্ত্ৰী পাব ওড়িশাবাসীয়ে, কালিলৈ শপত গ্ৰহণ, কোন হয় এই মোহন চৰণ মাঝী

২৪ বছৰৰ মূৰকত নতুন মুখ্যমন্ত্ৰী পাব ওড়িশাবাসীয়ে, কালিলৈ শপত গ্ৰহণ, কোন হয় এই মোহন চৰণ মাঝী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.