• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাড়ীৰ পাছে পাছে দৌৰি আছিল অনুৰাগী, তেনেতে হিটমেনে কৰিলে আচৰিত কাম

গাড়ীৰ পাছে পাছে দৌৰি আছিল অনুৰাগী, তেনেতে হিটমেনে কৰিলে আচৰিত কাম

1 year ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

31 minutes ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

1 hour ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

2 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

2 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

3 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

3 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

4 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

6 hours ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

7 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

8 hours ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

গাড়ীৰ পাছে পাছে দৌৰি আছিল অনুৰাগী, তেনেতে হিটমেনে কৰিলে আচৰিত কাম

editor by editor
October 17, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
গাড়ীৰ পাছে পাছে দৌৰি আছিল অনুৰাগী, তেনেতে হিটমেনে কৰিলে আচৰিত কাম
0
SHARES
360
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গাড়ীৰ পাছে পাছে দৌৰি আছিল অনুৰাগী, তেনেতে হিটমেনে কৰিলে আচৰিত কাম

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তিনিখন মেচৰ টেষ্ট শৃংখলা চলি আছে। ১৬ অক্টোবৰ বুধবাৰৰ পৰা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত শৃংখলাৰ প্ৰথমখন খেল আৰম্ভ হোৱাৰ কথা আছিল পাছে বৰষুণে বিধি পথালি দিয়াত আজি ১৭ অক্টোবৰ তাৰিখে হয় খেলখন।

কালি অনুষ্ঠিত হব লগা খেলখনৰ প্ৰথম দিনাই ধাৰাসাৰ বৰষুণৰ বাবে টছ নকৰাকৈয়ে দিনটো শেষ কৰিবলগীয়া হৈছিল। ইফালে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ এজন অনুৰাগীৰ ভিডিঅ’ ছচিয়েল মিডিয়াত অতি দ্ৰুতগতিত ভাইৰেল হৈ আছে।

ভিডিঅ’টোত ভাৰতীয় অধিনায়কগৰাকীৰ গাড়ীৰ পিছফালে এজন অনুৰাগী দৌৰি থকা দেখা গৈছে। তেতিয়া ৰোহিত শৰ্মাই সেই অনুৰাগীৰ বাবে গাড়ীখন ৰখাই দিলে। ভিডিঅ’টোত দেখা গৈছে যে অনুৰাগীয়ে ৰোহিত শৰ্মাক দেখাৰ লগে লগে তেওঁ গাড়ীৰ পিছফালে দৌৰিবলৈ আৰম্ভ কৰে।

https://x.com/CricCrazyJohns/status/1846607295532486717

অনুৰাগীক তেনেদৰে বাহনৰ পাছে পাছে দৌৰি থকা দেখি ৰোহিত শৰ্মাই গাড়ীখন ৰখাই দিয়ে। গাড়ী ৰখাই দিয়াৰ পিছত ৰোহিতে সেই অনুৰাগীৰ সৈতে চেলফি লয়। ত্ৰিৰংগ ৰঙত দেখা যায় হিটমেনৰ অনুৰাগীগৰাকীক। ইয়াৰ বাহিৰেও অনুৰাগীৰ পিঠিত লিখা আছিল ‘ভাৰত’, ‘ৰোহিত’ আৰু ‘৪৫’।

বেংগালুৰুত চলি থকা ভাৰত-নিউজিলেণ্ড টেষ্টৰ প্ৰথম দিনটো বৰষুণৰ বাবে অনুষ্ঠিত হোৱা নাছিল। প্ৰথম দিনটো টছ বল নকৰাকৈয়ে শেষ কৰিবলগীয়া হয়। এতিয়া দ্বিতীয় দিনতো বৰষুণৰ সম্ভাৱনা আছে, যদিও খেল আৰম্ভ হৈছে। টছত জয়ী হৈ ভাৰতে প্ৰথমে বেট ধৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Vs New ZealandIndian CrickterIndian Team Captainrohit sarmaRohit Sarma Fan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!
জীৱনশৈলী

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

April 9, 2026
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত
ক্ৰীড়া

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

April 9, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

April 9, 2026
Next Post
সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব অসমৰ ভিত্তিবৰ্ষ

সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, ১৯৭১ চনৰ ২৫ মাৰ্চেই হ'ব অসমৰ ভিত্তিবৰ্ষ

পুৰুষেও যুঁজিবলৈ ভয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু, প্ৰতিদিনৰ খাদ্যৰ বিষয়ে শুনিলেই আচৰিত হৈ পৰিব আপুনি

পুৰুষেও যুঁজিবলৈ ভয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু, প্ৰতিদিনৰ খাদ্যৰ বিষয়ে শুনিলেই আচৰিত হৈ পৰিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.