• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নীতীশক লাগে ৰে’ল, বিত্ত ইফালে নাইডুক লাগে ১০টা বিভাগ! কাক কি দিব, নিজলৈ কি ৰাখি গঠন হ’ব মোদী ৩.০?

নীতীশক লাগে ৰে’ল, বিত্ত ইফালে নাইডুক লাগে ১০টা বিভাগ! কাক কি দিব, নিজলৈ কি ৰাখি গঠন হ’ব মোদী ৩.০?

2 years ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

12 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

12 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

13 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

13 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

15 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

15 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

16 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

17 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

18 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

19 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

19 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নীতীশক লাগে ৰে’ল, বিত্ত ইফালে নাইডুক লাগে ১০টা বিভাগ! কাক কি দিব, নিজলৈ কি ৰাখি গঠন হ’ব মোদী ৩.০?

editor by editor
June 6, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
নীতীশক লাগে ৰে’ল, বিত্ত ইফালে নাইডুক লাগে ১০টা বিভাগ! কাক কি দিব, নিজলৈ কি ৰাখি গঠন হ’ব মোদী ৩.০?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অকলেই চৰকাৰ গঠন কৰা সম্ভৱ নহয় বিজেপি দলৰ৷ এন ডিএৰ সহায় অবিহনে এইবাৰ মোদী শূন্য৷ ৮জুনত প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব মোদীয়ে৷ ইয়াৰ পূৰ্বে ৭ জুনত এখন বিশেষ বৈঠকত অংশ ল’ব মিত্ৰজোঁটে৷ এই বৈঠকতেই মোদীয় সংসদীয় নেতা হিচাপে নিৰ্বাচিত কৰা হ’ব আৰু অন্যান্য সংযোগী দলৰ মতামতসমূহো গ্ৰহণ কৰা হ’ব৷

সূত্ৰৰ খবৰ অনুসৰি শপত গ্ৰহণৰ পূৰ্বে টিডিপি, জেডিইউ, জেডিএছে কেইবাটাও ডিমাণ্ড ৰাখিছে মোদীৰ ওচৰত৷ এই দাবীসমূহ পূৰণ কৰিলেহে মোদীৰ সৈতে চৰকাৰ গঠনত তেওঁলোকে সহযোগী দল হিচাপে থাকিব বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে৷ নীতীশৰ চকু ৰে’ল আৰু বিত্ত বিভাগত হোৱাৰ বিপৰীতে টিডিপিক লাগে ১০টাকৈ বিভাগ৷

টিডিপিয়ে দাবী কৰিছে ১০টাকৈ মন্ত্ৰীত্বৰ পদ৷ মন্ত্ৰীতকৈয়ো ডাঙৰ পদ লাগে টিডিপিক বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ টিডিপিয়ে দাবী কৰিছে লোকসভাৰ অধ্যক্ষ পদো৷ ইমানেই নহয় চন্দ্ৰবাবু নাইডুক লাগে মন্ত্ৰীসভাৰ ১০টাকৈ বিভাগো৷ কি কি বিভাগ দাবী কৰিছে চন্দ্ৰবাবু নাইডুৰ দলে?

  1. লোকসভাৰ অধ্যক্ষ পদ

  2. পথ পৰিবহন বিভাগ

  3. স্বাস্থ্য

  4. গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ

  5. কৃষি

  6. তথ্য সম্প্ৰচাৰ

  7. জলসম্পদ বিভাগ

  8. শিক্ষা

  9. বিত্ত

  10. গ্ৰাম্য উন্নয়ন

লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এ জোঁটে ২৯২ আসন লাভ কৰাৰ বিপৰীতে ইণ্ডিয়া জোঁটে লাভ কৰিছে ২৩৪ খন আসন৷ বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ আসন ২৭২ৰ পৰা কমি হৈছেগৈ ২৪০খন৷ আনহাতে প্ৰধান বিৰোধী দল কংগ্ৰেছে লাভ কৰিছে ৯৯খন আসন৷ ২০১৯ চনত কংগ্ৰেছ দলে লাভ কৰিছিল মাত্ৰ ৫২খন আসন৷ এইবাৰৰ নিৰ্বাচনত ৪৭খন আসন বৃদ্ধি হৈছে কংগ্ৰেছৰ৷

NDAৰ ডাঙৰ ৫টা মিত্ৰদল কি কি?

  1. TDP(তেলেগু দেশম পাৰ্টী- মুঠ আসন ১৪
  2. জেডিইউ- মুঠ আসন ১২
  3. শিৱসেনা- মুঠ আসন৭
  4. এল জে পি(ৰামভিলাছ)- ৫
  5. জেডিএছ-  মুঠ ২খন আসন

আটাইতকৈ বেছি আসন থকা মিত্ৰদল তেলেগু দেশম পাৰ্টীৰ নেতা চন্দ্ৰবাবু নাইডুয়ে মন্ত্ৰীত্বই দাবী কৰিব পাৰে তেনে নহয়৷ চন্দ্ৰবাবু নাইডুয়ে অন্ধ্ৰপ্ৰদেশৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যাদাও দাবী কৰিব পাৰে কেন্দ্ৰক৷  দেশৰ অন্যান্য অঞ্চলতকৈ পিছপৰা ৰাজ্যসমূহক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া হয়৷ তেনেক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশৰ বাবেও এই মৰ্যাদা দাবী কৰাৰ থল আছে যাৰবাবে নাইডুয়ে এই দাবী ৰাখিব পাৰে বুলি জনাইছে একাংশ সূত্ৰই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

August 17, 2026
Next Post
ধৰ্মক লৈ উন্মাদ হৈ ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ ফল পাইছে মোদীয়েঃ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ

ধৰ্মক লৈ উন্মাদ হৈ ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ ফল পাইছে মোদীয়েঃ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ

২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা…এই সময়ছোৱাত কেইটামান নিয়ম মানি নচলিলে বিপদত পৰিব আপুনি!

২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা...এই সময়ছোৱাত কেইটামান নিয়ম মানি নচলিলে বিপদত পৰিব আপুনি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.