জুবিন গাৰ্গে চিনেমাখন চাবলৈ আহ্বান জনাই লিখা লেখাক লৈ গৰিমা গাৰ্গৰ আবেগিক পোষ্ট৷ গৰিমা গাৰ্গে সামাজিক মাধ্যমত লিখিছে-
১৫ ছেপ্টেম্বৰ তাৰিখে তুমি লিখা আখৰকেইটা… মৰমভৰা এক আহ্বান তোমাৰ মৰমৰ ৰাইজলৈ!
প্ৰতিটো কথাই বুকুখন খুন্দিয়াই যায় গ’ল্ডী!
কিন্তু এই সকলোবোৰৰ মাজত শূণ্য বুকুখনত দপদপাই জ্বলি আছে আন এসোপা প্ৰশ্ন– কি হৈছিল ১৯ ছেপ্টেম্বৰত? কেনেকৈ,কিয়?
শান্তি কʼতো নাই জানো,, কিন্তু এই উত্তৰ নোপোৱালৈকে উশাহো যেন নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ